• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইখন ৰাজ্যত কাল হৈ নামিছে বৰষুণ, ৩১ গৰাকী নিহত, ৪৩২ ট্ৰেইন বাতিল

এইখন ৰাজ্যত কাল হৈ নামিছে বৰষুণ, ৩১ গৰাকী নিহত, ৪৩২ ট্ৰেইন বাতিল

2 years ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

4 minutes ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

28 minutes ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

1 hour ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

2 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

4 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

5 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

13 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

14 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

14 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

15 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এইখন ৰাজ্যত কাল হৈ নামিছে বৰষুণ, ৩১ গৰাকী নিহত, ৪৩২ ট্ৰেইন বাতিল

editor by editor
September 3, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
এইখন ৰাজ্যত কাল হৈ নামিছে বৰষুণ, ৩১ গৰাকী নিহত, ৪৩২ ট্ৰেইন বাতিল
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইখন ৰাজ্যত কাল হৈ নামিছে বৰষুণ, ৩১ গৰাকী নিহত, ৪৩২ ট্ৰেইন বাতিল

দেশৰ কেইবাখনো ৰাজ্যত বাৰিষাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰি আছে। তাৰে ভিতৰত যোৱা ৩ দিনত অন্ধ্ৰ আৰু তেলেংগানাত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বহু জিলাত বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। অন্ধ্ৰ প্ৰদেশত ৪.৫ লাখৰো অধিক লোক আক্ৰান্ত হৈছে।

এনডিআৰএফৰ ২০টা দল আৰু এছডিআৰএফৰ ১৯টা দল উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। এই পৰ্যন্ত ৩১ হাজাৰৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। এই পৰ্যন্ত বৰষুণৰ ফলত তেলেংগানাত ১৬ জন আৰু অন্ধ্ৰ প্ৰদেশত ১৫ জন লোকৰ মৃত্যু হৈছে। ৰে’লৱে বাতিল কৰিছে ৪৩২খন ৰে’ল।

অন্ধ্ৰ প্ৰদেশ বানপানীৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত। ইয়াৰ ভিতৰত বিজয়াৱাড়া, এন টি আৰ, কৃষ্ণ, এলুৰু, বাপাটলা, গুণ্টুৰ আৰু প্ৰকাশম আদি অন্যতম। অধিকাংশ বিধ্বংসী সংঘটিত হৈছে বিজয়াৱাড়া চহৰত।

মহানগৰীৰ ১৭টাতকৈও অধিক অঞ্চল সম্পূৰ্ণৰূপে পানীত ডুব গৈছে। তথ্য দি ছিকুন্দৰাবাদস্থিত দক্ষিণ কেন্দ্ৰীয় ৰে’লৱেৰ এগৰাকী বিষয়াই কয় যে এতিয়ালৈকে পানী জমা হোৱাৰ বাবে ৪৩২খন ৰে’ল বাতিল কৰা হৈছে। ১৩৯খন ৰে’লৰ পথ সলনি কৰা হৈছে।

তেলেংগানাত বৰষুণৰ ফলত ডেৰ লাখ একৰতকৈ অধিক অঞ্চলৰ শস্যৰ ক্ষতিসাধন হৈছে। প্ৰায় ৫ হাজাৰ কোটি টকা লোকচান হ’ব বুলি অনুমান কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ ৰেৱন্ত ৰেড্ডী চৰকাৰে কেন্দ্ৰৰ পৰা ২০০০ কোটি টকাৰ সাহায্য বিচাৰিছে। তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে বানপানীত নিহতসকলৰ পৰিয়াললৈ ৫ লাখকৈ টকাৰ এক্স গ্ৰেচিয়া ধনৰ কথা ঘোষণা কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: andhra pradeshHeavy RainMany DiedrainTrain Canceled
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস
ক্ৰীড়া

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

September 29, 2026
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ
নিয়োগ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

September 29, 2026
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ
অসম

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

September 29, 2026
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
Next Post
হাইৰে, ৪ বছৰীয়াৰ সৈতে ঘটিল এই ঘটনা, অভিযুক্ত ৯ৰ পৰা ১৪ বছৰীয়া

হাইৰে, ৪ বছৰীয়াৰ সৈতে ঘটিল এই ঘটনা, অভিযুক্ত ৯ৰ পৰা ১৪ বছৰীয়া

বিশ্বৰ সবাতোকৈ ধনী ৰজাক লগ কৰিবলৈ গৈ আছে পি এম মোদী, সোণৰ বাহনত যাতায়ত কৰে ৰজাই

বিশ্বৰ সবাতোকৈ ধনী ৰজাক লগ কৰিবলৈ গৈ আছে পি এম মোদী, সোণৰ বাহনত যাতায়ত কৰে ৰজাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.