• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লিভ ইনৰ সময়ত প্ৰেয়সীক দিয়া সামগ্ৰী বিচাৰি গৈছিল প্ৰেমিক, প্ৰেয়সীয়ে কৰিলে এই কাণ্ড, প্ৰেমিক এতিয়া হাস্পতালত, জানক ৰুমত কি ঘটিছিল?

লিভ ইনৰ সময়ত প্ৰেয়সীক দিয়া সামগ্ৰী বিচাৰি গৈছিল প্ৰেমিক, প্ৰেয়সীয়ে কৰিলে এই কাণ্ড, প্ৰেমিক এতিয়া হাস্পতালত, জানক ৰুমত কি ঘটিছিল?

1 year ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

3 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

4 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

5 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

6 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

6 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

7 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

8 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

8 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

9 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

10 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

11 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লিভ ইনৰ সময়ত প্ৰেয়সীক দিয়া সামগ্ৰী বিচাৰি গৈছিল প্ৰেমিক, প্ৰেয়সীয়ে কৰিলে এই কাণ্ড, প্ৰেমিক এতিয়া হাস্পতালত, জানক ৰুমত কি ঘটিছিল?

লিভ ইনৰ সময়ত প্ৰেয়সীক দিয়া সামগ্ৰী বিচাৰি গৈছিল প্ৰেমিক, প্ৰেয়সীয়ে কৰিলে এই কাণ্ড, প্ৰেমিক এতিয়া হাস্পতালত, জানক ৰুমত কি ঘটিছিল?

editor by editor
March 15, 2025
in জীৱনশৈলী
0
লিভ ইনৰ সময়ত প্ৰেয়সীক দিয়া সামগ্ৰী বিচাৰি গৈছিল প্ৰেমিক, প্ৰেয়সীয়ে কৰিলে এই কাণ্ড, প্ৰেমিক এতিয়া হাস্পতালত, জানক ৰুমত কি ঘটিছিল?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী যুৱকক বিষ খুওৱাৰ অভিযোগ উঠিছে তেওঁৰ প্ৰেয়সী আৰু বান্ধবীৰ বিৰুদ্ধে৷ অভিযুক্ত তৰুণীৰ সৈতে লিখ ইন সম্পৰ্কত থকাৰ সময়ত তেওঁক সোণৰ গহনা আৰু নগদ ধন দিছিল প্ৰেয়সীয়ে৷ সম্পৰ্ক ভাঙি যোৱাৰ পাছতেই সেই সকলোবোৰ সম্পদ উভতাই বিচাৰিছিল যুৱকে৷ যুৱতীয়ে মাতি আনিছিল প্ৰেমিকক সকলোবোৰ উভতাই দিম বুলি৷ তাৰপিছতেই প্ৰেমিক যুৱক উপস্থিত হৈছিল যুৱতীৰ ৰুমত৷

সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি যুৱকে দিছে যুৱতীৰ ৰুমলৈ অহাৰ পাছৰ ঘটনাৰ বিৱৰণ৷ অভিযুক্ত তৰুণী এতিয়া পলাতক৷ সংকটজনক অৱস্থাত থকা তৰুণৰ নাম শৈলেন্দ্ৰ গুপ্তা৷ উত্তৰপ্ৰদেশৰ হামিৰপুৰৰ বাসিন্দা শৈলেন্দ্ৰ এজন মেডিকেল ৰিপ্ৰেজেণ্টিভ৷ সূত্ৰৰ খবৰ অনুসৰি চাৰি বছৰ পূৰ্বৰে পৰা কালিপাহাড়ি এলেকাৰ বাসিন্দা এগৰাকী তৰুণীৰ সৈতে বন্ধুত্ব গঢ়ি উঠিছিল শৈলেনৰ৷ তাৰপিছতেই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে৷ ইয়াৰপাছতেই দুয়োৱে লিভ ইনত থকাৰ সিদ্ধান্ত লয়৷ হামিৰপুৰতেই এটা ঘৰ ভাড়াত লয় দুয়ো৷

শৈলেন্দ্ৰৰ দাবী, লিভ ইনত থকাৰ সময়ত তৰুণীক লক্ষাধিক টকাৰ সোণৰ গহনা আৰু অনলাইনত চাৰি লাখ টকা দিছিল৷ শৈলেন্দ্ৰৰ অভিযোগ, সকলোবোৰ লোৱাৰ পাছতেই তৰুণীয়ে তেওঁৰ সৈতে দূৰত্ব বজাই ৰাখিবলৈ আৰম্ভ কৰে৷ অন্য এজন যুৱকৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ কথা জানিব পাৰে শৈলেন্দ্ৰই৷ সম্পৰ্ক এনেকৈয়ে শেষ হল শৈলেন্দ্ৰ আৰু যুৱতীৰ৷ তাৰপিছতেই শৈলেন্দ্ৰই সেই ৰুম ত্যাগ কৰে৷

ৰুম ত্যাগ কৰিলেও ৰুমত তেওঁৰ কিছু সামগ্ৰী ৰৈ যোৱাৰ বাবে আনিবলৈ গৈছিল৷ লগতে যুৱতীয় দিয়া সামগ্ৰীও উভতাই বিচাৰিছিল৷ ৰুমলৈ যোৱাৰ সময়তেই শৈলেন্দ্ৰক আক্ৰমণ কৰে যুৱতী আৰু তেওঁৰ তিনি বন্ধুৱে মিলি৷ শৈলেন্দ্ৰক জোৰ কৰি মুখত বিষ বাকী খুৱাই দিয়ে ৪গৰাকীয়ে মিলি৷ আক্ৰমণৰ পাছতেই শৈলেন্দ্ৰক গুৰুতৰ অৱস্থাত পেলাই পলায় যায়৷ চুবুৰীয়াই পৰি থকা দেখা পায় শৈলেন্দ্ৰক হাস্পতালত ভৰ্তি কৰায়৷ তৰুণীৰ বিৰুদ্ধে এতিয়া শৈলেন্দ্রই আৰক্ষীক গোচৰ তৰিছে৷ অভিযুক্ত এতিয়াও পলাতক হৈ আছে যদিও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত৷ অচিৰেই হত্যাৰ চেষ্টাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে ৩গৰাকীক বুলি জনাইছে ৰাষ্ট্ৰীয় সংবাদমাধ্যম সূত্ৰই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

April 30, 2026
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা
জীৱনশৈলী

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

April 30, 2026
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!
জীৱনশৈলী

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

April 30, 2026
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!
জীৱনশৈলী

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

April 30, 2026
Next Post
ডাকঘৰৰ এই আঁচনিৰ পৰা প্ৰতিমাহে উপাৰ্জন কৰক ২০ হাজাৰ টকা, কেনেকৈ কৰিব আৱেদন?

ডাকঘৰৰ এই আঁচনিৰ পৰা প্ৰতিমাহে উপাৰ্জন কৰক ২০ হাজাৰ টকা, কেনেকৈ কৰিব আৱেদন?

আৰু মাত্ৰ ৮দিন, ২৪ মাৰ্চৰ পৰা চন্দ্ৰৰ ৰাশি পৰিবৰ্তনৰ ফলত ৩ৰাশিৰ খুলিব কঁপাল

আৰু মাত্ৰ ৮দিন, ২৪ মাৰ্চৰ পৰা চন্দ্ৰৰ ৰাশি পৰিবৰ্তনৰ ফলত ৩ৰাশিৰ খুলিব কঁপাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.