• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ জন্ম তাৰিখ কি? এইকেইটা তাৰিখত জন্ম যদি ৪২ বছৰৰ পাছত বিপুল সম্পদৰ গৰাকী হ’ব আপুনি

আপোনাৰ জন্ম তাৰিখ কি? এইকেইটা তাৰিখত জন্ম যদি ৪২ বছৰৰ পাছত বিপুল সম্পদৰ গৰাকী হ’ব আপুনি

2 years ago
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

30 minutes ago
তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

44 minutes ago
অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

1 hour ago
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

2 hours ago
‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

3 hours ago
দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

4 hours ago
জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

5 hours ago
পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

6 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission: ফিটমেণ্ট ফেক্টৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব?

7 hours ago
বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

8 hours ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

22 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰ জন্ম তাৰিখ কি? এইকেইটা তাৰিখত জন্ম যদি ৪২ বছৰৰ পাছত বিপুল সম্পদৰ গৰাকী হ’ব আপুনি

আপোনাৰ জন্ম তাৰিখ কি? এইকেইটা তাৰিখত জন্ম যদি ৪২ বছৰৰ পাছত বিপুল সম্পদৰ গৰাকী হ’ব আপুনি

editor by editor
October 19, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
আপোনাৰ জন্ম তাৰিখ কি? এইকেইটা তাৰিখত জন্ম যদি ৪২ বছৰৰ পাছত বিপুল সম্পদৰ গৰাকী হ’ব আপুনি
0
SHARES
5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জন্মতাৰিখ অনুসৰি আমাৰ সকলোৰে এটাকৈ মূলাঙ্ক বা ৰোট নাম্বাৰ থাকে৷ জন্মতাৰিখৰ প্ৰতিটো সংখ্যাই পৰস্পৰৰ সৈতে যোগ কৰি ১ৰ পৰা ৯ৰ মাজত যি সংখ্যা পোৱা যায় সেয়াই হৈছে আমাৰ মুলাঙ্ক৷ মুলাঙ্ক ৪ৰ কথা যদি চাও তেন্তে মাহৰ ৪, ১৩,২২ আৰু ৩১ তাৰিখে যিসকলৰ জন্ম তেওঁলোকৰ মূলাঙ্ক হৈছে ৪৷ নিউমাৰলজি অনুসৰি ৪সংখ্যাৰ অধিপতি গ্ৰহ হৈছে ৰাহু৷ জানি থওক জীৱনৰ কোন সময়ত ৰাহুৰ কৃপাত সকলোতকৈ বেছি সাফল্য লাভ কৰে ৪মূলাঙ্কৰ জাতকে?

এজন মানুহৰ স্বভাৱ, প্ৰকৃতি, ব্যৱহাৰ, দাম্পত্য জীৱন, কেৰিয়াৰ, আৰ্থিক অৱস্থা এই সকলোবোৰ তেওঁৰ মূলাঙ্ক চাই বিচাৰ কৰা হয়৷ মূলাঙ্কৰ যি অধিপতি গ্ৰহ হয় সেই মূলাঙ্কৰ জাতকৰ ওপৰত সেই গ্ৰহৰ বিশেষ প্ৰভাৱ লক্ষ্য কৰা যায়৷ বৈদিক জ্যোতিষত ৰাহুক নিষ্ঠুৰ গ্ৰহ হিচাপে উল্লেখ কৰা আছে৷ কাৰোবাৰ কাৰোবাৰ ওপৰত অৱশ্যে ৰাহুৱে কৃপা বৰ্ষিত কৰে৷

প্ৰথমে সংকট তাৰপিছত সাফল্য

ৰাহুৰ প্ৰভাৱত ৪মূল্যাঙ্কৰ জাতকৰ জীৱনত আৰম্ভণিতে কিছু কিছু সমস্যা আহে৷ কিন্তু বয়স যিমানেই বাঢ়ি যায় সিমানেই সাফল্যৰ দিশে এওঁলোক আগুৱাই যায়৷ সাধাৰণতে দেখা গৈছে যে ৰাহুৰ প্ৰভাৱত ৪মূল্যাঙ্কৰ জাতকে ৪২ বছৰ বয়সৰ পাছত প্ৰচুৰ সাফল্য লাভ কৰে৷ ৰাহুৱে এওঁলোকৰ জীৱনত হঠাৎ পৰিবৰ্তন আনে৷ নিশাৰ ভিতৰতেই বিপুল সম্পত্তিৰ গৰাকী হৈ যাব পাৰে ৪মূল্যাঙ্কৰ জাতক৷

বাস্তৱবাদী

৪মূল্যাঙ্কৰ জাতক সদায় বাস্তৱবাদী হয়৷ এওঁলোকে যিকোনো বিষয় বাস্তৱজনোচিত ভাৱে চিন্তা কৰে৷ ইয়াৰোপৰি ৪মূল্যাঙ্কৰ জাতকে সকলো কাম পৰিকল্পনামতেই কৰে৷ এওঁলোকৰ প্ৰকৃতি ৰহস্যময় আৰু নিজৰ মনৰ কথা এওঁলোকে চিধাকৈ কোৱাৰ সলনি ঘূৰাই পকাই কৈ ভাল পায়৷

জেদী

৪মূল্যাংকৰ জাতকে ৰাহুৰ প্ৰভাৱত বেছ কিছু জেদ দেখুৱাই৷ এওঁলোকে নিজৰ জীৱন নিজৰ ইচ্ছামতে কটাই ভালপায়৷ অন্য কাৰোৰে পৰামৰ্শ শুনিবলৈ এওঁলোকে মুঠেও পছন্দ নকৰে৷ ইয়াৰোপৰি বেছ কিছু বেয়া অভ্যাস আৰু নিচা থাকে এই ৪মূল্যাঙ্কৰ জাতকৰ৷ এই সকলোবোৰেৰে এওঁলোকে নিজেই নিজৰ জীৱন ধ্বংসও কৰে৷

সাজি কাচি ভালপায়

এওঁলোকে সকলো সময়তে নিজৰ চৌপাশ পৰিষ্কাৰকৈ ৰাখি ভালপায়৷ এওঁলোকে কদৰ্যময় পৰিবেশ মুঠেও পছন্দ নকৰে৷ সকলো সামৰি নাৰাখিলে এওঁলোকৰ জীৱনত ৰাহুৰ অশুভ প্ৰভাৱো আহি পৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

June 28, 2026
তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!
বাণিজ্য

তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

June 28, 2026
অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল
বিনোদন

অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

June 28, 2026
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP
অসম

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

June 28, 2026
Next Post
বিজেপি নেতাৰ পুত্ৰৰ বিয়া, পাকিস্তানী কইনা, দৰাই কি আহ্বান জনালে মোদীক

বিজেপি নেতাৰ পুত্ৰৰ বিয়া, পাকিস্তানী কইনা, দৰাই কি আহ্বান জনালে মোদীক

৬মাহ থাকিব শনিৰ শ শ ৰাজযোগ, গ্ৰহৰাজৰ দয়াত উন্নতিৰ শিখৰত উঠিব এই ৫ৰাশি

৬মাহ থাকিব শনিৰ শ শ ৰাজযোগ, গ্ৰহৰাজৰ দয়াত উন্নতিৰ শিখৰত উঠিব এই ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.