• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ ইন্দ্ৰ যোগত গণেশ জয়ন্তী, কেৰিয়াৰত উন্নতিয়েই উন্নতি! মনৰ সকলো ইচ্ছা পূৰণ হ’ব ৫ৰাশিৰ জাতকৰ

কাইলৈ ইন্দ্ৰ যোগত গণেশ জয়ন্তী, কেৰিয়াৰত উন্নতিয়েই উন্নতি! মনৰ সকলো ইচ্ছা পূৰণ হ’ব ৫ৰাশিৰ জাতকৰ

2 years ago
গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

3 hours ago
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

3 hours ago
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

4 hours ago
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

5 hours ago
সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

5 hours ago
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

6 hours ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

7 hours ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

8 hours ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

9 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

10 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

10 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ ইন্দ্ৰ যোগত গণেশ জয়ন্তী, কেৰিয়াৰত উন্নতিয়েই উন্নতি! মনৰ সকলো ইচ্ছা পূৰণ হ’ব ৫ৰাশিৰ জাতকৰ

কাইলৈ ইন্দ্ৰ যোগত গণেশ জয়ন্তী, কেৰিয়াৰত উন্নতিয়েই উন্নতি! মনৰ সকলো ইচ্ছা পূৰণ হ’ব ৫ৰাশিৰ জাতকৰ

editor by editor
September 6, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কাইলৈ ইন্দ্ৰ যোগত গণেশ জয়ন্তী, কেৰিয়াৰত উন্নতিয়েই উন্নতি! মনৰ সকলো ইচ্ছা পূৰণ হ’ব ৫ৰাশিৰ জাতকৰ
0
SHARES
944
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ৭ ছেপ্টেম্বৰ শনিবাৰে চন্দ্ৰই দিনে নিশাই তুলা ৰাশিত বিৰাজ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদ মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সৰ্বাৰ্থ সিদ্ধি যোগ, ইন্দ্ৰ যোগ আৰু ব্ৰহ্মা যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব প্ৰথমে চিত্ৰা নক্ষত্ৰ আৰু পাছত স্বাতী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো শুভ যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে শনিৰ প্ৰিয় দিন৷ কাইলৈ পালিত হ’ব গণেশ পুজাও৷ পুৰাণ অনুসৰি এই দিনটোতেই শিৱ পাৰ্বতীৰ সন্তান হিচাপে জন্মগ্ৰহণ কৰিছিল গণেশে৷ কাইলৈ দিনটো কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ? জানি থওক আজিয়েই৷

মেষ ৰাশি

কাইলৈ দিনটো বিশেষ শুভ আৰু কাৰ্যকৰী হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ আৰ্থিক উন্নতিৰ বাবে প্ৰচুৰ সুযোগ পাব আপুনি৷ সিদ্ধিদাতাৰ কৃপাত সকলো কামেই আপুনি সহজে সম্পন্ন কৰিব পাৰিব৷ কাৰ্যালয়ত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ মেনেজমেণ্ট আপোনাৰ কামত সুখী হ’ব৷ বিনিয়োগৰ পৰা ভাল লাভ পাব৷ মেষ ৰাশিৰ জাতকৰ সংসাৰো সুখকৰ হ’ব৷

কৰ্কট ৰাশি

৭ ছেপ্টেম্বৰ নানান দিশৰ পৰা লাভজনক হ’ব কৰ্কট ৰাশিৰ জাতকৰ৷ কাইলৈ কোনো সুসংবাদ আপুনি পাব পাৰে৷ যি খবৰৰ বাবে দীৰ্ঘদিন ধৰি অপেক্ষা কৰিছিল সেই খবৰ লাভ কৰিব৷ সংসাৰত আনন্দৰ ঢৌ আহিব৷ আৰ্থিকভাৱেও কাইলৈ দিনটো আপোনাৰ বাবে লাভজনক হ’ব৷ পাবলগীয়া ধন কাইলৈ ঘূৰাই পাব৷ গণপতিৰ কৃপাত কাইলৈ কৰ্কট ৰাশিৰ জাতকে শত্ৰুক পৰাস্ত কৰিব পাৰিব৷

সিংহ ৰাশি

কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ ফল লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ শিক্ষাক্ষেত্ৰত যিসকল যুক্ত তেওঁলোকে কাইলৈ বিশেষ সাফল্য পাব পাৰে৷ আৰ্থিকভাৱেও কাইলৈ লাভৱান হ’ব৷ ব্যৱসায়ৰ পৰাও কাইলৈ বৃহৎ লাভ হ’ব আপোনাৰ৷ কাইলৈ সিংহ ৰাশিৰ জাতকৰ স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা থাকিলে দূৰ হ’ব৷ ৰোগ প্ৰতিৰোধ ক্ষমতা কাইলৈ বাঢ়িব৷ সমাজত বিশেষ কাৰোবাৰ সৈতে পৰিচয় হ’ব৷

তুলা ৰাশি

কাইলৈ স্বাতী নক্ষত্ৰৰ শুভ প্ৰভাৱ থাকিব তুলা ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ জীৱনত সকলো ক্ষেত্ৰতে আপুনি জয় লাভ কৰিব৷ নতুন বন্ধু পাব৷ ব্যৱসায়ীসকলে কাইলৈ বিদেশৰ পৰা কোনো বৃহৎ কামৰ অফাৰ পাব পাৰে৷ মনত কাইলৈ সুখ আৰু শান্তি বৰ্তি থাকিব৷ বজৰংবলীৰ আশীৰ্বাদত আৰ্থিক অৱস্থা কাইলৈ উন্নত হ’ব৷ দাম্পত্য জীৱনতো সুখ থাকিব তুলা ৰাশিৰ জাতকৰ৷

ধনু ৰাশি

কাইলৈ নিজৰ প্ৰভাৱ প্ৰতিপত্তি বহু পৰিমানে বাঢ়িব ধনু ৰাশিৰ জাতকৰ৷ কাইলৈ ব্ৰহ্মা যোগৰ প্ৰভাৱত নিজৰ উপাৰ্জন আৰু সঞ্চয় বঢ়োৱাত সফল হ’ব৷ ধন উপাৰ্জনৰ একাধিক পথ খুল খাব আপোনাৰ সন্মুখত৷ কাইলৈ মনত আনন্দ থাকিব৷ নিজৰ মনৰ কথা প্ৰিয়জনৰ আগত প্ৰকাশ কৰিব পাৰে৷ কাৰ্যালয়ত সহকৰ্মীসকল আপোনাৰ ওপৰত সুখী থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা
জীৱনশৈলী

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

May 1, 2026
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!
বিনোদন

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

May 1, 2026
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

May 1, 2026
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!
জীৱনশৈলী

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

May 1, 2026
Next Post
সন্তানক আদৰণি জনোৱাৰ পূৰ্বে সিদ্ধিবিনায়ক মন্দিৰত দীপিকা-ৰণবীৰ

সন্তানক আদৰণি জনোৱাৰ পূৰ্বে সিদ্ধিবিনায়ক মন্দিৰত দীপিকা-ৰণবীৰ

আজি গণেশ চতুৰ্থীৰ দিনা ৰাশি এনুযায়ী এই প্ৰতিকাৰ কৰক, বাপ্পাই সকলো বাধা দূৰ কৰিব

আজি গণেশ চতুৰ্থীৰ দিনা ৰাশি এনুযায়ী এই প্ৰতিকাৰ কৰক, বাপ্পাই সকলো বাধা দূৰ কৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.