• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মনে মনে জানিছিলোয়ে… ভাৰতে পাকিস্তানক হৰুওৱাৰ পাছত টুইটাৰত কি লিখিলে IIT  বাবাই?

মনে মনে জানিছিলোয়ে… ভাৰতে পাকিস্তানক হৰুওৱাৰ পাছত টুইটাৰত কি লিখিলে IIT বাবাই?

1 year ago
ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

1 second ago
ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

42 minutes ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

1 hour ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

2 hours ago
Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

2 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

3 hours ago
আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

4 hours ago
বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

4 hours ago
Image Source-PTI

Kedarnath Dham : খোল খালে কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰ, ছমাহ বন্ধৰ অন্তত আজি ভক্তৰ বাবে মুকলি

5 hours ago
সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

6 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিৰ কৃপাই সলাব জীৱন, জানক কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ

7 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মনে মনে জানিছিলোয়ে… ভাৰতে পাকিস্তানক হৰুওৱাৰ পাছত টুইটাৰত কি লিখিলে IIT বাবাই?

মনে মনে জানিছিলোয়ে... ভাৰতে পাকিস্তানক হৰুওৱাৰ পাছত টুইটাৰত কি লিখিলে IIT বাবাই?

editor by editor
February 24, 2025
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
মনে মনে জানিছিলোয়ে… ভাৰতে পাকিস্তানক হৰুওৱাৰ পাছত টুইটাৰত কি লিখিলে IIT  বাবাই?
0
SHARES
5.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভৱিষ্যদ্বাণী কৰিছিল, চেম্পিয়নছ ট্ৰফীৰ দেওবাৰৰ মেচত পাকিস্তানৰ হাতত পৰাস্ত হ’ব ভাৰত৷ কিন্তু সেই ভৱিষ্যদ্বাণী নিমিলাৰ পাছতেই সুৰ সলাইছে মহাকুম্ভত ভাইৰেল হোৱা আই আই টি বাবাই৷ ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ ক্ষোভৰ বাবে অৱশেষত ক্ষমাও বিচাৰিছে আই আই টি বাবাই৷ তেওঁ শেহতীয়াকৈ সুৰ সলাই কৈছে, ‘মনে মনে ভাৰত জিকিব বুলিয়েই ভাৱিছিলো৷’ চেম্পিয়নছ ট্ৰফিত দেওবাৰে চিৰ প্ৰতিদ্বন্দী পাকিস্তানৰ বিৰুদ্ধে ডুবাই আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত খেলিবলৈ নামিছিল ভাৰত৷ বেট বলেৰে পাকিস্তান টীমক ধৰাশায়ী কৰিছে ভাৰতে৷ কিন্তু সেই খেলৰ তিনিদিন পূৰ্বে এক ভিডিঅ’ ভাইৰেল হৈছিল৷

সেই ভিডিঅ’ত আই আই টি বাবা ওৰফে অভয় সিঙে ভাৰত পাক মেচক লৈ ভৱিষ্যদ্বাণী কৰা দেখা গৈছিল৷ অভয়ে আত্মবিশ্বাসেৰে সৈতে দাবী কৰিছিল যে আই চি চি চেম্পিয়নছ ট্ৰফিৰ দেওবাৰৰ মেচত ভাৰতক হৰুৱাব পাকিস্তানে৷ বহু চেষ্টা কৰিও জিকিব নোৱাৰিব ৰোহিতৰ দল৷ ভাইৰেল সেই ভিডিঅ’ত আই আই টি বাবাই কৈছিল, ‘এইবাৰ ভাৰত জিকিব নোৱাৰিব৷ নিশ্চিতভাৱে এইবাৰ হাৰিব৷’

ভাৰতীয় দলক চেলেঞ্জ কৰি তেওঁ কৈছিল, ‘মই কৈ দিছো ভাৰত জিকিব নোৱাৰিব৷ মোক ভুল প্ৰমাণ কৰক আৰু পাৰিলে জিকি দেখুৱাওক৷’ অভয়ৰ এই মন্তব্যই বিতৰ্কৰ জন্ম দিছিল সামাজিকমাধ্যমত৷ ক্ষোভ প্ৰকাশ কৰিছিল ভাৰতীয় দলৰ সমৰ্থকে৷ দেওবাৰৰ মেচৰ শেষত দেখা যায় অভয়ৰ ভৱিষ্যদ্বাণী মুঠেও নিমিলিল৷ বিৰাট কোহলিৰ বেটতেই জয়ৰ মুখ দেখে ভাৰতে৷

ভাৰতৰ জয়ৰ পাছতেই সামাজিক মাধ্যমত মিমৰ বন্যা বৈছে৷ মিম দেখাৰ পাছতেই আই আই টি বাবাই টুইটত লিখিছে, ‘মই জনতাৰ ওচৰত ক্ষমা বিচাৰিছো৷ প্ৰত্যেক ভাৰতীয়ই ভাৰতৰ এই জয় উদযাপন কৰক৷ এতিয়া পাৰ্টী কৰাৰ সময়৷ কিন্তু মই মনে মনে ভাৱিছিলো ভাৰতেই জিকিব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!
জীৱনশৈলী

ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

April 22, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

April 22, 2026
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

April 22, 2026
আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম
জীৱনশৈলী

আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

April 22, 2026
Next Post
সৌভাগ্যৰ সপ্তাহ! কষ্টাৰ্জিত সাফল্যই নহয়, সৌভাগ্যইয়ো লগ দিব এইকেইটা ৰাশিৰ জাতকক

সৌভাগ্যৰ সপ্তাহ! কষ্টাৰ্জিত সাফল্যই নহয়, সৌভাগ্যইয়ো লগ দিব এইকেইটা ৰাশিৰ জাতকক

চুম্বন কাণ্ডৰ পাছতেই এইবাৰ আকৌ বিতৰ্কত উদিত নাৰায়ণ, প্ৰথমা পত্নীয়ে উদিত নাৰায়ণৰ বিৰুদ্ধে তৰিছে গোচৰ, আঁৰত কি কাৰণ?

চুম্বন কাণ্ডৰ পাছতেই এইবাৰ আকৌ বিতৰ্কত উদিত নাৰায়ণ, প্ৰথমা পত্নীয়ে উদিত নাৰায়ণৰ বিৰুদ্ধে তৰিছে গোচৰ, আঁৰত কি কাৰণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.