• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰথত ৰছীত টান পৰিলেই ভাঁহি আহে মা দুৰ্গাৰ আবাহন বাৰ্তা, কেতিয়াৰে পৰা আৰম্ভ হ’ব শাৰদীয় দুৰ্গাপূজা? এইবাৰ কিহত আগমন কিহত গমন কৰিব দেৱী দুৰ্গাই?

ৰথত ৰছীত টান পৰিলেই ভাঁহি আহে মা দুৰ্গাৰ আবাহন বাৰ্তা, কেতিয়াৰে পৰা আৰম্ভ হ’ব শাৰদীয় দুৰ্গাপূজা? এইবাৰ কিহত আগমন কিহত গমন কৰিব দেৱী দুৰ্গাই?

9 months ago
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

7 hours ago
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

7 hours ago
মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

8 hours ago
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

9 hours ago
প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

9 hours ago
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

10 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

11 hours ago
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

11 hours ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

12 hours ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

13 hours ago
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

13 hours ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰথত ৰছীত টান পৰিলেই ভাঁহি আহে মা দুৰ্গাৰ আবাহন বাৰ্তা, কেতিয়াৰে পৰা আৰম্ভ হ’ব শাৰদীয় দুৰ্গাপূজা? এইবাৰ কিহত আগমন কিহত গমন কৰিব দেৱী দুৰ্গাই?

ৰথত ৰছীত টান পৰিলেই ভাঁহি আহে মা দুৰ্গাৰ আবাহন বাৰ্তা, কেতিয়াৰে পৰা আৰম্ভ হ’ব শাৰদীয় দুৰ্গাপূজা? এইবাৰ কিহত আগমন কিহত গমন কৰিব দেৱী দুৰ্গাই?

editor by editor
June 27, 2025
in বিবিধ, লেখা
0
ৰথত ৰছীত টান পৰিলেই ভাঁহি আহে মা দুৰ্গাৰ আবাহন বাৰ্তা, কেতিয়াৰে পৰা আৰম্ভ হ’ব শাৰদীয় দুৰ্গাপূজা? এইবাৰ কিহত আগমন কিহত গমন কৰিব দেৱী দুৰ্গাই?
0
SHARES
865
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ২৭ জুলাইত পালিত হৈছে ৰথযাত্ৰা৷ ককায়েক বলৰাম, ভনীয়েক সুভদ্ৰাৰ সৈতে ৰথত উঠি আজি মাহিয়েকৰ ঘৰলৈ ৰাওনা হৈছে জগন্নাথ৷ উলোটাৰথ পৰ্যন্ত তাতেই থাকিব তেওঁলোক৷ ওড়িশাৰ প্ৰধান উৎসৱ ৰথৰ সৈতে বিশেষ সম্পৰ্ক আছে দুৰ্গাপূজাৰো৷ কাৰণ ৰথত ৰছীত টান পৰিলেই ভাঁহি আহে মা দুৰ্গাৰ আবাহন বাৰ্তা৷ ৰথৰ দিনটোতেই বহুসংখ্যক পূজা কমিটিয়ে খুঁটি পূজা কৰে৷ ধাৰণা যে এইদিনটোৰ পৰাই আৰম্ভ হয় দুৰ্গাপূজাৰ কাউণ্ট ডাউন৷ দুৰ্গাপূজালৈ আৰু তিনিমাহ বাকী আছে৷ জানি থওক এই বছৰ কেতিয়াৰে পৰা আৰম্ভ হব শাৰদীয় দুৰ্গাপূজা?

দুৰ্গাপূজাৰ দিনক্ষণ

বিগত বছৰ অক্টোবৰৰ মাজভাগত আছিল দুৰ্গাপূজা৷ এই বছৰ কিন্তু কিছু সালসলনি হৈছে৷ এই বছৰ শাৰদীয় দুৰ্গাপূজা আগুৱাইছে৷ এই বছৰ পূজা অনুষ্ঠিত হব ছেপ্টেম্বৰৰ শেষভাগত৷  ২০২৫ৰ মহালয়া বা সৰ্বপিতৃ অমাবস্যা পালিত হব ২১ ছেপ্টেম্বৰ দেওবাৰে৷ সেইদিনটোতেই পিতৃপক্ষৰ অৱসান হৈ সূচনা হব দেৱীপক্ষৰ৷ পুৱাই বিভিন্ন স্থানত শুনিবলৈ পোৱা যাব মহিষাসুৰমৰ্দিনীৰ স্তুতি৷ তাৰপিছতেই ২২ ছেপ্টেম্বৰৰ পৰা দেৱীপক্ষৰ প্ৰতিপদ তিথি৷ সেইদিনাৰ পৰাই আৰম্ভ হয় শাৰদীয় নৱৰাত্ৰিৰ পূজা৷

