• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আধ্যাত্মিক নেতা দালাই লামাক ভাৰত ৰত্ন দিয়াৰ বাবে প্ৰস্তুতি

আধ্যাত্মিক নেতা দালাই লামাক ভাৰত ৰত্ন দিয়াৰ বাবে প্ৰস্তুতি

12 months ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

32 minutes ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

1 hour ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

2 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

2 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

4 hours ago
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

5 hours ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

6 hours ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

7 hours ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

8 hours ago
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

9 hours ago
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

9 hours ago
ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আধ্যাত্মিক নেতা দালাই লামাক ভাৰত ৰত্ন দিয়াৰ বাবে প্ৰস্তুতি

editor by editor
July 7, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
আধ্যাত্মিক নেতা দালাই লামাক ভাৰত ৰত্ন দিয়াৰ বাবে প্ৰস্তুতি
0
SHARES
120
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আধ্যাত্মিক নেতা দালাই লামাক ভাৰত ৰত্ন দিয়াৰ বাবে প্ৰস্তুতি

তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামা বৰ্তমানে বাতৰিৰ শিৰোনামত। ৬ জুলাইত ৯০ সংখ্যক জন্মদিন উদযাপন কৰে নেতাগৰাকীয়ে। জন্মদিন উপলক্ষে দালাই লামাই তেওঁৰ উত্তৰাধিকাৰী নিৰ্বাচন সন্দৰ্ভতো এক ডাঙৰ ঘোষণা কৰিছিল, যাৰ ওপৰত চীনে আপত্তি কৰিছে। চীন আৰু দালাই লামাৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা বিবাদৰ মাজতে আন এক ডাঙৰ খবৰ ওলাইছে।

দালাই লামাক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান “ভাৰত ৰত্ন” বঁটা প্ৰদানৰ প্ৰক্ৰিয়া ভাৰতত তীব্ৰতৰ হৈ পৰিছে। ভাৰতৰ সাংসদৰ সৰ্বদলীয় মঞ্চই দলাই লামাক ভাৰতৰত্ন সন্মান দিয়াৰ পৰামৰ্শ আগবঢ়াইছে। কেৱল এয়াই নহয়, ৮০জন সাংসদেও এই প্ৰস্তাৱত স্বাক্ষৰ কৰিছে। অতি শীঘ্ৰেই এই প্ৰস্তাৱ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিব।

কিন্তু দালাই লামা ভাৰতীয় নাগৰিক নহয়। বৰ্তমানৰ চীনৰ অধীনত থকা তীব্বতৰ হে নাগৰিক আছিল, লগতে তিব্বতৰে আধ্যাত্মীক গুৰু। যাৰ বাবে তেখেতক ভাৰতৰত্ন প্ৰদানক লৈ উত্থাপিত হৈছে প্ৰশ্ন। ১৯৫৯ চনৰ পৰা তিব্বতৰ পৰা নিৰ্বাসিত নাগৰিক হিচাপে ভাৰতত বসবাস কৰি আছে দালাই লামাই, এতিয়াও ভাৰতীয় নাগৰিকত্ব লোৱা নাই তেখেতে। বৰ্তমানে ধৰ্মশালাক নিজৰ মুখ্য কাৰ্যালয় কৰি লৈছে দালাই লামাই।

ভাৰত ৰত্ন দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা, কিন্তু এই বঁটা কেৱল ভাৰতীয় লোককেই নহয়, পূৰ্বে তিনিজন বিদেশী নাগৰিকক এই সন্মান প্ৰদান কৰা হৈছে। এই বঁটা পাকিস্তানী নাগৰিক খান আব্দুল গফৰ খান, নেলছন মেণ্ডেলা আৰু মাদাৰ টেৰেছাক প্ৰদান কৰা হৈছে। অৱশ্যে পাছলৈ মাদাৰ টেৰেছাই ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰে। এইবাৰ যদি দালাই লামাক এই বঁটা প্ৰদানৰ সকলো ব্যৱস্থা সম্পূৰ্ণ হৈ উঠে, তেন্তে চতুৰ্থ গৰাকী বিদেশী নাগৰিক হ’ব যিয়ে ভাৰতৰত্ন বঁটা লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bharat RatnaDalai Lama
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?
বাণিজ্য

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

June 26, 2026
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!
জীৱনশৈলী

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

June 26, 2026
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!
জীৱনশৈলী

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

June 26, 2026
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট
বাণিজ্য

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

June 26, 2026
Next Post
অতিকে হৃদয়বিদাৰক, অন্ধবিশ্বাসৰ কলবত পৰি একে পৰিয়ালৰে ৫ জনক…

অতিকে হৃদয়বিদাৰক, অন্ধবিশ্বাসৰ কলবত পৰি একে পৰিয়ালৰে ৫ জনক...

৯ জুলাইত উদয় হ’ব গুৰু গ্ৰহ, লগতে উদয় হ’ব ৪ ৰাশিৰ সৌভাগ্য

৯ জুলাইত উদয় হ’ব গুৰু গ্ৰহ, লগতে উদয় হ'ব ৪ ৰাশিৰ সৌভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.