• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অশান্ত বাংলাদেশত ক্ৰেনেৰে গুৰি কৰা হ’ল বংগবন্ধুৰ ঘৰ, তছনছ স্মৃতি, কিয় আকৌ উত্তাল বাংলাদেশ?

অশান্ত বাংলাদেশত ক্ৰেনেৰে গুৰি কৰা হ’ল বংগবন্ধুৰ ঘৰ, তছনছ স্মৃতি, কিয় আকৌ উত্তাল বাংলাদেশ?

2 years ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

60 minutes ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

1 hour ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

2 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

2 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

3 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

4 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

5 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

5 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

6 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

7 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

8 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অশান্ত বাংলাদেশত ক্ৰেনেৰে গুৰি কৰা হ’ল বংগবন্ধুৰ ঘৰ, তছনছ স্মৃতি, কিয় আকৌ উত্তাল বাংলাদেশ?

অশান্ত বাংলাদেশত ক্ৰেনেৰে গুৰি কৰা হ’ল বংগবন্ধুৰ ঘৰ, তছনছ স্মৃতি, কিয় আকৌ উত্তাল বাংলাদেশ?

editor by editor
February 6, 2025
in বিবিধ, বিশ্ব
0
অশান্ত বাংলাদেশত ক্ৰেনেৰে গুৰি কৰা হ’ল বংগবন্ধুৰ ঘৰ, তছনছ স্মৃতি, কিয় আকৌ উত্তাল বাংলাদেশ?
0
SHARES
495
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শেখ হাছিনাই বিদেশৰ পৰা ভাষণ দিয়াৰ ঘোষণাৰ পাছতেই আকৌ অশান্ত বাংলাদেশ৷ বংগবন্ধুৰ ধানমণ্ডিৰ ঘৰত তাণ্ডৱ চলাইছে ক্ষুদ্ধ প্ৰতিবাদকাৰীয়ে৷ ভৱনৰ তৃতীয় মহলাৰ এটা অংশ জ্বলাই দিছে প্ৰতিবাদকাৰীয়ে৷ বাংলাদেশৰ সংবাদপত্ৰ প্ৰথম আলোৱে প্ৰকাশ কৰিছে এই খবৰ৷

https://www.prothomalo.com/bangladesh/ncmsfe7zwo

বৃহস্পতিবাৰে পুৱা শ্বেখ মুজিবুৰ ৰহমানৰ ঘৰ ভাঙিছে দুষ্কৃতিকাৰীয়ে৷ ভাৰী যন্ত্ৰৰে অবাধে ভাঙি পেলাইছে ঘৰ৷ ঘৰৰ সন্মুখৰ অংশৰ চাৰিমহলা পৰ্যন্ত ভাঙি গুৰি কৰি দিছে দুষ্কৃতিকাৰীয়ে৷ ইটা, কাঠ, হাঁতুৰি দি ভাঙি দিয়া হৈছে দুৱাৰ, গ্ৰীল সকলো৷ অনা হৈছে ক্ৰেনো৷ ঢাকাৰ ধানমণ্ডিৰ ৩২ নম্বৰত শ্বেখ মুজিবুৰ ৰহমানৰ স্মৃতি বিজৰিত সেই ঘৰ ভাঙি পেলাইছে বাংলাদেশৰ তথাকথিত বিপ্লৱী ছাত্ৰ-জনতাই৷

এই বিদ্ৰোহক উদগনি দিছে মৌলবাদীসকলেও৷ মৌলবাদীৰ স্পষ্ট কথা, স্বৈৰাচাৰৰ কোনো চিহ্ন বাংলাদেশত ৰখা নহ’ব৷ সেয়ে শ্বেখ মুজিবুৰৰ ঘৰৰ বিভিন্ন অংশত ৰঙা ৰঙেৰে লিখি দিয়া হৈছে, ‘স্বৈৰাচাৰী হুঁচিয়াৰ৷’ নিশা ধানমণ্ডি ৫ত অৱস্থিত শেখ হাছিনাৰ ঘৰ সুধা সদনো ভাঙি গুৰি কৰি দিছে প্ৰতিবাদী জনতাই৷ এই খবৰ প্ৰকাশ কৰিছে বাংলাদেশৰ স্থানীয় সংবাদমাধ্যমে৷

উল্লেখ্য যে শ্বেখ হাছিনাই ভাষণত কৈছিল, ‘ধানমণ্ডিৰ ৩২ নম্বৰ ঘৰৰ পৰা জাতিৰ পিতা শ্বেখ মুজিবৰে স্বাধীনতাৰ ঘোষণা কৰিছিল৷ সেই ঘটনাৰ পাছতেই পাকিস্তানী হানদাৰ বাহিনীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি লৈ গৈছিল৷ তেতিয়াও এই ঘৰত তেওঁলোকে লুটপাট চলাইছিল৷ কিন্তু জুই লগাই পুৰি নেপেলালে বা ভাঙি নেপেলালে৷ বহু ৰাষ্ট্ৰপ্ৰধান, চৰকাৰ প্ৰধান, বিশ্বৰ ডাঙৰ ডাঙৰ নেতা এই ঘৰলৈ আহিছে৷ আজি এই ঘৰ শেষ কৰি দিলে৷ কিয়? কি অপৰাধ এই ঘৰটোৰ? এই ঘৰটোক কিয় ইমান ভয় কৰিছে?’

ইয়াৰপাছতেই ধানমণ্ডিৰ ৩২ নম্বৰৰ বিশেষ ঘৰটো গুৰি কৰি দিয়াৰ ধমকি দি একাধিক ফেছবুক পোষ্ট কৰে ইনক্লাব মঞ্চৰ আহ্বায়ক আৰু জাতীয় নাগৰিক কমিটিৰ সদস্য শৰিফ ওছমান হাদিয়ে৷ ইয়াৰপাছতেই হাছিনাৰ ভাষণ আৰম্ভ হোৱাৰ পূৰ্বেই ধানমণ্ডিত মুজিবৰ ৰহমানৰ ঘৰৰ গেট ভাঙি দিয়া হৈছে৷ উল্লেখ্য যে বিগত বছৰৰ ৫ আগষ্টত ক্ষমতাচ্যুত হৈ ভাৰতলৈ আহিছিল শ্বেখ হাছিনা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!
জীৱনশৈলী

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

October 21, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

October 21, 2026
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ
বিনোদন

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

October 21, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

October 21, 2026
Next Post
Tata Motorsৰ গুৰুদায়িত্ব ৰতন টাটাৰ প্ৰিয়বন্ধু শান্তনুৰ কান্ধত, পদবী লাভ কৰি সামাজিক মাধ্যমত কি  লিখিছে শান্তনুৱে?

Tata Motorsৰ গুৰুদায়িত্ব ৰতন টাটাৰ প্ৰিয়বন্ধু শান্তনুৰ কান্ধত, পদবী লাভ কৰি সামাজিক মাধ্যমত কি লিখিছে শান্তনুৱে?

ঋণত জৰ্জৰিত? হাতত টকা আহিলেও সঞ্চয় মুঠেও নহয়? ৫ নিয়ম মানক মাহৰ শেষত পকেট খালী নহয় আপোনাৰ

ঋণত জৰ্জৰিত? হাতত টকা আহিলেও সঞ্চয় মুঠেও নহয়? ৫ নিয়ম মানক মাহৰ শেষত পকেট খালী নহয় আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.