• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰবি যোগৰ সৈতে সুকৰ্ম যোগ, কাইলৈ সোণৰ দৰে ভাগ্য উজলিব ৫ৰাশিৰ জাতকৰ

ৰবি যোগৰ সৈতে সুকৰ্ম যোগ, কাইলৈ সোণৰ দৰে ভাগ্য উজলিব ৫ৰাশিৰ জাতকৰ

2 years ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

7 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

7 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

8 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

8 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

8 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

9 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

10 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

10 hours ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

11 hours ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

12 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

12 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰবি যোগৰ সৈতে সুকৰ্ম যোগ, কাইলৈ সোণৰ দৰে ভাগ্য উজলিব ৫ৰাশিৰ জাতকৰ

ৰবি যোগৰ সৈতে সুকৰ্ম যোগ, কাইলৈ সোণৰ দৰে ভাগ্য উজলিব ৫ৰাশিৰ জাতকৰ

editor by editor
November 4, 2024
in জীৱনশৈলী
0
ৰবি যোগৰ সৈতে সুকৰ্ম যোগ, কাইলৈ সোণৰ দৰে ভাগ্য উজলিব ৫ৰাশিৰ জাতকৰ
0
SHARES
8.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৫ নৱেম্বৰ ২০২৪ মঙলবাৰে চন্দ্ৰই বৃশ্চিক ৰাশি ত্যাগ কৰি ধনু ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ কাতি মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথি৷ কাইলৈ নিশা ১২বাজি ১৬ মিনিট পৰ্যন্ত চতুৰ্থী পৰিছে৷ এই সময়ত সূৰ্যই তুলা ৰাশিত অৱস্থান কৰিছে৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ সুকৰ্ম যোগ আৰু ৰবি যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ দিনত প্ৰথমে থাকিব জ্যেষ্ঠা আৰু পাছত মূল নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত মঙলবাৰ  হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কোনে কোনে প্ৰচুৰ সুখ সাফল্য লাভ কৰিব?

বৃষ ৰাশি

কাইলৈ ৫ নৱেম্বৰত সুকৰ্ম যোগৰ প্ৰভাৱত ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ৷ বজৰংবলীৰ কৃপাত কাইলৈ আপুনি শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা মুক্তি পাব৷ কোনো সম্পত্তিৰ লেনদেন কৰিব বিচাৰিলে কাইলৈ দিনটো শুভ৷ দাম্পত্য জীৱনত কাইলৈ সুখ আপুৰ প্ৰেম বৰ্তি থাকিব৷ প্ৰয়োজনৰ সময়ত জীৱনসংগীক নিজৰ কাষত পাব বৃষ ৰাশিৰ জাতকে৷ যিসকল অবিবাহিত তেওঁলোকৰ বিবাহৰ কথা পাক্কা হ’ব৷

কন্যা ৰাশি

কাইলৈ সৌভাগ্য লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ কাইলৈ প্ৰচুৰ আনন্দ আপুনি লাভ কৰিব পাৰে৷ কোনো ঘৰ বা বাহন ক্ৰয়ৰ দীৰ্ঘদিনীয়া ইচ্ছা থাকিলে কাইলৈ আৰু সফল হ’ব৷ কেৰিয়াৰত কিছু শুভ পৰিবৰ্তন দেখা পাব৷ পৰিশ্ৰম কৰিলে তাৰ শুভ ফল লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ কোনো ভাল কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷

তুলা ৰাশি

ৰবি যোগৰ প্ৰভাৱত কাইলৈ ধন লাভ কৰিব পাৰে তুলা ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ সকলো কামতেই কাইলৈ ভৰপুৰ সাফল্য লাভ কৰিব৷ পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাব পাৰিব৷ ইয়াৰ ফলত আপোনাৰ মনত সুখ আৰু শান্তি থাকিব৷ যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকেও কোনো সুখবৰ পাব পাৰে৷ কাৰ্যালয়ত আপোনাৰ পৰিস্থিতি ভাল হ’ব৷

ধনু ৰাশি

মঙলবাৰে বজৰংবলীৰ আশীৰ্বাদ বৰ্ষিত হ’ব ধনু ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহ বাঢ়িব আপোনাৰ৷ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাৰে৷ কাইলৈ আপোনাৰ ব্যৱহাৰৰ মাধুৰ্যই সকলোকে মুগ্ধ কৰিব৷ ইয়াৰ ফলত সকলোৰে সৈতে কাইলৈ ভাল সম্পৰ্ক বজায় ৰাখিব পাৰিব৷ কৰ্মক্ষেত্ৰত লাভৱান হ’ব ধনু ৰাশিৰ জাতক৷ আৰ্থিকভাৱে লাভৱান হ’ব৷

কুম্ভ ৰাশি

কাইলৈ অনুৰাধা নক্ষত্ৰৰ শুভ প্ৰভাৱ থাকিব কুম্ভ ৰাশিৰ জাতকৰ ওপৰত৷ সামাজিক মিলামিছাৰ বাবে আপোনাৰ বহু বন্ধু গঢ়ি উঠিব৷ ইয়াৰ ফলত নিজৰ সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব৷ সকলোৰে সৈতে সুসম্পৰ্ক থাকিব৷ মানসিক চাপমুক্ত হৈ কাইলৈ দিনটো কটাব কুম্ভ ৰাশিৰ জাতকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!
জীৱনশৈলী

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

September 3, 2026
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা
জীৱনশৈলী

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

September 3, 2026
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান
জীৱনশৈলী

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

September 3, 2026
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন
জীৱনশৈলী

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

September 3, 2026
Next Post
অপূৰ্ণ প্ৰেম, অথচ টাটাই পাহৰিব নোৱাৰিলে সেই প্ৰেয়সীক, প্ৰেম ভঙাৰ ৫০ বছৰ পাছত ৰতন টাটাই আকৌ কিয় লগ কৰিছিল প্ৰেয়সী কেৰোলিনক?

অপূৰ্ণ প্ৰেম, অথচ টাটাই পাহৰিব নোৱাৰিলে সেই প্ৰেয়সীক, প্ৰেম ভঙাৰ ৫০ বছৰ পাছত ৰতন টাটাই আকৌ কিয় লগ কৰিছিল প্ৰেয়সী কেৰোলিনক?

কাইলৈৰ পৰা আৰম্ভ ষট পূজা, কোন দেৱতাৰ পূজা কৰা হয় ষটত? কোনে প্ৰথমে ষট পূজা পালন কৰিছিল?

কাইলৈৰ পৰা আৰম্ভ ষট পূজা, কোন দেৱতাৰ পূজা কৰা হয় ষটত? কোনে প্ৰথমে ষট পূজা পালন কৰিছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.