• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজৱ চোৰৰ গজৱ কাহিনী, ৰসগোল্লা খাবলৈ চ্যুট পিন্ধি বিমানেৰে পালেগৈ কলকাতা

আজৱ চোৰৰ গজৱ কাহিনী, ৰসগোল্লা খাবলৈ চ্যুট পিন্ধি বিমানেৰে পালেগৈ কলকাতা

2 years ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

20 minutes ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

52 minutes ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

1 hour ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

2 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

2 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

4 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

5 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

6 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

14 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

14 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

15 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আজৱ চোৰৰ গজৱ কাহিনী, ৰসগোল্লা খাবলৈ চ্যুট পিন্ধি বিমানেৰে পালেগৈ কলকাতা

editor by editor
March 28, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
আজৱ চোৰৰ গজৱ কাহিনী, ৰসগোল্লা খাবলৈ চ্যুট পিন্ধি বিমানেৰে পালেগৈ কলকাতা
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজৱ চোৰৰ গজৱ কাহিনী, ৰসগোল্লা খাবলৈ চ্যুট পিন্ধি বিমানেৰে পালেগৈ কলকাতা

এইধন দেশত নহয় কি, যি কথা অন্য দেশৰ লোকে ভাবিবও নোৱাৰে সেই কথা ভাৰতত নিতৌ হৈ থাকে। একেবাৰে আজৱ দেশৰ গজৱ কথা। এইবাৰ এটা চোৰৰ কাণ্ড কাৰখানাই চকু কপালত তুলিছে সকলোৰে।

বিলাসী জীৱন জীয়াই ভাল পোৱা এটা চোৰে ৰসগোল্লা খাবলৈ চ্যুট পিন্ধি বিমানেৰে যাত্ৰা কৰি উপস্থিত হয় কলকাতাত। বিশেষ পানীয় খাবলৈ বিমানেৰে য়ায় গোৱা। তেনে ধৰণৰ বিভিন্ন আজৱ কাণ্ড চোৰৰ।

পাছে চোৰৰ নাই কোনো কোটি টকা বা লাখ টকা। উপাৰ্জন কৰা আৰু উৰুৱাই দিয়া, সেয়াই এই চোৰৰ জীৱন। এই ঘটনা গুজৰাটৰ এটা চোৰৰ। নাম নামদেৱ।

গুজৰাটত চোৰৰ কাম কৰা নামদেৱ মধ্যপ্ৰদেশৰ। দেখাই শুনাই সুন্দৰ চেহেৰা থকা নামদেৱে সাজপাৰো কৰে ভাল নামী-দামী ব্ৰেণ্ডৰ। সদায়ে ৩ টায়াৰ এটি নাইবা ২ টায়াৰ এচি, কিম্বা বিমানেৰেহে যাত্ৰা কৰে নামদেৱে। যাৰ বাবে কাৰোৰে সন্দেহ নহয় নামদেবৰ ওপৰত।

দ্বাদশ ফেইল নামদেৱে চোৰ কৰে আহমেদাবাদৰ পৰা বডোডৰাৰ পথত ট্ৰেইনত। বিশেষকৈ গহণা চোৰ কৰাৰ নামদেবে এই পথ চোৰৰ বাবে নিৰ্বাচন কৰাৰ কাৰণ, এই পথত ধনী ঘৰৰ মহিলাই অধিক গহনা পিন্ধি যাত্ৰা কৰে। বিশেষকৈ বিবাহৰ চিজনত।

এই পথত গহনা চোৰৰ বাবে নামি পৰে নামদেবে। নিশা হলেই মহিলাৰ গহনা লৈ উধাও হয় নামদেৱ। পাছে দিন সকলোৰে একে নাযায়। বুধবাৰে ৩৪ লাখ টকাৰ গহনাৰে সৈতে হাতে লোতে ধৰা পৰে নামদেৱ। বিগত ৩ মাহ ধৰি এইদৰে চোৰ কৰি আহিছিল।

অৱশেষত আৰক্ষীৰ হাতত ধৰা পৰে নামদেব । আৰক্ষৰী জেৰাত কৈ যায় এফালৰ পৰা নিজৰ বিলাসীতা জীৱনৰ কথা। চোৰ কাৰ্য কৰাৰ বাবে পৰিয়ালৰ পৰাও বিচ্ছেদ হৈ পৰিছে। যাৰ বাবেই আহমেদাবাদতেই হোটেল বুক কৰি হোটেলত থাকি আছিল। সলাই গৈছিল এখনৰ পাছত আন এখন হোটেল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: gujratGujrat BadodaraRich ThiefTheft casethief
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ
ভাৰত

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

October 14, 2026
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক
জীৱনশৈলী

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

October 14, 2026
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!
জীৱনশৈলী

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

October 14, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

October 14, 2026
Next Post
৭.২ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় অসম তথা উত্তৰ-পূৱ, ইয়াৰ অভিকেন্দ্ৰ কি?

৭.২ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় অসম তথা উত্তৰ-পূৱ, ইয়াৰ অভিকেন্দ্ৰ কি?

কাইলৈ ব্ৰহ্ম-ইন্দ্ৰ যোগৰ বিৰল সংযোগ, ৩ ৰাশিৰ সপোন বাস্তৱায়িত হ’ব

কাইলৈ ব্ৰহ্ম-ইন্দ্ৰ যোগৰ বিৰল সংযোগ, ৩ ৰাশিৰ সপোন বাস্তৱায়িত হ'ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.