• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চেম্পিয়নছ ট্ৰফী আয়োজন কৰি বৰ্বাদ পাকিস্তান, বৃহৎ লোকচানৰ সন্মুখীন

চেম্পিয়নছ ট্ৰফী আয়োজন কৰি বৰ্বাদ পাকিস্তান, বৃহৎ লোকচানৰ সন্মুখীন

1 year ago
ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

12 minutes ago
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

52 minutes ago
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

2 hours ago
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

3 hours ago
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

3 hours ago
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

4 hours ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

5 hours ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

6 hours ago
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

6 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

কেতিয়াও বিপদত নপৰে, যদি মানে চাণক্যৰ এই কথা!

6 hours ago
অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

6 hours ago
ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

চেম্পিয়নছ ট্ৰফী আয়োজন কৰি বৰ্বাদ পাকিস্তান, বৃহৎ লোকচানৰ সন্মুখীন

editor by editor
March 17, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব
0
চেম্পিয়নছ ট্ৰফী আয়োজন কৰি বৰ্বাদ পাকিস্তান, বৃহৎ লোকচানৰ সন্মুখীন
0
SHARES
627
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চেম্পিয়নছ ট্ৰফী আয়োজন কৰি বৰ্বাদ পাকিস্তান, বৃহৎ লোকচানৰ সন্মুখীন

চেম্পিয়নছ ট্ৰফী আয়োজন কৰি প্ৰায় বৰ্বাদ পাকিস্তান। বৃহৎ পৰিমানৰ ধনৰ লোকচানৰ সন্মুখিন। তাতে আৰু পূৰ্বৰে পৰা পাকিস্তানৰ অৰ্থনীতিৰ অৱস্থা বেয়া আছিল যদিও এতিয়া চেম্পিয়নছ ট্ৰফী আয়োজন কৰাৰ পিছত দেশখনৰ অৱস্থা আৰু বেয়া হৈ পৰিছে।

আইচিচি প্ৰতিযোগিতাখন আয়োজন কৰি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ইমানেই লোকচানৰ সন্মুখীন হৈছে যে বিশ্বৰ অন্যতম দামী যুঁজাৰু বিমান এফ-৩৫ ক্ৰয় কৰিব পাৰিলেহেঁতেন।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, চেম্পিয়নছ ট্ৰফী আয়োজন কৰি পিচিবিয়ে ৮৫ মিলিয়ন মাৰ্কিন ডলাৰ ( ভাৰতীয় হিচাপত ৮৬৯ কোটি টকা) লোকচানৰ সন্মুখীন হৈছে।

পাছে ইমান টকা খৰচ কৰিয়ো তথা ৮৬৯ কোটি টকাৰ লোকচান হোৱাৰ পাছত পাকিস্তানে চেম্পিয়নছ ট্ৰফীত মাত্ৰ দুখন মেচহে খেলিবলৈ পাইছিল। আৰু দুয়োখনতে পৰাজিত হৈছিল দলটো। গ্ৰুপৰ বাকি দুখন খেল বৰষুণৰ বাবে বাতিল হৈছিল।

৮৫ মিলিয়ন মাৰ্কিন ডলাৰ খৰচ কৰা পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আয়োজক মাচুল হিচাপে বিনিময়ত মাত্ৰ ৬০ লাখ মাৰ্কিন ডলাৰহে লাভ কৰা বুলি জানিব পৰা গৈছে। টিকট বিক্ৰী আৰু পৃষ্ঠপোষকৰ ক্ষেত্ৰতো দেশখনৰ উপাৰ্জন একেবাৰে নগণ্য। খালি পৰি ৰৈছিল ষ্টেডিয়ামৰ আসন।

যাৰ পৰিপ্ৰেক্ষিতত এতিয়া এই লোকচানৰ ক্ষতিপূৰণ পাবলৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এতিয়া খেলুৱৈসকলৰ পৰা দৰমহাৰ টকা আদায় কৰিছে। ৰাষ্ট্ৰীয় টি-২০ চেম্পিয়নশ্বিপৰ মেচ মাচুল ৯০​শতাংশ কৰ্তন কৰাৰ বিপৰীতে ৰিজাৰ্ভ খেলুৱৈৰ দৰমহা ৮৭.৫ শতাংশ হ্ৰাস কৰাৰ এক চাঞ্চল্যকৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পিচিবি পৰিচালনা সমিতিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketpakistanPakistan-cricket-boardPCB
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?
ৰাজনীতি

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

August 10, 2026
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী
বিনোদন

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

August 10, 2026
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?
ৰাজনীতি

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

August 10, 2026
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন
নিয়োগ

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

August 10, 2026
Next Post
গণেশৰ মূৰ্তি বা ফটো স্থাপনৰ সময়ত নকৰিব এই ৫ ভুল, দুৰ্ভাগ্যৰ মুকলি কৰিব পাৰে দ্বাৰ

গণেশৰ মূৰ্তি বা ফটো স্থাপনৰ সময়ত নকৰিব এই ৫ ভুল, দুৰ্ভাগ্যৰ মুকলি কৰিব পাৰে দ্বাৰ

উভতি আহিয়ে সুনিতাই পাব ৯ মাহৰ অভাৰটাইমৰ দৰমহা

উভতি আহিয়ে সুনিতাই পাব ৯ মাহৰ অভাৰটাইমৰ দৰমহা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.