• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউৰিক এছিড বাঢ়িছে! এই ৫ ড্ৰাই ফ্ৰুইট নিয়মিত খালেই কমিব বিষ-যন্ত্ৰণা

ইউৰিক এছিড বাঢ়িছে! এই ৫ ড্ৰাই ফ্ৰুইট নিয়মিত খালেই কমিব বিষ-যন্ত্ৰণা

1 year ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

3 minutes ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

25 minutes ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

1 hour ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

2 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

2 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

2 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

2 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

3 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

3 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

3 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

4 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

ইউৰিক এছিড বাঢ়িছে! এই ৫ ড্ৰাই ফ্ৰুইট নিয়মিত খালেই কমিব বিষ-যন্ত্ৰণা

ইউৰিক এছিড বাঢ়িছে! এই ৫ ড্ৰাই ফ্ৰুইট নিয়মিত খালেই কমিব বিষ-যন্ত্ৰণা

editor by editor
October 16, 2024
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
ইউৰিক এছিড বাঢ়িছে! এই ৫ ড্ৰাই ফ্ৰুইট নিয়মিত খালেই কমিব বিষ-যন্ত্ৰণা
0
SHARES
7.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শৰীৰত ইউৰিক এছিডৰ লেভেল স্বাভাৱিকৰ গণ্ডি পাৰ হৈ গলেই সমস্যাৰ আৰম্ভণি। ইউৰিক এছিডৰ লেভেল বাঢ়িলেই ভৰিৰ আঙুলিৰ গাঁঠি গাঁঠিয়ে বিষ হয়। বহুতৰে ভৰি হাত ফুলিও উঠে। ইয়াৰোপৰি তীব্ৰ বিষ হয়। খোজ কাঢ়িবলৈ সমস্যা হয়। এই সমস্যাৰ নাম হৈছে গাউট আৰ্থ্ৰাইটিছ।

এবাৰ এই অসুখত আক্ৰান্ত হলে চিকিৎসকৰ পৰামৰ্শমতে ঔষধ খাব পাৰে। ইয়াৰোপৰি ডায়েটত ড্ৰাই ফ্ৰুইটছ খুবেই উপকাৰী। কেইবিধমান ড্ৰাই ফ্ৰুইটছে ইউৰিক এছিডৰ সমস্যাৰ পৰা ৰেহাই দিব পাৰে। জানি থওক কি কি ড্ৰাই ফ্ৰুইটছ স্বাস্থ্যৰ বাবে অতি উপকাৰী?

ৱালনাট

ৱালনাট বা আখৰোট হৈছে একপ্ৰকাৰৰ বাদামেই। ইয়াত আছে ওমেগা থ্ৰী ফেটি এছিডৰ ভাণ্ডাৰ। আৰু এই উপাদানৰ এণ্টিইনফ্লেমেটৰি গুণ আছে। সেয়ে ৱালটান খালে ফোলা ভাৱ কমি যায়। ইয়াৰ সৈতে বিষ বেদনাও কমে। এই বাদামৰ গুণত ইউৰিক এছিডৰ  লেবেলো কমি যায়। সেয়ে সময় নষ্ট নকৰি নিয়মিত ৱালনাট খাব পাৰে।

কাজুবাদাম

এই সুস্বাদু বাদামো ইউৰিক এছিডৰ সমস্যাৰ ভুক্তভোগীসকলৰ বাবে উপকাৰী। প্ৰকৃততে ইয়াত আছে মোনোএনচুৰেটেড ফেট। আৰু এই উপাদান হাৰ্টৰ বাবে অত্যন্ত উপকাৰী। কেৱল সেয়াই নহয় ইউৰিক এছিড লেভেলক বশ কৰি গাঁঠিৰ বিষ কমোৱাতো সহায় কৰে কাজুৱে। বিশেষজ্ঞৰ মতে নিয়মিত এই বাদাম খাব লাগে। দৈনিক ৫ৰ পৰা ১০ টা কাজু বাদাম খাব পাৰে। তেনেকৈ খালে গেছ, ইউৰিক এছিডৰ সমস্যা দূৰ হয়।

পিস্তা

স্বাস্থ্যগুণত পিস্তাৰ তুলনা নাই। ইয়াত আছে অত্যন্ত উপকাৰী পলিফেনলছ আৰু ফ্লেভোনয়েডছ। আৰু এই সকলো উপাদান অক্সিডেটিভ ষ্ট্ৰেছ কমোৱাত সিদ্ধহস্ত। কেৱল সেয়াই নহয় প্ৰদান প্ৰশমিত কৰিবলৈকো সহায় কৰে এই বাদামে। ইয়াৰ সৈতে শৰীৰত থকা ফ্ৰি ৰেডিকেলছক নিষ্ক্ৰিয় কৰি দিয়া কাম কৰে পিস্তাই। ফলত বিষ কমে। ইয়াৰ সৈতেও পিস্তাৰ একাধিক গুণ আছে। সেয়ে দৈনিক পিস্তা খাব পাৰে।

আলমণ্ড

এই বাদামত আছে ডায়েটৰি ফাইবাৰৰ ভাণ্ডাৰ। এই উপাদানে হজম শক্তি বঢ়াই। ইয়াৰ সৈতে দেহত থকা অত্যধিক ইউৰিক এছিডক কিডনিৰ মাধ্যমেৰে বাহিৰ কৰি দিয়ে। কেৱল সেয়াই নহয় ইয়াত আছে ভিটামিন ইৰ ভাণ্ডাৰ। আৰু এই উপাদানে ইনফ্লামেছন কমায়। সেয়ে দৈনিক আপুনি আলমণ্ড খাব পাৰে।

খেজুৰ

মিঠা খাই ভালপোৱাসকলক বাবে অন্য়তম ড্ৰাই ফ্ৰুইট হৈছে খেজুৰ। ইয়াত আছে পটাছিয়াম আৰু ডায়েটৰি ফাইবাৰ। আৰু এই দুই উপাদানে কিডনিৰ কাৰ্যকাৰিতা বঢ়াই। সেয়ে কিডনিয়ে সহজেই ইউৰিক এছিড শৰীৰৰ পৰা বাহিৰ কৰি দিব পাৰে।

Disclaimer: প্রতিবেদনটো সচেতনতাৰ উদ্দেশ্যে লিখা হৈছে। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামর্শ লওক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?
জীৱনশৈলী

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

April 11, 2026
Next Post
ৰান্ধনীৰ কুকৰ্ম! ৮ বছৰে ধৰি ৰুটিৰ বাবে আটা মাৰোতে মিলাই আহিছিল প্ৰস্ৰাৱ, অৱশেষত লিভাৰ-কিডনীৰ বেমাৰ সম্পূৰ্ণ পৰিয়ালৰ

ৰান্ধনীৰ কুকৰ্ম! ৮ বছৰে ধৰি ৰুটিৰ বাবে আটা মাৰোতে মিলাই আহিছিল প্ৰস্ৰাৱ, অৱশেষত লিভাৰ-কিডনীৰ বেমাৰ সম্পূৰ্ণ পৰিয়ালৰ

অতি শোকাৱহ, নিষ্ঠুৰতাৰে বহুবাৰ আঘাট, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে কঁপাই তুলিব আপোনাকো

অতি শোকাৱহ, নিষ্ঠুৰতাৰে বহুবাৰ আঘাট, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে কঁপাই তুলিব আপোনাকো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.