• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্ববাসীলৈ আহি আছে আন এক মহামাৰীৰ সংকট, এইবাৰ আৰম্ভণি আমেৰিকাত

বিশ্ববাসীলৈ আহি আছে আন এক মহামাৰীৰ সংকট, এইবাৰ আৰম্ভণি আমেৰিকাত

1 year ago
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

5 hours ago
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

5 hours ago
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

6 hours ago
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

7 hours ago
কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

8 hours ago
ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

9 hours ago
৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

9 hours ago
TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

10 hours ago
বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

11 hours ago
নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

11 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

টকা নাথাকে নেকি ঘৰত? এই ৫ টা কামে সহায় কৰিব ধন আগমণত!

14 hours ago
SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিশ্ববাসীলৈ আহি আছে আন এক মহামাৰীৰ সংকট, এইবাৰ আৰম্ভণি আমেৰিকাত

editor by editor
May 1, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
বিশ্ববাসীলৈ আহি আছে আন এক মহামাৰীৰ সংকট, এইবাৰ আৰম্ভণি আমেৰিকাত
0
SHARES
912
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্ববাসীলৈ আহি আছে আন এক মহামাৰীৰ সংকট, এইবাৰ আৰম্ভণি আমেৰিকাত

কৰণাৰ পাছত এইবাৰ আন এক মহামাৰীৰ ভয়ংকৰ সংকটে দেখা দিছে। আহি আছে আন এক ভয়ংকৰ ভাইৰাছ। এইবাৰ এই বাইৰাছৰ আৰম্ভমি আমেৰিকা। এই ভাইৰাছ মানৱ শৰীৰৰ লগতে সমানে সংক্ৰমণ হৈ আছে জীৱ-জন্তু বোৰো। যাৰ বাবে অধিক ভয়াৱহ ৰূপত দেখা দিছে এই ভাইৰাছে।

এই ভাইৰাছ বিধৰ নাম H5N1, ই এক প্ৰকাৰৰ এভিয়ান ইনফ্লুৱেঞ্জা ভাইৰাছ যি বাৰ্ড ফ্লুৰ দৰে এক ভাইৰাছ। এই ভাইৰাছে প্ৰধানকৈ চৰাইক আক্ৰান্ত কৰে যদিও কিছুমান ক্ষেত্ৰত ই মানুহ আৰু অন্যান্য প্ৰাণীকো সংক্ৰমিত কৰিব পাৰে।

শেহতীয়াকৈ আমেৰিকাত এইচ ৫এন১ ভাইৰাছৰ সংক্ৰমণৰ খবৰে উদ্বেগ প্ৰকাশ কৰিছে। বিশেষকৈ যেতিয়া কিছুমান গৰু আৰু মানুহৰ শৰীৰতো এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

৪০ খনতকৈও অধিক দেশৰ মানৱ আৰু পশু ভাইৰ’লজিষ্টক প্ৰতিনিধিত্ব কৰা সংস্থা গ্ল’বেল ভাইৰাছ নেটৱৰ্কে বিশ্বৰ চৰকাৰসমূহক এইচ ৫এন১ প্ৰাদুৰ্ভাৱৰ বাবে ব্যৱস্থা গ্ৰহণ আৰু প্ৰস্তুতি চলাবলৈ আহ্বান জনাইছে।

আমেৰিকাৰ পৰা প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে যে, “আমেৰিকাত গো-শালাৰ গৰু আৰু মানুহৰ মাজত এইচ ৫এন১ এভিয়ান ইনফ্লুৱেঞ্জা ভাইৰাছৰ সংক্ৰমণৰ ফলত মহামাৰীৰ সম্ভাৱনা বৃদ্ধি পাইছে। ৯৯৫টাতকৈও অধিক গো-শালাৰ গৰুৰ আৰু কমেও ৭০জন মানুহ আক্ৰান্ত হৈছে এই ভাইৰাছত।”

১৯৯৬ চনত চীনত হাঁহত প্ৰথম চিনাক্ত কৰা হৈছিল এই এইচ ৫ এন ১ নামৰ ভাইৰাছ, যি ভাইৰাছ যেতিয়া কুকুৰালৈ বিয়পি পৰে তেতিয়া বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰে। কুকুৰাৰ পিছত এই ভাইৰাছ মানুহলৈও বিয়পি পৰে। যদিও এই ভাইৰাছটো মানুহৰ মাজত সহজে বিয়পি পৰা নাছিল, কিন্তু এইবাৰ মানুহৰ ক্ষেত্ৰত ইয়াৰ সংক্ৰমণ আৰু মৃত্যুৰ হাৰ অধিক হোৱাৰ বাবে ইয়াক গুৰুতৰ চিন্তাৰ বিষয় কৰি তুলিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bird FlueNew VirusVirus
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?
জীৱনশৈলী

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

June 9, 2026
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI
বিশ্ব

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

June 9, 2026
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?
বিনোদন

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

June 9, 2026
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 
শিক্ষা

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

June 9, 2026
Next Post
পুনৰ বৃদ্ধি পালে গাখীৰৰ মূল্য, এতিয়াৰ পৰা কিমান ভৰিব লাগিব প্ৰতি লিটাৰত

পুনৰ বৃদ্ধি পালে গাখীৰৰ মূল্য, এতিয়াৰ পৰা কিমান ভৰিব লাগিব প্ৰতি লিটাৰত

কেতু-চন্দ্ৰৰ বিৰল সংযোগ, সকলো ইচ্ছা পূৰণ হব ৫ ৰাশিৰ লোকৰ

কেতু-চন্দ্ৰৰ বিৰল সংযোগ, সকলো ইচ্ছা পূৰণ হব ৫ ৰাশিৰ লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.