• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়া কৰাব আহি দৰাৰ লটিঘটি, কইনাৰ খুৰীয়েকৰ সৈতে প্ৰেম, ৰভাতলিতে দৰাক দিলে পিটন

বিয়া কৰাব আহি দৰাৰ লটিঘটি, কইনাৰ খুৰীয়েকৰ সৈতে প্ৰেম, ৰভাতলিতে দৰাক দিলে পিটন

2 years ago
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

9 hours ago
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

10 hours ago
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

10 hours ago
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

11 hours ago
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

11 hours ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

12 hours ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

13 hours ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

14 hours ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

14 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

15 hours ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

15 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিয়া কৰাব আহি দৰাৰ লটিঘটি, কইনাৰ খুৰীয়েকৰ সৈতে প্ৰেম, ৰভাতলিতে দৰাক দিলে পিটন

editor by editor
February 16, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
বিয়া কৰাব আহি দৰাৰ লটিঘটি, কইনাৰ খুৰীয়েকৰ সৈতে প্ৰেম, ৰভাতলিতে দৰাক দিলে পিটন
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিয়া কৰাব আহি দৰাৰ লটিঘটি, কইনাৰ খুৰীয়েকৰ সৈতে প্ৰেম, ৰভাতলিতে দৰাক দিলে পিটন

এইখন অসমতে সংঘটিত হৈছে এক আজৱ গজৱ প্ৰেম কাহিনী। বিয়া ঠিক হৈছে অন্যৰ সৈতে প্ৰেম অন্যৰ সৈতে। পাছে এইখিনিতে আজৱ প্ৰেম। কাৰণ প্ৰেম কইনাৰ খুৰীয়েকৰ সৈতে।

কিন্তু তথাপি দৰাই বিয়া কৰাব বিয়া ঠিক হোৱা কইনাক। সেই উদ্দেশ্যে আজি বিয়া ঠিক হোৱা দিনটোতে বিয়া কৰাবলৈ বুলি আহে কইনাঘৰলৈ।

কিন্তু কইনা নিবলৈ আহি দৰাৰ লটিঘটি। দৰাৰ সাজ পৰিধান কৰি অহা যুৱকক কইনাঘৰৰ মানুৱে গৰুৰ পঘাৰে বান্ধি পিটন দিয়ে।

ৰভাতলীৰ পৰিৱৰ্তে দৰাক পিটন দি বহুৱাই ৰাখে ধান ভঙা মেচিনৰ হলাৰত। এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ চেতুৱাই খাইতি গাঁৱত।

গাঁৱখনৰ হাতেম আলী নামৰ লোকগৰাকীৰ কন্যাৰ পূৰ্ব নিৰ্ধাৰিত দিন তাৰিখ মতে আজি বিবাহ হ’বলগীয়া আছিল। ইমানলৈ ঠিকেই আছিল। বৰযাত্ৰী লৈ দৰাই কইনা ঘৰৰ পদূলি পাওঁতেই সৃষ্টি হয় লংকা কাণ্ড। দুই ফৈদৰ মাজত সংঘটিত হয় তয়াময়া ৰণ।

ঘটনাৰ বিৱৰণী অনুসৰি, দৰাৰ আছিল কইনাৰ খুৰীয়েকৰ সৈতে অবৈধ সম্পৰ্ক। যাৰ ফলত আজি বিয়াৰ সাজত অহা দৰাক কইনাৰ খুৰাকৰ পৰিয়ালে গৰুৰ পঘাৰে হাত ভৰি বান্ধি পিটন দিয়ে।

পৰৱৰ্তী সময়ত ঘটনা স্থলীত উপস্থিত হয় লাহৰীঘাট আৰক্ষী। দৰা কইনাসহ দুয়ো পক্ষৰ কেইবাজনো লোকক আটক কৰি লৈ আনে থানালৈ ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Groom love auntyLOVE STORYmorigaon
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!
নিয়োগ

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

September 2, 2026
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?
অসম

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

September 1, 2026
আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?
অসম

আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

September 1, 2026
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ
অসম

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

August 31, 2026
Next Post
সূৰ্য্য-চন্দ্ৰ মহাপত যোগৰ ফলত সংকট নামিব ৩ ৰাশিৰ জীৱনলৈ, স্বাস্থ্যৰ ক্ষতিৰ লগতে বিভিন্ন সমস্যা

সূৰ্য্য-চন্দ্ৰ মহাপত যোগৰ ফলত সংকট নামিব ৩ ৰাশিৰ জীৱনলৈ, স্বাস্থ্যৰ ক্ষতিৰ লগতে বিভিন্ন সমস্যা

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ভাৰতীয় দললৈ বেয়া খবৰ, আঘাতপ্ৰাপ্ত এইগৰাকী সুদক্ষ খেলুৱৈ

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ভাৰতীয় দললৈ বেয়া খবৰ, আঘাতপ্ৰাপ্ত এইগৰাকী সুদক্ষ খেলুৱৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.