• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২২ দিনৰ পাছত চিৰবৈৰী পাকিস্তানে এৰি দিলে ভাৰতীয় জোৱান পূৰ্ণমক, BSF জোৱানৰ মুকলিৰ পাছতেই স্বস্তিৰ নিঃশ্বাস পৰিয়ালৰ

২২ দিনৰ পাছত চিৰবৈৰী পাকিস্তানে এৰি দিলে ভাৰতীয় জোৱান পূৰ্ণমক, BSF জোৱানৰ মুকলিৰ পাছতেই স্বস্তিৰ নিঃশ্বাস পৰিয়ালৰ

1 year ago
নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

7 minutes ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’ল অহাত বিলম্ব, যাত্ৰীয়ে পাব বিনামূলীয়া খাদ্য! এই নিয়মটো জানেনে?

24 minutes ago
বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

1 hour ago
চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

2 hours ago
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

4 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

5 hours ago
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

6 hours ago
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

15 hours ago
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

16 hours ago
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

17 hours ago
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২২ দিনৰ পাছত চিৰবৈৰী পাকিস্তানে এৰি দিলে ভাৰতীয় জোৱান পূৰ্ণমক, BSF জোৱানৰ মুকলিৰ পাছতেই স্বস্তিৰ নিঃশ্বাস পৰিয়ালৰ

২২ দিনৰ পাছত চিৰবৈৰী পাকিস্তানে এৰি দিলে ভাৰতীয় জোৱান পূৰ্ণমক, BSF জোৱানৰ মুকলিৰ পাছতেই স্বস্তিৰ নিঃশ্বাস পৰিয়ালৰ

editor by editor
May 14, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
২২ দিনৰ পাছত চিৰবৈৰী পাকিস্তানে এৰি দিলে ভাৰতীয় জোৱান পূৰ্ণমক, BSF জোৱানৰ মুকলিৰ পাছতেই স্বস্তিৰ নিঃশ্বাস পৰিয়ালৰ
0
SHARES
417
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীৰ্ঘ প্ৰতীক্ষাৰ অৱসান৷ অৱশেষত দেশলৈ উভতিল বিএছএফ জোৱান পূৰ্ণম কুমান ছাউ৷ ২২ দিনৰ মূৰত ভাৰতলৈ উভতিল পূৰ্ণম কুমাৰ ছাউ৷ আজি বুধবাৰে পাকিস্তানৰ পৰা মুক্তি লাভ কৰিছে পূৰ্ণমে৷ পুৱা ১০ বজাত আটাৰী-ৱাঘা সীমান্তৰে দেশলৈ উভতিছে বিএছ এফ জোৱানজন৷ বিগত ২৩ এপ্ৰিলৰ পৰা পাকিস্তানত আৱদ্ধ হৈ আছিল পূৰ্ণম৷

পূৰ্ণমৰ মুক্তিৰ পাছতেই তেওঁৰ পিতৃ ভোলানাথ ছাউৱে সংবাদমাধ্যমক জনাইছে যে, দেশৰক্ষাৰ কামত মোৰ সন্তান আৰু আগুৱাই যাব৷ পূৰ্ণমৰ পত্নী ৰজনীয়ে কয়, ‘বিগত কেইবাদিন ধৰি বহু শংকাৰে দিন কটাইছিলো৷ আজি স্বস্তি বোধ কৰিছো৷ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও ফোন কৰি উচ্ছ্বাস প্ৰকাশ কৰিছে৷ সোনকালেই পূৰ্ণমক উভতাই অনা হব৷ পূৰ্ণমে ঘৰলৈ আহিলেই মুখ্যমন্ত্ৰী মমতা আমাৰ ঘৰলৈ আহিব৷’

পঞ্জাৱৰ পাঠানকোটৰ ফিৰোজপুৰত কৰ্মৰত আছিল পূৰ্ণম৷ পহেলগামৰ বৈছৰণ উপত্যকাত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছৰ দিনা ২৩ এপ্ৰিলত ভুলবশত পাকিস্তানৰ সীমাত সোমাই পৰিছিল পূৰ্ণম৷ পাকিস্তানৰ সীমাৰ ভিৰতৰ এজোপা গছৰ তলত বিশ্ৰাম লৈ আছিল পূৰ্ণমে৷ তাতেই পাকিস্তানৰ ৰেঞ্জাৰ্ছে তেওঁক ধৰিছিল৷ তাৰপিছৰে পৰা তেওঁ পাকিস্তানত বন্দী হৈ আছিল৷ বি এছ এফৰ তৰফৰ পৰা চেষ্টা কৰা হৈছিল যদিও তেওঁক মুক্তি দিয়া নাছিল পাকিস্তানে৷ ১০ মেত ভাৰত পাকিস্তানৰ যুদ্ধবিৰতি ঘোষণাৰ পাছতেই পৰিয়ালৰ আশা আছিল শীঘ্ৰেই পূৰ্ণমে মুক্তি পাব৷ যুদ্ধবিৰতিৰ চাৰিদিনৰ পাছত অৱশেষত দেশলৈ উভতিলে পূৰ্ণম৷

উল্লেখ কৰা প্ৰয়োজন যে ৩০ মাৰ্চ পৰ্যন্ত ছুটিত আছিল পূৰ্ণম৷ ছুটিত তেওঁ ঘৰলৈয়ো আহিছিল৷ তাৰপিছতেই ঘৰত অন্তঃসত্ত্বা পত্নীক এৰি তেওঁ ৩১ মাৰ্চত পুনৰ পঞ্জাৱলৈ উভতি যায়৷ তাৰপিছতেই ২৩ এপ্ৰিলত পাকিস্তান ৰেঞ্জাৰৰ হাতত বন্দী হয় পূৰ্ণম৷ পূৰ্ণমক উভতাই দিবৰ বাবে একাধিকবাৰ ভাৰত পাকিস্তানৰ মাজত ফ্লেগ মিটিঙো হৈছে৷ কিন্তু কোনো খবৰ লাভ কৰা নাছিল পৰিয়ালে৷ শেহতীয়াভাৱে আজি ৱাঘা বৰ্ডাৰত বিএছএফৰ অধিকাৰীৰ হাতত পাক ৰেঞ্জাৰ্ছে এৰি দিয়ে পূৰ্ণমক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক
জীৱনশৈলী

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

June 24, 2026
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!
বাণিজ্য

ৰে’ল অহাত বিলম্ব, যাত্ৰীয়ে পাব বিনামূলীয়া খাদ্য! এই নিয়মটো জানেনে?

June 24, 2026
বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!
জীৱনশৈলী

বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

June 24, 2026
চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?
বিনোদন

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

June 24, 2026
Next Post
টেষ্টৰ পৰা অৱসৰৰ পিছত বিৰাট – ৰোহিতৰ কেন্দ্ৰীয় চুক্তিৰ শাখা সলনি হ’ব নেকি? বিচিচিআইৰ দৰমহা হ্ৰাস পাব নেকি?

টেষ্টৰ পৰা অৱসৰৰ পিছত বিৰাট - ৰোহিতৰ কেন্দ্ৰীয় চুক্তিৰ শাখা সলনি হ’ব নেকি? বিচিচিআইৰ দৰমহা হ্ৰাস পাব নেকি?

কৰ্ণেল ছোফিয়া কুৰেছীৰ বিৰুদ্ধে বিবাদিত মন্তব্য কৰি বিপদত বিজেপি নেতা

কৰ্ণেল ছোফিয়া কুৰেছীৰ বিৰুদ্ধে বিবাদিত মন্তব্য কৰি বিপদত বিজেপি নেতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.