• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মমতা কুলকৰ্ণীৰ বাবে কিন্নৰ সমাজত হাহাকাৰ, নিষ্কাশিত মহামণ্ডলেশ্বৰ লক্ষ্মী নাৰায়ণ

1 year ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

13 minutes ago
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

39 minutes ago
বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

1 hour ago
সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট!  কি কি সেৱাত পৰিব প্ৰভাৱ?

2 hours ago
Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

3 hours ago
8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

4 hours ago
ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

5 hours ago
iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মমতা কুলকৰ্ণীৰ বাবে কিন্নৰ সমাজত হাহাকাৰ, নিষ্কাশিত মহামণ্ডলেশ্বৰ লক্ষ্মী নাৰায়ণ

editor by editor
January 31, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
মমতা কুলকৰ্ণীৰ বাবে কিন্নৰ সমাজত হাহাকাৰ, নিষ্কাশিত মহামণ্ডলেশ্বৰ লক্ষ্মী নাৰায়ণ
0
SHARES
656
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মমতা কুলকৰ্ণীৰ বাবে কিন্নৰ সমাজত হাহাকাৰ, নিষ্কাশিত মহামণ্ডলেশ্বৰ লক্ষ্মী নাৰায়ণ

চলচ্চিত্ৰ অভিনেত্ৰী মমতা কুলকাৰ্ণীক মহামণ্ডলেশ্বৰ বনোৱাৰ পিছত কিন্নৰ আখৰাত আৰম্ভ হৈছে কন্দল। আখৰাৰ সন্তসকলে উত্থাপন কৰা আপত্তিৰ পিছতে আখৰাৰ প্ৰতিষ্ঠাপক ঋষি অজয়​দাসে কিন্নৰ আখৰাৰ আচাৰ্য মহামণ্ডলেশ্বৰ লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীক পদৰ পৰা অপসাৰণ কৰিছে।

এই সন্দৰ্ভত এখন পত্ৰও জাৰি কৰা হৈছে। এই সমস্ত ঘটনাৰ মূলতে বলীউড অভিনেত্ৰী মমতা কুলকাৰ্ণী। মমতাক মহামণ্ডলেশ্বৰৰ উপাধি দিয়াৰ বাবেই আচাৰ্য লক্ষ্মী নাৰায়ণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলি আছিল কিন্নৰ সমাজত। কিন্নৰ আখৰাৰ ভিতৰতে অভিনেত্ৰীগৰাকীক মহামণ্ডলেশ্বৰ বনোৱাৰ সন্দৰ্ভত প্ৰতিবাদ আৰম্ভ হৈছিল।

কিন্নৰ আখৰাৰ প্ৰতিষ্ঠাপক অজয় দাস আৰু আচাৰ্য মহামণ্ডলেশ্বৰ ডাঃ লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীৰ মাজত এই বিষয়ত তীব্ৰ বাক-বিতণ্ডাও আৰম্ভ হৈছে। লগতে অজয় দাসে ত্ৰিপাঠীৰ লগতে মমতাকো পদৰ পৰা অপসাৰণ কৰিছে।

আনহাতে লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীয়ে অভিযোগ তুলি কয় যে, বৰ্তমানে কোনো ক্ষমতাত নাই অজয় দাস। কি ক্ষমতাত অজয়​দাসে এই ব্যৱস্থা ল’ব। ইতিমধ্যে তেওঁক ৰঙ্গমঞ্চৰ পৰা বহিষ্কাৰ কৰা হৈছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এখন পত্ৰত অজয় দাসে কয় যে ২০১৫-১৬ চনত লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীক উজ্জয়নৰ মহাকুম্ভত আচাৰ্য মহামণ্ডলেশ্বৰৰ পদত নিযুক্তি দিয়া হৈছিল। যি উদ্দেশ্যৰ বাবে তেওঁক উপাধি দিয়া হৈছিল, তাৰ পৰা তেওঁ বিচ্যুত হৈছে। সেইবাবেই তেওঁক পদৰ পৰা অপসাৰণ কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bollywood actressKinnar SamajMahakumbhMahakumbh MelaMahamandalesswarMamata Kulkarni
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?
অসম

May 5, 2026
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?
জীৱনশৈলী

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

May 5, 2026
সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট!  কি কি সেৱাত পৰিব প্ৰভাৱ?
বাণিজ্য

সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট! কি কি সেৱাত পৰিব প্ৰভাৱ?

May 5, 2026
হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!
জীৱনশৈলী

হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

May 5, 2026
Next Post
ফেব্ৰুৱাৰীত শনিৰ ঘৰলৈ আহিব সূৰ্য, ২ শত্ৰু মুখামুখি হোৱাত বিপদ বাঢ়িব এই ৫ৰাশিৰ জাতকৰ

যাত্ৰাৰ দূৰত্ব একেই থাকিলেও কমিব সময়! ৩১ মাৰ্চত চমক দিবলৈ সাজু ভাৰতীয় ৰে’ল বিভাগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন