• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অশনি সংকেত! শুকাই আহিছে আমাজনৰ এখন উপনদী, কি হৈছে আমাজন বৰ্ষাৰণ্যত?

অশনি সংকেত! শুকাই আহিছে আমাজনৰ এখন উপনদী, কি হৈছে আমাজন বৰ্ষাৰণ্যত?

2 years ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

28 minutes ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

4 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

4 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

4 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

5 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

5 hours ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

5 hours ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

6 hours ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

8 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

9 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

11 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অশনি সংকেত! শুকাই আহিছে আমাজনৰ এখন উপনদী, কি হৈছে আমাজন বৰ্ষাৰণ্যত?

অশনি সংকেত! শুকাই আহিছে আমাজনৰ এখন উপনদী, কি হৈছে আমাজন বৰ্ষাৰণ্যত?

editor by editor
October 7, 2024
in বিবিধ, বিশ্ব
0
অশনি সংকেত! শুকাই আহিছে আমাজনৰ এখন উপনদী, কি হৈছে আমাজন বৰ্ষাৰণ্যত?
0
SHARES
157
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ সৰ্ববৃহৎ বৰ্ষাৰণ্য হৈছে আমাজন৷ ইয়াৰ সৈতে জড়িত হৈ আছে দক্ষিণ আমেৰিকাৰ সৰ্ববৃহৎ দনী আমাজনৰ নামো৷ বিশ্বৰ সকলোতকৈ ডাঙৰ অববাহিকা আছে এই নদীত৷ এইবাৰ আমাজনৰ এক গুৰুত্বপূৰ্ণ উপনদীক লৈ উদ্বেগৰ কথা প্ৰকাশ কৰিছে বিজ্ঞানীয়ে৷ ব্ৰাজিলৰ ভূতত্ত্ব বিভাগে জনাইছে যে আমাজনৰ অন্যতম উপনদী নেগ্ৰোৰ জলস্তৰ কমি গৈছে৷ প্ৰৱল খৰাঙৰ কবলত পৰিছে এই নদী৷ যাৰ প্ৰভাৱ পৰিছে আমাজন বৰ্ষাৰণ্যতো৷

কিমান কমিছে জলস্তৰ?

বিগত শুকুৰবাৰে পোৰ্ট অফ মানাউছত নেগ্ৰো নদীৰ জলস্তৰ নামিছে ১২.৬৬ মিটাৰ পৰ্যন্ত৷ সাধাৰণভাৱে এই স্তৰ থাকে ২১ মিটাৰ৷ ১২২ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নেগ্ৰো নদীৰ জলস্তৰ ইমান নামি গৈছে৷ ইয়াৰ পূৰ্বে সৰ্বনিম্ন যি জলস্তৰ নামিছিল সেয়া আছিল বিগত বৰ্ষত৷ তেতিয়াই চিন্তাত পৰিছিল বিজ্ঞানী৷ কিন্তু এইবাৰ আৰু কমিল জলস্তৰ৷ কিন্তু সেই সময় আছিল অক্টোবৰৰ শেষত৷

ব্ৰাজিলৰ ভূতত্ত্ব বিভাগৰ মতে, নেগ্ৰো নদী অববাহিকাৰ উপৰিভাগত বৰষুণ কম হোৱাৰ পূৰ্বাভাস আছে৷ যাৰ ফলত আগন্তুক সেই সপ্তাহ এই নদীৰ জলস্তৰ আৰু কমিব বুলি পূৰ্বেই জনাই দিয়া হৈছে৷ সেই বিভাগৰ জলবিজ্ঞানী আন্দ্ৰে মাৰ্টিনেল্লিৰ তৰফৰ পৰা জনোৱা হৈছে যে চলিত মাহৰ শেষ পৰ্যন্ত এই নেগ্ৰো নদীৰ জলস্তৰ আৰু নামিব৷

বৰ্ষা আৰু খৰাঙৰ সময়ত আমাজন অববাহিকাৰ জলস্তৰ উঠানমা কৰে৷ কিন্তু এই বছৰত কেৱল নেগ্ৰোৱেই নহয় আমাজনৰ প্ৰায় সকলো উপনদীৰ অৱস্থা তথৈবচ৷ এই তালিকাত আছে আমাজনৰ সকলোতকৈ দীৰ্ঘ উপনদী মাদেইৰাও৷

নেগ্ৰোৰ খুটিনাটি

আমাজন অববাহিকাৰ প্ৰায় ১০শতাংশ পানী বৈ যায় নেগ্ৰো নদীৰে৷ পানীৰ পৰিমাণ চালে দেখা যায় যে নেগ্ৰো বিশ্বৰ ষষ্ঠ বৃহত্তম নদী৷ মানাউছ চহৰৰ ওচৰত আমাজনলৈ আহি মিলিছে এই নেগ্ৰো নদী৷ এই নদীৰ ওপৰত ভৰসা কৰিয়েই আছে গুজৰাণৰ বহু মানুহ৷ ফলত নেগ্ৰো শুকাই যোৱা দেখি হতাশাত ভূগিছে বহু লোক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন
ভাৰত

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

August 24, 2026
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম
বাণিজ্য

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

August 24, 2026
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ
জীৱনশৈলী

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

August 24, 2026
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!
বাণিজ্য

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

August 24, 2026
Next Post
আগন্তুক ২২ দিন ৩ৰাশিৰ বাবে বিশেষ হ’ব! কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতিয়েই উন্নতি ৩ৰাশিৰ

আগন্তুক ২২ দিন ৩ৰাশিৰ বাবে বিশেষ হ’ব! কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতিয়েই উন্নতি ৩ৰাশিৰ

সম্পূৰ্ণ ওলট পালট এক্সিট প’ল, কাশ্মীৰ-হাৰিয়ানাত স্পষ্ট হৈ পৰিছে কোনে গঠন কৰিব চৰকাৰ

সম্পূৰ্ণ ওলট পালট এক্সিট প'ল, কাশ্মীৰ-হাৰিয়ানাত স্পষ্ট হৈ পৰিছে কোনে গঠন কৰিব চৰকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.