• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাউলী ৰাস, নলবাৰী ৰাসৰ লটাৰীৰ ভৱিষ্যত কি ! লগতে বন্ধ উৰুকা ধামাকা

হাউলী ৰাস, নলবাৰী ৰাসৰ লটাৰীৰ ভৱিষ্যত কি ! লগতে বন্ধ উৰুকা ধামাকা

2 years ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

18 minutes ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

54 minutes ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

9 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

9 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

10 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

10 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

10 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

11 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

11 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

12 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

13 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হাউলী ৰাস, নলবাৰী ৰাসৰ লটাৰীৰ ভৱিষ্যত কি ! লগতে বন্ধ উৰুকা ধামাকা

editor by editor
October 3, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
হাউলী ৰাস, নলবাৰী ৰাসৰ লটাৰীৰ ভৱিষ্যত কি ! লগতে বন্ধ উৰুকা ধামাকা
0
SHARES
314
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাউলী ৰাস, নলবাৰী ৰাসৰ লটাৰীৰ ভৱিষ্যত কি ! লগতে বন্ধ উৰুকা ধামাকা

ৰাস মানেই সমগ্ৰ ৰাজ্যত হাউলী ৰাসৰ লটাৰীক লৈ হৈ চৈ । কেৱল বৰপেটাতে নহয়, সমগ্ৰ ৰাজ্যতে সিঁচৰিত হৈ পৰে হাউলী ৰাসৰ বিশেষ আকৰ্ষণীয় লটাৰী খেলৰ টিকট। বহু নামী দামী বাহনৰ নাম থাকে হাউলী ৰাসৰ লটাৰীৰ টিকটত।

নলবাৰীৰ ৰাসৰো লটাৰী কোনো গুণে কম নহয়। দুয়োখন লটাৰীয়ে ৰাজ্যজুৰি বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। পাছে এতিয়া এই দুয়োখন লটাৰীখেলৰে ভৱিষ্যত কি। অনুষ্ঠিত কৰিব পাৰিব নে এই লটাৰী খেল।

কিয়নো আজি ৩ অক্টোবৰ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক বিশেষ ৰায়দান দিয়ে। এতিয়াৰে পৰা ৰাজ্যত অনুষ্ঠিত কৰিব নোলৱাৰিব কোনোধৰণৰ লটাৰী খেল। ইয়াক নিষিদ্ধ ঘোষণা উচ্চ ন্যায়ালয়ৰ। লগতে এতিয়াৰ পৰা কোনো কাৰণতে যাতে কোনেও অন লাইন অথবা অফলাইন লটাৰী খেল অনুষ্ঠিত নহয়, তাৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ।

এই লটাৰী প্ৰতিযোগিতাৰ জৰিয়তে একাংশই প্ৰৱঞ্চনাৰ বৃহৎ জাল মেলিছে। বহুতেই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিও পুৰস্কাৰ নিদিয়া, পুৰস্কাৰৰ বিপৰীতে নামমাত্ৰ ধন আদায় দিয়া, ফলাফল বিসংগতি কৰা আদি অনেক অভিযোগ কৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত এনে লটাৰী প্ৰতিযোগিতাৰ বিৰুদ্ধে এজাহাৰো দাখিল হৈছে।

ৰক্ষীৰ ওচৰত এনে বহু গোচৰ উত্থাপন হোৱাৰ পাছতো কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত অৱশেষত ন্যায়ালয়ে ইয়াত হস্তক্ষেপ কৰি এই লটাৰী খেলেই নিষিদ্ধ কৰি দিয়ে। লগতে এই খেল অনুষ্ঠিত কৰা কমিটি বোৰৰ বিৰুদ্ধেও ব্যৱস্থা লোৱাৰ নিৰ্দেশনা। এতিয়াৰ পৰা কোনো ধৰণৰ লটাৰী অনুষ্ঠিত কৰিব নোৱাৰিব ৰাজ্যত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam High Courthigh courtlotteryLottery Ticket Band
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম
অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

October 17, 2026
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?
অসম

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

October 17, 2026
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত
অসম

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

October 16, 2026
বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?
অসম

বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

October 16, 2026
Next Post
শতভিষা নক্ষত্ৰৰ ফলত ৮৫ দিনলৈ ৩ ৰাশিৰ ওপৰত কৃপা বৰষিব শনিয়ে

শতভিষা নক্ষত্ৰৰ ফলত ৮৫ দিনলৈ ৩ ৰাশিৰ ওপৰত কৃপা বৰষিব শনিয়ে

আজিৰে পৰা মহিলা বিশ্বকাপ, কেতিয়া খেলপথাৰত নামিব ভাৰতীয় দল

আজিৰে পৰা মহিলা বিশ্বকাপ, কেতিয়া খেলপথাৰত নামিব ভাৰতীয় দল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.