• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৰ্থনীতিৰ স্নাতক ড’নাল্ড ট্ৰাম্পে কৰাইছিল ৩খনকৈ বিবাহ, পৰিয়ালত এতিয়া কোন কোন !

অৰ্থনীতিৰ স্নাতক ড’নাল্ড ট্ৰাম্পে কৰাইছিল ৩খনকৈ বিবাহ, পৰিয়ালত এতিয়া কোন কোন !

1 year ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

9 minutes ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

36 minutes ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

1 hour ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

1 hour ago
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

2 hours ago
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

2 hours ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

3 hours ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

4 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

5 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

6 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

6 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অৰ্থনীতিৰ স্নাতক ড’নাল্ড ট্ৰাম্পে কৰাইছিল ৩খনকৈ বিবাহ, পৰিয়ালত এতিয়া কোন কোন !

editor by editor
November 6, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
অৰ্থনীতিৰ স্নাতক ড’নাল্ড ট্ৰাম্পে কৰাইছিল ৩খনকৈ বিবাহ, পৰিয়ালত এতিয়া কোন কোন !
0
SHARES
210
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৰ্থনীতিৰ স্নাতক ড’নাল্ড ট্ৰাম্পে কৰাইছিল ৩খনকৈ বিবাহ, পৰিয়ালত এতিয়া কোন কোন !

ড’নাল্ড ট্ৰাম্প পুনৰবাৰ বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। কমলা হেৰিছক পৰাস্ত কৰি ড’নাল্ড ট্ৰাম্পে পুনৰ হোৱাইট হাউছ দখল কৰে। ট্ৰাম্পে ৰিপাব্লিকান পাৰ্টিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। দ্বিতীয় বাৰৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় ট্ৰাম্প।

এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ৰ পৰা ৰাজনীতিত প্ৰৱেশ কৰাৰ লগতে বিশ্বৰ অন্যতম শক্তিশালী দেশৰ ৰাষ্ট্ৰপতি হোৱালৈ ট্ৰাম্পৰ জীৱন অতিকে আকৰ্ষণীয়। অৰ্থনীতিৰ স্নাতক ট্ৰম্পে জীৱন কালত বহু টকা উপাৰ্জন কৰিছে। তিনিখনকৈ বিবাৰ বান্ধোনত বান্ধ খোৱা ট্ৰাম্পৰ পৰিয়ালৰ সকলো সদস্যৰ সৈতে অতিকে ভাল সম্পৰ্ক।

নিৰ্বাচনত ট্ৰাম্পক প্ৰচাৰ অভিযানত পৰিয়ালৰ সকলো সদস্য জড়িত আছিল। এনে পৰিস্থিতিত মানুহৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে ড’নাল্ড ট্ৰাম্পৰ পৰিয়ালত কোন কোন আছে।

১৯৪৬ চনত নিউয়ৰ্কৰ কুইন্সত জন্মগ্ৰহণ কৰা ড’নাল্ড ট্ৰাম্প দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হয়। তেওঁৰ সম্পূৰ্ণ নাম ড’নাল্ড জন ট্ৰাম্প। নিউয়ৰ্ক মিলিটাৰী একাডেমীত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা ট্ৰাম্পে পিছত নিউয়ৰ্ক চহৰৰ ফৰ্ডাম বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে আৰু তাৰ পিছত পেনচিলভেনিয়াৰ ৱাৰ্টন স্কুল অৱ ফাইনেন্সত অৰ্থনীতিৰ শিক্ষা গ্ৰহণ কৰে।

১৯৬৬ চনত অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰি পিতৃৰ ব্যৱসায়ত যোগদান কৰে। ৰিয়েল ইষ্টেট ব্যৱসায়টোক ট্ৰাম্প অৰ্গেনাইজেশ্যন নামৰ ব্ৰেণ্ড কৰি তোলে।

ড’নাল্ড ট্ৰাম্পৰ বিবাহিত জীৱনৰ কথা কবলৈ গ’লে তেওঁৰ প্ৰথম বিবাহ আছিল ইভানা ট্ৰাম্পৰ সৈতে। যাৰ ফালৰ পৰা ট্ৰাম্পৰ তিনি সন্তান আছিল, যাৰ নাম ড’নাল্ড জুনিয়ৰ, এৰিক আৰু ইভাংকা।

তেওঁৰ দ্বিতীয় বিবাহ আছিল অভিনেত্ৰী আৰু মডেল মাৰ্লা মেপলছৰ সৈতে, যাৰ সৈতে আছে এগৰাকী কন্যা টিফানী ট্ৰাম্প । ট্ৰাম্পৰ তৃতীয় বিবাহ মেলানিয়া ট্ৰাম্পৰ সৈতে হৈছিল, যাৰ সৈতে তেওঁৰ এজন পুত্ৰ আছে, নাম বেৰন।

সন্তানৰ ফালৰ পৰা বৰ্তমানে ডাঙৰ পুত্ৰ ড’নাল্ড জুনিয়ৰক প্ৰায়ে পিতৃৰ সৈতে দেখা যায়। ড’নাল্ড ট্ৰাম্পৰ ৰাজনৈতিক কাম চোৱাচিতা কৰাৰ লগতে পিতৃৰ ব্যৱসায়ো চম্ভালে। ড’নাল্ড ট্ৰাম্পৰ প্ৰথম ৰাষ্ট্ৰপতি কাৰ্যকালত জ্যেষ্ঠ কন্যা ইভাংকা ট্ৰাম্প হোৱাইট হাউছত উপদেষ্টা আছিল, আনহাতে তেওঁৰ স্বামী জেৰেড কুছনাৰ জ্যেষ্ঠ উপদেষ্টা আছিল।

ট্ৰাম্পৰ আন এজন পুত্ৰ এৰিক ট্ৰাম্পেও পিতৃৰ ব্যৱসায় চম্ভালে। টিফানী ট্ৰাম্প এখন বিশ্ববিদ্যালয়ৰ গৱেষণা সহায়িকা আৰু কনিষ্ঠ পুত্ৰ বেৰন ট্ৰাম্প বৰ্তমান অধ্যয়ন কৰি আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: america presidentAmerican PresidentDonaldDonald TrumpTrump
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
জীৱনশৈলী

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

April 13, 2026
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?
জীৱনশৈলী

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

April 13, 2026
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?
জীৱনশৈলী

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

April 13, 2026
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?
জীৱনশৈলী

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

April 13, 2026
Next Post
কাইলৈ ধনু ৰাশিত শুক্ৰৰ ট্ৰেনজিট, ৫ ৰাশিৰ ইৰ্ষণীয় সাফল্য

কাইলৈ ধনু ৰাশিত শুক্ৰৰ ট্ৰেনজিট, ৫ ৰাশিৰ ইৰ্ষণীয় সাফল্য

‘মহিলাক মাহে ৩ হাজাৰ – কৃষকৰ ঋণ ৰেহাই’- মহাৰাষ্ট্ৰত ৫ প্ৰতিশ্ৰুতি মহাবিকাশ আঘাড়ীৰ

'মহিলাক মাহে ৩ হাজাৰ - কৃষকৰ ঋণ ৰেহাই'- মহাৰাষ্ট্ৰত ৫ প্ৰতিশ্ৰুতি মহাবিকাশ আঘাড়ীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.