• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
UPS নে NPS কোনটো পেঞ্চন স্কিম ভাল? চৰকাৰী কৰ্মচাৰীয়ে কোনটো স্কিম বাচি ল’লে লাভৱান হ’ব?

UPS নে NPS কোনটো পেঞ্চন স্কিম ভাল? চৰকাৰী কৰ্মচাৰীয়ে কোনটো স্কিম বাচি ল’লে লাভৱান হ’ব?

2 years ago
দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

48 minutes ago
আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

1 hour ago
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

2 hours ago
চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

2 hours ago
ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

3 hours ago
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

4 hours ago
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

5 hours ago
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

6 hours ago
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

6 hours ago
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

7 hours ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

8 hours ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

UPS নে NPS কোনটো পেঞ্চন স্কিম ভাল? চৰকাৰী কৰ্মচাৰীয়ে কোনটো স্কিম বাচি ল’লে লাভৱান হ’ব?

UPS নে NPS কোনটো পেঞ্চন স্কিম ভাল? চৰকাৰী কৰ্মচাৰীয়ে কোনটো স্কিম বাচি ল’লে লাভৱান হ’ব?

editor by editor
August 27, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
UPS নে NPS কোনটো পেঞ্চন স্কিম ভাল? চৰকাৰী কৰ্মচাৰীয়ে কোনটো স্কিম বাচি ল’লে লাভৱান হ’ব?
0
SHARES
326
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহৎ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ৷ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ঘোষণা কৰা হৈছে নতুন পেঞ্চন স্কিমৰ৷ শনিবাৰে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ইউনিফায়েড পেঞ্চন স্কিম বা UPSৰ ঘোষণা কৰা হৈছে৷ এই প্ৰকল্প ঘোষণাৰ পাছতেই  সুখীও হৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল৷ কিন্তু ইয়াৰ মাজতে আছে সংশয়ো৷ ইয়াৰ পূৰ্বে চলি থকা পেঞ্চন স্কিম NPS আৰু বৰ্তমান মোদী কেবিনেটে অনা UPSৰ মাজত কি কি পাৰ্থক্য আছে?

প্ৰথমেই ইউনিফায়েড পেঞ্চন স্কিম বা UPS কি? কেন্দ্ৰৰ ঘোষণাত জনোৱা হৈছে যে এই স্কিমত সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীৰ অৱসৰৰ এবছৰ পূৰ্বে যি মাহেকীয়া দৰমহা আছিল তাৰ ৫০শতাংশ নিশ্চিতভাৱে পেঞ্চনত পাব৷ এইক্ষেত্ৰত কৰ্মীৰ যিসকলে ২৫ বছৰ ধৰি কাম কৰিছে তেওঁলোকেহে এই সুবিধা পাব৷ ইয়াৰোপৰি যিসকলে ১০ বছৰ কাম কৰি অৱসৰ লৈছে তেওঁলোকে ১০ হাজাৰ টকাকৈ পেঞ্চন লাভ কৰিব৷

কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হৈছে যে এই প্ৰকল্পৰ লক্ষ্য হৈছে তিনিটা, নিশ্চিত পেঞ্চন, পাৰিবাৰিক পেঞ্চন আৰু নূন্যতম পেঞ্চন নিশ্চিত কৰা৷ কেন্দ্ৰীয় চৰকাৰী কৰ্মীসকলৰ ওচৰত আৰু এটা সুযোগ আছে৷ তেওঁলোকে NPS বা UPS কোনোবা এটা বাছনি কৰি ল’ব পাৰিব৷ অৰ্থাৎ কোনো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীয়ে বিচাৰিলে NPSৰ অধীনতো পেঞ্চন ল’ব পাৰে৷ আৰু কোনোৱে ইচ্ছা কৰিলে  UPS ফাণ্ডলৈ ট্ৰেন্সফাৰ কৰি ল’ব পাৰে৷

NPS আৰু UPSৰ মাজত পাৰ্থক্য কি কি?

নিশ্চিত পেঞ্চন

চৰকাৰৰ নতুন পেঞ্চন প্ৰকল্পত কোৱা হৈছে যে, ২৫ বছৰ চাকৰি কৰিলে তেওঁলোকে শেষ এবছৰৰ কৰ্মজীৱনত যি দৰমহা পাইছিল তাৰ বেছিক দৰমহাৰ ৫০ শতাংশ পেঞ্চন হিচাপে পাব৷

NPSত পেঞ্চনৰ হিচাপ হয় বিনিয়োগৰ হিচাপত৷ NPSত কোনো নিৰ্দিষ্ট পেঞ্চনৰ অংক নাই৷ NPSত বিনিয়োগত কিমান ৰিটাৰ্ণ আহিছে তাৰ ওপৰত ভিত্তি কৰিহে পেঞ্চন হয়৷

নূন্যতম পেঞ্চন

ইউনিফায়েড পেঞ্চন স্কিমত নৃ্ন্যতম পেঞ্চন নিশ্চিত কৰা হৈছে৷ চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে নূন্যতম ১০ বছৰ চাকৰি কৰিলে মাহত ১০হাজাৰ টকাকৈ পেঞ্চন লাভ কৰিব৷ NPSত কোনো নূন্যতম পেঞ্চনৰ গেৰেণ্টি নাই৷

টকা তোলাৰ পদ্ধতি

UPSত মাহেকীয়া পেঞ্চন নিশ্চিত কৰা হৈছে৷  NPSত টকা উঠাই লোৱাৰ একাধিক অপশ্ব্যন আছে৷ NPSত একাউণ্টত জমা অৰ্থৰ এটা মোটা অংক উঠাই ল’ব পাৰে৷ বাকী অৰ্থ মাহেকীয়া পেঞ্চন হিচাপে পোৱা যায়৷

এন পি এছত দুটা টায়াৰ আছে৷ টায়াৰ-১ ত কেৱলমাত্ৰ অৱসৰৰ পাছতেই ধন উঠাই ল’ব পাৰে আৰু টায়াৰ-২ত অৱসৰৰ পূৰ্বেও আপুনি ধন উঠাই ল’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ
বিনোদন

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

August 10, 2026
আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য
জীৱনশৈলী

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

August 10, 2026
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!
জীৱনশৈলী

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

August 10, 2026
চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!
অসম

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

August 10, 2026
Next Post
সাধাৰণ মানুহৰ প্ৰৱেশ নিষেধ, এতিয়াও প্ৰতি নিশা ইয়াত ৰাধা-কৃষ্ণই ৰাসলীলা কৰে! ক’ত আছে এই স্থান?

সাধাৰণ মানুহৰ প্ৰৱেশ নিষেধ, এতিয়াও প্ৰতি নিশা ইয়াত ৰাধা-কৃষ্ণই ৰাসলীলা কৰে! ক’ত আছে এই স্থান?

ক্ৰিকেটৰ বজাৰখন ডাঙৰ হৈছে… ICCৰ অধ্যক্ষ হৈ প্ৰথম মন্তব্যত কি ক’লে জয় শ্বাহে?

ক্ৰিকেটৰ বজাৰখন ডাঙৰ হৈছে... ICCৰ অধ্যক্ষ হৈ প্ৰথম মন্তব্যত কি ক’লে জয় শ্বাহে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.