• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছলমান খানৰ বিয়া ! ৫৮ বৰ্ষীয় ছলমান খানৰ বহু চৰ্চিত বান্ধৱীৰ সৈতে বিশেষ ফটো

ছলমান খানৰ বিয়া ! ৫৮ বৰ্ষীয় ছলমান খানৰ বহু চৰ্চিত বান্ধৱীৰ সৈতে বিশেষ ফটো

2 years ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

10 minutes ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

41 minutes ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

1 hour ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

2 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

3 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

4 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

4 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

5 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

5 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

6 hours ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

7 hours ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ছলমান খানৰ বিয়া ! ৫৮ বৰ্ষীয় ছলমান খানৰ বহু চৰ্চিত বান্ধৱীৰ সৈতে বিশেষ ফটো

editor by editor
December 8, 2024
in চিনেমা, বিবিধ, বিশ্ব, ভাৰত
0
ছলমান খানৰ বিয়া ! ৫৮ বৰ্ষীয় ছলমান খানৰ বহু চৰ্চিত বান্ধৱীৰ সৈতে বিশেষ ফটো
0
SHARES
449
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছলমান খানৰ বিয়া ! ৫৮ বৰ্ষীয় ছলমান খানৰ বহু চৰ্চিত বান্ধৱীৰ সৈতে বিশেষ ফটো

বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ কিছু বিশেষ ফটো বৰ্তমানে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত ছলমানক তেওঁৰ বহু চৰ্চিত বিশেষ বান্ধৱী ইউলিয়া ভান্টুৰৰ পৰিয়ালৰ সৈতে।

ভাইৰেল হোৱা এই ফটোবোৰত ছলমান খানক দেখা গৈছে ইউলিয়াৰ পিতৃৰ সৈতে। ইউলিয়াৰ পিতৃৰ জন্মদিন বিশেষ এই ফটোবোৰ। এই ফটোবোৰেই বৰ্তমানে সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে। এই ফটোবোৰ ভাইৰেল হোৱাৰ পাছতে এতিয়া অনুৰাগীসকলে পুনৰবাৰ ছলমানৰ বিবাহক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে।

https://www.instagram.com/p/DDSfTUFoSat/?utm_source=ig_web_copy_link

ছলমান খান আৰু ইউলিয়া ভান্টুৰৰ সম্পৰ্কক লৈ প্ৰায়ে চৰ্চাৰ বিষয় হৈ আহিছিল যদিও শেহতীয়াকৈ তেওঁলোকৰ ক্ৰমবৰ্ধমান ঘনিষ্ঠতাই পুনৰবাৰ অনুৰাগীৰ মাজত বিভিন্ন প্ৰশ্নই উক দি উঠিছে। ইউলিয়া ভান্টুৰে নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এখন ফটো, য’ত ছলমান খানক তেওঁৰ পৰিয়ালৰ সৈতে দেখা গৈছে। এই ছবিখনত তেওঁলোকৰ মাজৰ ভল সম্পৰ্ক দেখুওৱা হৈছে।

উল্লেখ্য যে, ডুবাইত ইউলিয়াৰ পিতৃৰ জন্মদিন উদযাপন বিশেষে ছলমান খান তাত উপস্থিত হৈছিল। সেই জন্মদিন উদযাপনৰ সময়তে ইউলিয়াৰ পিতৃৰ সৈতে পোজ দিয়ে ছলমানে। যাৰ বাবেই অনুৰাগীসকল ছলমান-ইউলিয়াৰ বিষয়ে অধিক ভাবিবলৈ বাধ্য হয়।

ছলমান খান আৰু ইউলিয়াৰ পিতৃৰ ছবিখনত মন্তব্য কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে – বিয়া হওক বন্ধু! অতি সুন্দৰ দম্পতী। আনহাতে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে – এই আচৰিত কথাটো একেবাৰেই আশা কৰা হোৱা নাছিল। ইউলিয়া মেম। আনএজন ব্যৱহাৰকাৰীয়ে আনকি ছলমান আৰু ইউলিয়াৰ পিতৃক শহুৰেক আৰু জোঁৱাই বুলিও অভিহিত কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Salman KhanSalman Khan Marriageviral photo
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক
অপৰাধ

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

October 23, 2026
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…
অপৰাধ

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

October 23, 2026
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!
জীৱনশৈলী

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

October 23, 2026
Next Post
সামাজিক মাধ্যম খলকনি ধাৰ্মিক চোৰৰ, চোৰ কৰাৰ পূৰ্বে পূজা, ভাইৰেল ভিডিঅ’

সামাজিক মাধ্যম খলকনি ধাৰ্মিক চোৰৰ, চোৰ কৰাৰ পূৰ্বে পূজা, ভাইৰেল ভিডিঅ'

বছৰটোৰ শেষত শনিৰ স্থান সলনিয়ে নতুন বছৰত লাভান্বিত কৰিব ৪ ৰাশিৰ লোকক

বছৰটোৰ শেষত শনিৰ স্থান সলনিয়ে নতুন বছৰত লাভান্বিত কৰিব ৪ ৰাশিৰ লোকক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.