• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

9 months ago
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

58 minutes ago
অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

1 hour ago
১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব

১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব

2 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

3 hours ago
তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

4 hours ago
শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক

শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক

4 hours ago
পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত

পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত

5 hours ago
২ সপ্তাহৰ যুদ্ধবিৰতিত সন্মতি ইৰান আৰু আমেৰিকাৰ, খোলা হৈছে হৰমুজ প্ৰণালী

২ সপ্তাহৰ যুদ্ধবিৰতিত সন্মতি ইৰান আৰু আমেৰিকাৰ, খোলা হৈছে হৰমুজ প্ৰণালী

5 hours ago
ভুলতো কাৰোপৰা এই ৫ সামগ্ৰী নল’ব, দাৰিদ্ৰতাত ডুবিব পাৰে, হেৰুৱাব পাৰে সম্পদ

ভুলতো কাৰোপৰা এই ৫ সামগ্ৰী নল’ব, দাৰিদ্ৰতাত ডুবিব পাৰে, হেৰুৱাব পাৰে সম্পদ

6 hours ago
মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত ভুলতো নবজাব ঘণ্টা, কি ক্ষতি হয়? কি কৈছে বাস্তুশাস্ত্ৰই?

মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত ভুলতো নবজাব ঘণ্টা, কি ক্ষতি হয়? কি কৈছে বাস্তুশাস্ত্ৰই?

6 hours ago
SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?

SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?

7 hours ago
SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

editor by editor
July 12, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৌৰজগতৰ ৰজা সূৰ্যই যেতিয়া এটা ৰাশি এৰি অন্য ৰাশিত প্ৰৱেশ কৰে তেতিয়াই বিভিন্ন ৰাশিৰ জাতকৰ জীৱনত তাৰ উল্লেখযোগ্য প্ৰভাৱ পৰে৷ সূৰ্যই এটা এটা ৰাশিত মুটামুটি এমাহ ধৰি অৱস্থান কৰে৷ বৰ্তমান সূৰ্য আছে মিথুন ৰাশিত৷ আগন্তুক ১৬ জুলাই বিয়লি ৫ বাজি ১৭ মিনিটত সূৰ্যই মিথুন এৰি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰ৷  সূৰ্য আৰু চন্দ্ৰ পৰস্পৰৰ বন্ধু হোৱাত কৰ্কট ৰাশিত সূৰ্যৰ প্ৰভাৱ শুভ হব কেইটামান ৰাশিৰ জাতকৰ জীৱনত৷ জানি থওক সূৰ্যই কৰ্কট ৰাশিলৈ আহিলে কাৰ কাৰ ভাগ্যোন্নতি হ’ব?

কৰ্কট ৰাশি

কৰ্কট ৰাশিতেই এইবাৰ সূৰ্যৰ গোচৰ ঘটিব৷ সূৰ্যৰ প্ৰভাৱত সেয়ে জীৱনত চকুত লগা উন্নতি হ’ব কৰ্কট ৰাশিৰ জাতকৰ৷ আৰ্থিকভাৱেও বৃহৎ উন্নতি কৰিব পাৰে৷ নানান দিশৰ পৰা অৰ্থ লাভ কৰাৰ যোগ আছে৷ চাকৰিজীৱীয়ে উন্নতি কৰাৰ সুযোগ পাব৷ এই সকলো সুযোগ আপুনি উপেক্ষা নকৰিব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ দ্বাদশ ঘৰত গোচৰ কৰিব সূৰ্যই৷ সূৰ্যৰ গোচৰ লাভজনক হব সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য৷ বিদেশী কোম্পানীত কৰ্মৰতসকলে এই সময়ত উন্নতি কৰিব৷ এই সময়ত বিদেশ যাত্ৰাৰো সুযোগ আহিব৷ কৰ্মসূত্ৰে কৰোবালৈ যাব পাৰে৷ পাৰিবাৰিক জীৱনত শান্তি থাকিব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ একাদশ ঘৰত গোচৰ কৰিব সূৰ্যই৷ এই পৰিস্থিতিত সকলো কামতেই সাফল্য পাব কন্যা ৰাশিৰ জাতকে৷ নিজৰ সকলো কামেই আপুনি ভালকৈ সম্পন্ন কৰিব পাৰিব৷ ব্যক্তিগত আৰু পেছাগত জীৱনৰ মাজত ভাৰসাম্য বৰ্তাই ৰাখিব পাৰিব৷ চৰকাৰী চাকৰিয়ালৰ পদোন্নতি লাভৰ যোগ আছে৷ নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে৷

তুলা ৰাশি

তুলা ৰাশিৰ দশম ঘৰত গোচৰ কৰিব সূৰ্যই৷ এই সময়ত আপোনাৰ ব্যক্তিগত জীৱনত সু সম্পৰ্ক বৰ্তি থাকিব৷ কেৰিয়াৰত সফলতা লাভৰ যোগ আছে৷ বেচৰকাৰী চাকৰিয়ালে উন্নতি কৰাৰ সোনালী সুযোগ পাব৷ কেৰিয়াৰত ভাল পাৰফৰ্ম কৰিব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব৷ পাৰিবাৰিক সমস্যাৰ সমাধান হব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ নৱম ঘৰত গোচৰ কৰিব সূৰ্যই৷ সমাজত আপোনাৰ ভাৱমূৰ্তি উজ্জ্বল হব৷ যি কামতেই হাত দিব তাতেই সাফল্য লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷ নিজৰ কেৰিয়াৰত এই সময়ত উন্নতি কৰাৰ বৃহৎ সুযোগ পাব৷ ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব৷ হঠাৎ অৰ্থপ্ৰাপ্তি হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?
জীৱনশৈলী

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

April 8, 2026
অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ
জীৱনশৈলী

অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

April 8, 2026
১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব
জীৱনশৈলী

১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব

April 8, 2026
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?
জীৱনশৈলী

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

April 8, 2026
Next Post
শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত

শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত

কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.