• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহালয়াৰ দিনাই বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণত পৰিব নেকি প্ৰভাৱ?

মহালয়াৰ দিনাই বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণত পৰিব নেকি প্ৰভাৱ?

2 years ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

5 minutes ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

28 minutes ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

1 hour ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

2 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

2 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

5 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

6 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

7 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

8 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

9 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

10 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহালয়াৰ দিনাই বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণত পৰিব নেকি প্ৰভাৱ?

মহালয়াৰ দিনাই বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণত পৰিব নেকি প্ৰভাৱ?

editor by editor
September 4, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, শিক্ষা
0
মহালয়াৰ দিনাই বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণত পৰিব নেকি প্ৰভাৱ?
0
SHARES
192
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দুধৰ্ম অনুসৰি সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ মহাজাগতিক ঘটনা৷ গ্ৰহণৰ দিনা কিছু বিশেষ বিধি আচাৰ মানি চলাৰ প্ৰথা প্ৰচলিত আছে৷ এই বছৰ মুঠ ৫টা গ্ৰহণ হ’ব৷ ইয়াৰ মাজতেই দুটা সূৰ্যগ্ৰহণ আৰু তিনিটা চন্দ্ৰগ্ৰহণ৷ এই পাঁচ গ্ৰহণৰ মাজত এটা সূৰ্য আৰু চন্দ্ৰগ্ৰহণ ইতিমধ্যেই হৈ গৈছে৷ পৰবৰ্তী সূৰ্য গ্ৰহণ হ’ব আগন্তুক ২ অক্টোবৰত৷ সেইদিনাই আছে মহালয়া বা সৰ্বপিতৃ অমাবস্যাও৷

মহালয়া ২০২৪

প্ৰতিবছৰে আহিন মাহৰ অমাবস্যা তিথিত পালিত হয় মহালয়া৷ হিন্দু ধৰ্মাৱলম্বীসকলৰ ওচৰত মহালয়া তিথি বিশেষভাৱে গুৰুত্বপূৰ্ণ৷ এই দিনটোত পিতৃ তৰ্পণৰ প্ৰথা প্ৰচলিত আছে৷ সেয়ে ইয়াক সৰ্বপিতৃ অমাবস্যা বুলিও কোৱা হয়৷ প্ৰয়াত পূৰ্বপুৰুষসকলৰ উদ্দেশ্যি এই দিনটোত জল তৰ্পণ কৰা হয়৷ প্ৰচলিত বিশ্বাস অনুসৰি পিতৃপক্ষত প্ৰয়াত পিতৃপুৰুষসকলে তেওঁলোকৰ জীৱিত উত্তৰপুৰুষৰ হাতৰ পৰা পানী খাবলৈ নামি আহে৷ মহালয়াৰ দিনা পানী খাই তুষ্ট হৈ উভতি যায়৷ প্ৰয়াত পিতৃপুৰুষক এই দিনটোত বিদায় জনোৱা হয় বাবেই সৰ্বপিতৃ অমাবস্যা হৈছে সকলোতকৈ গুৰুত্বপূৰ্ণ অমাবস্যা তিথি৷

দ্বিতীয় সূৰ্যগ্ৰহণ ২০২৮

এই বছৰ প্ৰথম সূৰ্যগ্ৰহণ হৈছিল এপ্ৰিল মাহত৷ মহালয়া বা সৰ্বপিতৃ অমাবস্যাৰ দিনাই হ’ব ২০২৪ চনৰ দ্বিতীয় সূৰ্য গ্ৰহণ৷ আগন্তুক ২ অক্টোবৰ ২০২৪ত সূৰ্যগ্ৰহণ৷ সেই দিনটোতেই গান্ধী জয়ন্তীও৷ আগন্তুক ২ অক্টোবৰত কন্যা ৰাশি আৰু হস্ত নক্ষত্ৰত হ’ব সূৰ্য গ্ৰহণ৷ সেইদিনটোত চন্দ্ৰ, বুধ আৰু কেতুত সূৰ্যৰ সৈতে অৱস্থান কৰিব৷ ইয়াৰ ফলত গ্ৰহণৰ উল্লেখযোগ্য প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত পৰিব৷ এতিয়া প্ৰশ্ন হয় গ্ৰহণৰ কাৰণে মহালয়াৰ পিতৃ তৰ্পণত বাধা আহিব নেকি?

দ্বিতীয় সূৰ্য গ্ৰহণৰ সময় আৰু সূতক কাল

এই বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ আৰম্ভ হ’ব ২ অক্টোবৰ ২০২৪ৰ বুধবাৰে নিশা ৯ বাজি ১৩ মিনিটত আৰু গ্ৰহণ এৰিব নিশা ৩ বাজি ১৭ মিনিটত৷ গ্ৰহণ স্থায়ী হ’ব ৬ঘণ্টা ৪ মিনিটৰ বাবে৷ যিহেতু মহালয়াত যাৱতীয় পিতৃ তৰ্পণৰ আচাৰ পুৱাতেই সম্পূৰ্ণ হ’ব সেয়ে নিশা গ্ৰহণ লগাৰ কোনো প্ৰভাৱ তৰ্পণৰ কামত নপৰে৷ গ্ৰহণৰ সূতক কালো ইয়াত কাৰ্যকৰী নহয়৷ সাধাৰণভাৱে গ্ৰহণ লগাৰ ১২ ঘণ্টা আগৰ পৰা সূতক কাল আৰম্ভ হয়৷ এই সময়ৰ ভিতৰত কোনো শুভ কাম সম্পন্ন নহয়৷

গ্ৰহণ কৰ পৰা দেখা যাব?

ভাৰতৰ পৰা গ্ৰহণ দেখা নগলেও ২ অক্টোবৰৰ গ্ৰহণ দেখা যাব দক্ষিণ আমেৰিকা, প্ৰশান্ত মহাসাগৰ, আটলান্তিক মহাসাগৰ, আৰ্কটিক, চিলি, পেৰু, হনলুলু, এণ্টাৰ্কটিকা, আৰ্জেণ্টিনা, উৰুগুৱে, ফিজি, ব্ৰাজিল, মেক্সিকো, পেৰুৰ পৰা দেখা যাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

June 20, 2026
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

June 20, 2026
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত
বাণিজ্য

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

June 20, 2026
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!
জীৱনশৈলী

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

June 20, 2026
Next Post
চুমিৰ শেষ লোকেচন দীক্ষুৰ ঘৰত! দীক্ষুৱে কি উপদেশ দিছিল চুমি বৰাক

চুমিৰ শেষ লোকেচন দীক্ষুৰ ঘৰত! দীক্ষুৱে কি উপদেশ দিছিল চুমি বৰাক

সমুদ্ৰৰ বুকুৰ পৰা জাগি উঠিব প্ৰাচীন চহৰ! জানক কি কি ঘটিব কলিযুগৰ শেষত?

সমুদ্ৰৰ বুকুৰ পৰা জাগি উঠিব প্ৰাচীন চহৰ! জানক কি কি ঘটিব কলিযুগৰ শেষত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.