• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মন্নতৰ নিচেই কাষত দীপিকা-ৰণবীৰে ল’লে ১০০ কোটি টকাৰ বিলাসী বাংলো, চাওক ভিডিঅ’

মন্নতৰ নিচেই কাষত দীপিকা-ৰণবীৰে ল’লে ১০০ কোটি টকাৰ বিলাসী বাংলো, চাওক ভিডিঅ’

2 years ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

2 minutes ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

35 minutes ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

1 hour ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

2 hours ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

3 hours ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

4 hours ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

5 hours ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

5 hours ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

13 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

13 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

14 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

মন্নতৰ নিচেই কাষত দীপিকা-ৰণবীৰে ল’লে ১০০ কোটি টকাৰ বিলাসী বাংলো, চাওক ভিডিঅ’

মন্নতৰ নিচেই কাষত দীপিকা-ৰণবীৰে ল’লে ১০০ কোটি টকাৰ বিলাসী বাংলো, চাওক ভিডিঅ’

editor by editor
August 29, 2024
in বিনোদন, ভাৰত
0
মন্নতৰ নিচেই কাষত দীপিকা-ৰণবীৰে ল’লে ১০০ কোটি টকাৰ বিলাসী বাংলো, চাওক ভিডিঅ’
0
SHARES
390
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শীঘ্ৰে পিতৃ-মাতৃ হ’বলৈ গৈ আছে বলীউড অভিনেতা ৰণবীৰ সিং আৰু অভিনেত্ৰী দীপিকা পাডুকন। অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে দম্পতীহালৰ ভাল খবৰটোলৈ। ইফালে দীপিকা আৰু ৰণবীৰে প্ৰথম সন্তানক আদৰিবলৈ সাজু কৰিছে ১০০ কোটি টকাৰ বিলাসী ঘৰো। মুম্বাইৰ বান্দ্ৰাত অৱস্থিত এই ঘৰটোলৈ অচিৰেই স্থানান্তৰিত হ’ব দীপিকা-ৰণবীৰ৷ দীপিকা-ৰণবীৰে ক্ৰয় কৰা এই বিলাসী ঘৰটো শ্বাহৰুখ খানৰ ঘৰ মন্নতৰ সমীপত বুলিও সূত্ৰই প্ৰকাশ কৰিছে৷

শ্বাহৰুখ খানৰ চুবুৰীয়া হ’ব দীপিকা-ৰণবীৰ

সংবাদ মাধ্যমৰ খবৰ অনুসৰি দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ বিলাসী ঘৰটো শ্বাহৰুখ খানৰ ঘৰ মন্নতৰ নিচেই কাষত৷ দীপবীৰৰ নতুন ঘৰটো ১১,২৬৬ বৰ্গফুট আৰু ১৩০০ বৰ্গফুটৰ৷ ১৬ৰ পৰা ১৯ মহলালৈকে অট্টালিকাৰ চাৰিটা মহলা আছে৷ খবৰ অনুসৰি দীপিকা আৰু ৰণবীৰৰ এই ঘৰটোৰ দাম ১০০ কোটিতকৈও অধিক বুলি কোৱা হৈছে।

https://www.instagram.com/reel/C_M9QGZt7Ut/?utm_source=ig_web_copy_link

বিলাসী ঘৰৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে

দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ এই বিলাসী ঘৰৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই ভৱনটোক মুকেশ আম্বানীৰ ঘৰ এন্টিলিয়াৰ সৈতে তুলনা কৰিছে। একাংশ ব্যৱহাৰকাৰীয়ে দম্পতীহালক নতুন ঘৰৰ বাবে অভিনন্দনো জনাইছে। ২০২১ চনতো দম্পতীহালে আলিবাগত ২২ কোটি টকাৰ বাংলো ক্ৰয় কৰিছিল। এইবাৰ দীপবীৰে বান্দ্ৰাত নতুনকৈ বসতি স্থাপনৰ পৰিকল্পনা কৰিছে৷

ছেপ্টেম্বৰ মাহত প্ৰথম সন্তানক আদৰণি জনাব

দীপিকা পাডুকনে ছেপ্টেম্বৰ মাহত তেওঁলোকৰ প্ৰথম সন্তানটোক আদৰণি জনাব৷  দীপিকা আৰু ৰণবীৰৰ বিয়া হৈছিল ২০১৮ চনত। দুয়োৰে লগ হৈছিল সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ৰামলীলাৰ চেটত। ইয়াৰ পৰাই দুয়োৰে মাজত প্ৰেমৰ আদান প্ৰদান চলিছিল৷ আৰু অৱশেষত বিবাহৰ  ৬ বছৰৰ পিছত দম্পত্তিহালে প্ৰথম সন্তানক আদৰণি জনাবলৈ সাজু হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা
ভাৰত

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

April 11, 2026
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে
ক্ৰীড়া

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

April 11, 2026
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ
বিনোদন

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

April 10, 2026
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?
ক্ৰীড়া

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

April 10, 2026
Next Post
সাধাৰণ জনতাক লোভ দি পাতিছে জাল! SBIৰ এটা শাখাতেই ১৭৫ কোটিৰ প্ৰতাৰণা, একাউণ্ট খোলাৰ পূৰ্বে আপুনিও কৰক চিন্তা

সাধাৰণ জনতাক লোভ দি পাতিছে জাল! SBIৰ এটা শাখাতেই ১৭৫ কোটিৰ প্ৰতাৰণা, একাউণ্ট খোলাৰ পূৰ্বে আপুনিও কৰক চিন্তা

ছেপ্টেম্বৰত সৰ্বাৰ্থ সিদ্ধি যোগ, ৰাজভোগ আছে এই ৫ৰাশিৰ ভাগ্যত

ছেপ্টেম্বৰত সৰ্বাৰ্থ সিদ্ধি যোগ, ৰাজভোগ আছে এই ৫ৰাশিৰ ভাগ্যত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.