২০২৫ত শাৰদীয় দুৰ্গাপূজাৰ নিৰ্ঘণ্ট

  • মহাষষ্ঠী পালিত হ’ব ২৮ ছেপ্টেম্বৰ ২০২৫, দেওবাৰ
  • মহাসপ্তমী পালিত হব  ২৯ ছেপ্টেম্বৰ ২০২৫, সোমবাৰ
  • মহাষ্টমী পালিত হব ৩০ ছেপ্টেম্বৰ ২০২৫ মঙলবাৰে
  • মহানৱমী পালিত হ’ব ১ অক্টোবৰ ২০২৫ বুধবাৰ
  • বিজয়া দশমী পালিত হব ২ অক্টোবৰ ২০২৫ বৃহস্পতিবাৰে

দেৱীৰ আগমন আৰু গমন

এই বছৰ মহাসপ্তমী সোমবাৰে পৰাৰ বাবে দেৱীৰ আগমন হব গজ বা হাতীত৷ শাস্ত্ৰমতে হাতী দেৱীৰ উৎকৃষ্টতম বাহন৷ দেৱীৰ আগমন বা গমন হাতীত হ’লে মৰ্ত্যলোক ভৰি উঠিব সুখ-শান্তি-সমৃদ্ধিৰে৷ পূৰ্ণ হয় ভক্তসকলৰ মনোবাঞ্চা৷ পৰিশ্ৰমৰ সুফল পায় মৰ্তলোকৰ অধিবাসীগণে৷ অতিবৃষ্টি বা অনাবৃষ্টি নহয়, ঠিক যিমান প্ৰয়োজন সিমান বৰ্ষণ হয়৷

বিজয়া দশমী বৃহস্পতিবাৰে পৰাৰ বাবে এই বছৰ দেৱীৰ গমন হব দোলা বা পালকিত৷ শাস্ত্ৰমতে দেৱী দুৰ্গা যদি পাল্কিক বহি যায় তেন্তে দোলায়াং মকৰং ভৱেৎ অৰ্থাৎ মহামাৰী, ভূমিকম্প, খৰাং, যুদ্ধ আৰু মহামাৰী থাকিব৷ য’ত বিপুল প্ৰাণহানী অনিবাৰ্য৷

লক্ষ্মীপূজা আৰু কালীপূজা

এইবছৰ কোজাগৰী লক্ষ্মীপূজা পালিত হব আগন্তুক ৬ অক্টোবৰ ২০২৫ সোমবাৰে৷ কালীপূজা অনুষ্ঠিত হব ২০ অক্টোবৰ ২০২৫ সোমবাৰে৷ ভাইফোটা বা ভাতৃদ্বিতীয় পৰিছে আগন্তুক ২৩ অক্টোবৰ ২০২৫ বৃহস্পতিবাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?
জীৱনশৈলী

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

March 16, 2026
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

March 16, 2026
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?
জীৱনশৈলী

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

March 16, 2026
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

March 16, 2026
Next Post
আহিছে শাওন মাহ! শিৱৰ প্ৰিয় মাহত মিথুনসহ ৫ ৰাশিৰ কঁপালত সমৃদ্ধিৰ জোৱাৰ আহিব

আহিছে শাওন মাহ! শিৱৰ প্ৰিয় মাহত মিথুনসহ ৫ ৰাশিৰ কঁপালত সমৃদ্ধিৰ জোৱাৰ আহিব

টেনছনৰ দিন শেষ! ২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব কৰ্কটসহ এই ৩ৰাশিৰ, কি কি লাভ হব পাৰে?

টেনছনৰ দিন শেষ! ২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব কৰ্কটসহ এই ৩ৰাশিৰ, কি কি লাভ হব পাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.