• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪ দিন পূৰ্বেই নিহত হৈছিল পুত্ৰ, একেটা ঘৰতে থাকিয়ো অজ্ঞাত অন্ধ পিতৃ-মাতৃ, মাত দি থাকিল পুত্ৰক

2 years ago
বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

14 minutes ago
দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

46 minutes ago
চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

1 hour ago
বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

2 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

3 hours ago
জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

4 hours ago
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

5 hours ago
পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৪ দিন পূৰ্বেই নিহত হৈছিল পুত্ৰ, একেটা ঘৰতে থাকিয়ো অজ্ঞাত অন্ধ পিতৃ-মাতৃ, মাত দি থাকিল পুত্ৰক

editor by editor
October 29, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
৪ দিন পূৰ্বেই নিহত হৈছিল পুত্ৰ, একেটা ঘৰতে থাকিয়ো অজ্ঞাত অন্ধ পিতৃ-মাতৃ, মাত দি থাকিল পুত্ৰক
0
SHARES
536
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৪ দিন পূৰ্বেই নিহত হৈছিল পুত্ৰ, একেটা ঘৰতে থাকিয়ো অজ্ঞাত অন্ধ পিতৃ-মাতৃ, মাত দি থাকিল পুত্ৰক

হায়দৰাবাদৰ এহাল বৃদ্ধ দম্পতীয়ে নিজৰ পুত্ৰৰ মৃতদেহ লৈ চাৰিদিন ধৰি বাস কৰি আছিল। খাদ্য-পানীৰ বাবে অবিৰতভাৱে মাত দিও আছিল পুত্ৰক। কেতিয়াবা খাদ্য বিচাৰিছিল আৰু কেতিয়াবা পানী বিচাৰি মাতি আছিল কিন্তু কোনো সঁহাৰি পোৱা নাছিল পুত্ৰৰ ফালৰ পৰা।

কিয়নো বৃদ্ধি অন্ধ পিতৃ-মাতৃক কেৱল পুত্ৰই হে যোগাৰ ধৰিছিল খাদ্য-পানীৰ। সেইয়ে পুত্ৰকেই মাতি থাকিল দুয়ো অন্ধ পিতৃ-মাতৃ। কিন্তু ৪ দিন ধৰি নাছিল পুত্ৰৰ কোনো খা-খবৰ। কাৰণ ৪ দিন পূৰ্বেই মৃত্যু ঘটে পুত্ৰৰ।

অৱশেষত কোনো খাদ্য-পানী নাপাই অৰ্ধচেতন হৈ পৰে দুয়ো পিতৃ-মাতৃ। আনহাতে ৪ দিন ধৰি ঘৰৰ ভিতৰতে পৰি থাকে পুত্ৰৰ নিথৰ দেহ। যাৰ ফলত অৱশেষত দুৰ্গন্ধ বিয়পি পৰে চাৰিওফালে। চুবুৰিয়াই সেই দুৰ্গন্ধ পোৱাৰ পাছতেই খবৰ কৰে আৰক্ষীক।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দৰ্জা খুলি যেতিয়া ঘৰৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়াই আচৰিত হৈ পৰে সকলো। কিয়নো এফালে অন্ধ পিতৃ-মাতৃ অৰ্ধচেতন অৱস্থাত আনাফালে পুত্ৰৰ নিথৰ দেহ। সেই নিথৰ দেহেই লাহে লাহে পচিবলৈ ধৰাত চাৰিওপালে দুৰ্গন্ধ বিয়পি পৰে।

তেতিয়াহে চুবুৰিয়াই এই বিষয়ে কিছু সন্দেহ হোৱাত আৰক্ষীক খবৰ কৰাত সকলো ওলাই পৰে। আৰক্ষীয়ে লগে লগে বৃদ্ধ পিতৃ-মাতৃ হালক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে খাদ্য-পানী যোগাৰ ধৰে। তেতিয়াহে কিছু সুস্থিৰ হয় দম্পতি হাল।

আনহাতে ৩০ বছৰীয়া পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। প্ৰাথমিক তদন্তত আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ৪-৫ দিন মান পূৰ্বে নিশা শুই থকা অৱস্থাতে মৃত্যু ঘটে পুত্ৰৰ। এতিয়া মৰণোত্তৰ পৰীক্ষাৰ পাছতহে জানিব পৰা যাব পুত্ৰৰ মৃত্যুৰ প্ৰকৃত কাৰণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BlindBlind PeopleTelengana
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?
জীৱনশৈলী

May 25, 2026
বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?
জীৱনশৈলী

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

May 25, 2026
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক
জীৱনশৈলী

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

May 25, 2026
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক
জীৱনশৈলী

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

May 25, 2026
Next Post
শুক্ৰৰ ট্ৰেনজিটৰ বাবে ৩ ৰাশিৰ সোণালী সময় আৰম্ভ, হঠাৎ হাতলৈ আহিব ধন

পুনৰ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ কেপ্টেইন হ’ব কোহলী, কিন্তু ধৰি দিলে চৰ্ত

পুনৰ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ কেপ্টেইন হ'ব কোহলী, কিন্তু ধৰি দিলে চৰ্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন