• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘নিষিদ্ধ সংগঠনক আৰ্থিক সহায় কৰে পাকিস্তানে’, প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে নিজেই উদঙাই দিলে সকলো

10 months ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

8 hours ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

10 hours ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

1 day ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

2 days ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘নিষিদ্ধ সংগঠনক আৰ্থিক সহায় কৰে পাকিস্তানে’, প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে নিজেই উদঙাই দিলে সকলো

editor by editor
April 25, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
‘নিষিদ্ধ সংগঠনক আৰ্থিক সহায় কৰে পাকিস্তানে’, প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে নিজেই উদঙাই দিলে সকলো
0
SHARES
4.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘নিষিদ্ধ সংগঠনক আৰ্থিক সহায় কৰে পাকিস্তানে’, প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে নিজেই উদঙাই দিলে সকলো

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত খোৱাজা আছিফে নিজে কৈছে যে পাকিস্তানে ৩ দশক ধৰি সন্ত্ৰাসবাদীক ধনেৰে সহায় কৰি আহিছে। এই ভিডিঅ’টো আমেৰিকাৰ নিউজ চেনেল স্কাই নিউজক দিয়া সাক্ষাৎকাৰ বুলি জানিব পৰা গৈছে।

সাক্ষাৎকাৰত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে নিজেই স্বীকাৰ কৰে যে পাকিস্তানে সন্ত্ৰাসবাদীক ধন আগবঢ়ায় আৰু আমেৰিকাৰ নিৰ্দেশতেই বহু বছৰ ধৰি এই কাম কৰি আহিছে। এই কাম কৰাটো ভুল আছিল। পশ্চিমীয়া দেশৰ নিৰ্দেশত এই লেতেৰা কাম কৰি থকা বুলি উল্লেখ কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।

আমেৰিকা লগতে ইয়াৰ ভিতৰত গ্ৰেট ব্ৰিটেইনো অন্তৰ্ভুক্ত বুলি উল্লেখ কৰে খোৱাজা আছিফে। সেই সাক্ষাততে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰতে সন্ত্ৰাসবাদ বিয়পোৱাৰ অভিযোগ উত্থাপন কৰে। সাক্ষাৎকাৰৰ পূৰ্বে ইছলামবাগত এখন সংবাদমেল অনুষ্ঠিত কৰি তেওঁ চোৰাংচোৱাৰ তথ্য লাভ কৰা বুলি কয়।

লগতে ইয়াকো কয় যে, ভাৰতে পাকিস্তানৰ সৈতে পূৰ্ণাংগ যুদ্ধৰ পৰিৱৰ্তে সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰিছে। যিকোনো আক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ সাজু পাকিস্তান সেনা। যদি পাকিস্তানত যিকোনো আক্ৰমণত ভাৰতৰ ভূমিকা পোৱা যায় তেন্তে ভাৰতীয় নাগৰিকও নিৰাপদ নহ’ব বুলি উল্লেখ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian PakistanPahalgam Attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
Next Post
১৮ মে’ৰ পৰা সলনি হ’ব ৫টা ৰাশিৰ দিন, শনি ৰাশিত ৰাহু ট্ৰেনজিট

যদি যুদ্ধ হয়, তেন্তে কাৰ কিমান শক্তি? ভাৰতৰ ৫১৩ ফাইটাৰ জেট, পাকিস্তানৰ ৩২৮…

যদি যুদ্ধ হয়, তেন্তে কাৰ কিমান শক্তি? ভাৰতৰ ৫১৩ ফাইটাৰ জেট, পাকিস্তানৰ ৩২৮...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন