• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

9 months ago
প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

4 minutes ago
SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

1 hour ago
Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

2 hours ago
হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

3 hours ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

3 hours ago
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

15 hours ago
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

15 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

15 hours ago
প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

16 hours ago
১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

16 hours ago
হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

16 hours ago
মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

editor by editor
July 28, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?
0
SHARES
529
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আজিকালি শীঘ্ৰেই চুলি পকাটো বহুসংখ্যক লোকৰেই প্ৰধান সমস্যা৷ পূৰ্বে ৫০-৬০ বছৰ বয়সৰ পাছত মানুহৰ চুলি বগা হ’বলৈ ধৰিছিল৷ কিন্তু এতিয়া ২০-৩০ বছৰ বয়সতেই মানুহৰ চুলি হ’বলৈ ধৰিছে৷ অতিৰিক্ত মানসিক চাপ, দূষণ, জেনেটিক্স, বেয়া খাদ্যভাষ আৰু টোপনিৰ অভাৱৰ দৰে বহু কাৰণ চুলি বগা হোৱাৰ বাবে দায়ী৷ শৰীৰত কিছু ভিটামিনৰ অভাৱত তৰুণসকলৰ চুলি বগা হ’ব পাৰে৷ এই বিষয়ত সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় কেইটামান জানি থোৱা উচিত৷
কম বয়সতেই চুলি পকাৰ কাৰণ বহু থাকিব পাৰে৷ যাৰ মাজত এটা হৈছে ভিটামিন বি-১২ৰ অভাৱ৷ যদি আপোনাৰ চুলি দ্ৰুত পকিবলৈ ধৰিছে তেন্তে এয়া ভিটামিন বি-১২ৰ অভাৱৰ লক্ষণ হব পাৰে৷ ভিটামিন বি-১২য়ে আপোনাৰ শৰীৰক শক্তি দিয়ে আৰু চুলিৰ প্ৰাকৃতিক ৰং বজায় ৰখাত সহায় কৰে৷ ভিটামিন বি-১২ৰ অভাৱত ক্ষতিকাৰক ৰক্তাল্পতা নাম এক অৱস্থাৰ সৈতেও যুক্ত৷
আপোনাৰ শৰীৰত পৰ্যাপ্ত ভিটামিন বি-১২ শোষণ কৰিবলৈ অক্ষম হয় তেতিয়া ক্ষতিকাৰক ৰক্তাল্পতাই দেখা দিয়ে৷ আমাৰ শৰীৰৰ লোহিত ৰক্তকণিকাৰ বাবে এই ভিটামিনৰ প্ৰয়োজন, যিয়ে সমগ্ৰ শৰীৰত অক্সিজেন সৰবৰাহ কৰাত সহায় কৰে৷ ইয়াৰ মাজতো চুলিৰ কোষ অন্তৰ্ভূক্ত৷
ভিটামিন বি-১২ৰ অভাৱত চুলিৰ কোষক দুৰ্বল কৰি দিব পাৰে আৰু মেলানিনৰ উৎপাদন কমাব পাৰে৷ মেলানিনে চুলিক তাৰ প্ৰাকৃতিৰ ৰং দিয়ে৷ লোহিত ৰক্তকণিকাৰ উৎপাদন আৰু স্নায়ুতন্ত্ৰৰ কাৰ্যকাৰিতা বৰ্তাই ৰখাৰ ওপৰিও ভিটামিন বি-১২ চুলিক শক্তিশালী কৰে আৰু মেলানিন উৎপাদনত সহায় কৰে৷ শৰীৰত এই ভিটামিনৰ অভাৱ হ’লে প্ৰয়োজনীয় পুষ্টি চুলিৰ গুৰিত উপস্থিত নহয় যি পিগমেণ্টেছনক প্ৰভাৱিত কৰে আৰু চুলি ধূসৰ হৈ যায়৷ এই ঘাটি প্ৰায় নিৰামিষভোজীসকলৰ মাজত দেখা যায়৷ কাৰণ ভিটামিন বি-১২ আমিষ খাদ্যত বেছিকৈ পোৱা যায়৷
কেৱল ভিটামিন বি-১২য়েই নহয়, ভিটামিন ডিয়ে চুলিৰ বৃদ্ধি আৰু মূৰৰ ছালৰ স্বাস্থ্যৰ বাবেও অপৰিহাৰ্য৷ এই ভিটামিনে চুলিৰ গুৰিত নতুন চুলি গজোৱা আৰু চুলিৰ আয়ুস বঢ়োৱাত সহায় কৰে৷ ভিটামিন ডিৰ অভাৱত চুলিৰ বৃদ্ধি ধীৰ আৰু অকালতে চুলি পকা সমস্যাই দেখা দিয়ে৷ ইয়াৰোপৰি বায়োটিন আৰু ফলিক এছিডৰ অভাৱে চুলিক দুৰ্বল কৰে আৰু অকালতে চুলি পকিবলৈ ধৰে৷
স্বাস্থ্য বিশেষজ্ঞৰ মতে কম বয়সতে চুলি পকি যোৱাৰ সমস্যা দূৰ কৰা সম্ভৱ৷ আপোনাৰ খাদ্য তালিকাত ভিটামিন বি-১২, ভিটামিন ডি, বায়োটিন, ফলিক এছিডৰ দৰে পুষ্টিগুণ সমৃদ্ধি খাদ্য অন্তৰ্ভূক্ত কৰক৷ প্ৰচুৰ পৰিমাণে কণী, গাখীৰ, দৈ, সেউজীয়া পাচলি, মটৰ, বাদাম আৰু ফল খাদ্য তালিকাত ৰাখক৷ যদি ভিটামিনৰ ঘাটি তীব্ৰ হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ পৰিপূৰক গ্ৰহণো উপকাৰী হব পাৰে৷ ইয়াৰোপৰি মানসিক চাপ এৰাই চলক, ধূমপান নকৰিব৷ পৰ্যাপ্ত টোপনিও প্ৰয়োজন৷ এই সৰু সৰু পদক্ষেপসমূহে আপোনাৰ চুলিক সুস্থ আৰু ক’লা কৰি ৰাখিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক
ভাৰত

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

April 21, 2026
SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!
বাণিজ্য

SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

April 21, 2026
Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!
ভাৰত

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

April 21, 2026
হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক
জীৱনশৈলী

হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

April 21, 2026
Next Post
কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

অপাৰেচন মহাদেৱৰ বৃহৎ সফলতা, ভাৰতীয় সেনাৰ হাতত নিধন পেহেলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ড

অপাৰেচন মহাদেৱৰ বৃহৎ সফলতা, ভাৰতীয় সেনাৰ হাতত নিধন পেহেলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.