• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আন্তর্জাতিক সংস্থাৰ সৈতে চুক্তি কৰিলে টাটাই! ১৫,৭৩,০০০ কোটিৰ চুক্তিৰ পৰা কি কি লাভ হ’ব দেশৰ জনতাৰ?

আন্তর্জাতিক সংস্থাৰ সৈতে চুক্তি কৰিলে টাটাই! ১৫,৭৩,০০০ কোটিৰ চুক্তিৰ পৰা কি কি লাভ হ’ব দেশৰ জনতাৰ?

1 year ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

50 seconds ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

54 minutes ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

1 hour ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

2 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

2 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

5 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

6 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

7 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

7 hours ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

8 hours ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আন্তর্জাতিক সংস্থাৰ সৈতে চুক্তি কৰিলে টাটাই! ১৫,৭৩,০০০ কোটিৰ চুক্তিৰ পৰা কি কি লাভ হ’ব দেশৰ জনতাৰ?

আন্তর্জাতিক সংস্থাৰ সৈতে চুক্তি কৰিলে টাটাই! ১৫,৭৩,০০০ কোটিৰ চুক্তিৰ পৰা কি কি লাভ হ’ব দেশৰ জনতাৰ?

editor by editor
September 23, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
আন্তর্জাতিক সংস্থাৰ সৈতে চুক্তি কৰিলে টাটাই! ১৫,৭৩,০০০ কোটিৰ চুক্তিৰ পৰা কি কি লাভ হ’ব দেশৰ জনতাৰ?
0
SHARES
185
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাহন, কাপোৰ, টেলিকম সকলোতে টাটাৰ আছে বিশেষ দখল৷ দেশৰ অন্যতম সফল উদ্যোগপতি ৰতন টাটা৷ এইবাৰ তেওঁ আন এক বৃহৎ পদক্ষেপ লৈছে৷ বিপুল অংকৰ চুক্তি স্বাক্ষৰ কৰিছে আন্তৰ্জাতিক সংস্থাৰ সৈতে৷ আৰু এই চুক্তিৰ মাধ্যমেৰেই এইবাৰ ফাষ্টফুডৰ জগততো প্ৰৱেশ কৰিছে ৰতন টাটাৰ সংস্থা৷ টাটা গোষ্ঠীৰ আইটি সংস্থা টাটা কনছালটেন্সি চাৰ্ভিছ বা টিছিএছ গ্লোবেল ফাষ্টফুড চেইন মেকডোনাল্ডছৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে৷

ভিতৰুৱা খবৰ অনুসৰি দুই বছৰৰ বাবে টিছিএছৰ সৈতে মেকডোনাল্ডছৰ চুক্তি হৈছে৷ এই চুক্তিৰ অধীনত টিছিএছ ফিলিপিন্সে ৭৬০টাতকৈয়ো বেছি মেকডোনাল্ডছৰ ৰেস্তোৰাৰ তথ্যপ্ৰযুক্তিৰ কাম ডিজিটাইজড কৰিব৷ খবৰ অনুসৰি টিচিএছ ফিলিপিন্সত মেকডোনাল্ডছৰ বৰ্তমান যি আইটি চিষ্টেম আছে তাৰ আপগ্ৰেড কৰিব৷

ফিলিপাইন্সত টিচিএছৰ প্ৰায় ৫০০০ কৰ্মী আছে৷ এই সংস্থাৰ মাৰ্কেট কেপ বৰ্তমান ১৫, ৭৩, ০০০ কোটি টকা৷ টিছিএছৰ এটা এটা শ্বেয়াৰৰ দামেই ৪৩৪৭টকা৷ অন্যহাতে মেকডোনাল্ডছ হৈছে বিশ্বৰ অন্যতম বৃহৎ ফাষ্টফুড চাৰ্ভিছ সংস্থা৷ ১০০ৰো বেছি দেশত প্ৰায় ৪২ হাজাৰৰো বেছি মেকডোনাল্ডছৰ আউটলেট আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়
জীৱনশৈলী

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

March 18, 2026
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!
জীৱনশৈলী

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

March 18, 2026
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত
বাণিজ্য

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

March 18, 2026
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য
বিনোদন

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

March 18, 2026
Next Post
২০২৫ ত আহি আছে প্ৰলয়, ২৫ক লৈ কি কি ভয়ংকৰ বাৰ্তা দি গৈছে বাবা ভাঙ্গাই?

২০২৫ ত আহি আছে প্ৰলয়, ২৫ক লৈ কি কি ভয়ংকৰ বাৰ্তা দি গৈছে বাবা ভাঙ্গাই?

কাইলৈৰ পৰা বিদ্যালয় বন্ধৰ ঘোষণা, হঠাৎ কিয় স্কুল বন্ধ দিছে চৰকাৰে?

কাইলৈৰ পৰা বিদ্যালয় বন্ধৰ ঘোষণা, হঠাৎ কিয় স্কুল বন্ধ দিছে চৰকাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.