• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

1 year ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

8 minutes ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

26 minutes ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

43 minutes ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

1 hour ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

2 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

2 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

3 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

4 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

5 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

6 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

7 hours ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

editor by editor
July 28, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য
0
SHARES
139
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰচলিত বিশ্বাস অনুসৰি উত্তৰাখণ্ডৰ কেদাৰনাথ আৰু তামিলনাডুৰ ৰামেশ্বৰম মন্দিৰৰ মাজত এক বিশেষ সংযোগ আছে। দেশৰ উত্তৰ আৰু দক্ষিণ দুই প্ৰান্তত থকা এই দুই মন্দিৰেই মহাদেৱৰ নামত নিবেদিত। এই দুটাই হৈছে জ্যোতিৰ্লিংগ। দ্বাদশ জ্যোতিৰ্লিঙ্গৰ মাজত অন্যতম দুই জ্যোতিৰ্লিঙ্গ হৈছে কেদাৰনাথ আৰু ৰামেশ্বৰম। উল্লেখযোগ্য বিষয় হৈছে যে দুই জ্যোতিৰ্লিঙ্গৰ দ্ৰাঘিমাংশ ৰেখাৰ ৭৯ ডিগ্ৰীত অৱস্থিত। কেদাৰনাথ আৰু ৰামেশ্বৰম এই দুই জ্যোতিৰ্লিঙ্গৰ মাজত এক সৰলৰেখাত অৱস্থিত আৰু ৫টা শিৱমন্দিৰ। এই ৫ শিৱমন্দিৰে সৃষ্টিৰ মূল পাঁচ উপাদানক প্ৰতিনিধিত্ব কৰে। এই পাঁচ শিৱমন্দিৰলৈ যিসকল যায় তেওঁলোকৰ সকলো মনোকামনা পূৰণ হয় বুলি বিশ্বাস। সৰলৰেখাত থকা ৫ শিৱমন্দিৰে যথাক্ৰমে ক্ষিতি, অপ, তেজ, মৰূৎ, পানী, বতাহ, জুই, আকাশ আৰু মাটিক প্ৰতিনিধিত্ব কৰে। কেনেকৈ একে সৰলৰেখাত ৭ শিৱমন্দিৰ অৱস্থিত?

একে সৰলৰেখাত থকা ৭টা শিৱমন্দিৰ হৈছে উত্তৰাখণ্ডৰ কেদাৰনাথ, তামিলনাডুৰ অৰুণাচলেশ্বৰ, থিল্লাই নটৰাজ, জম্বুকেশ্বৰ, একামবেশ্বৰনাথ, অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকালহস্তী আৰু শেষত আছে ৰামেশ্বৰম। ইয়াৰ মাজতেই শ্ৰীকালহস্তী শিৱ মন্দিৰে পানী বা জলক প্ৰতিনিধিত্ব কৰে। একামবেশ্বৰনাথ মন্দিৰে জুইক প্ৰতিনিধিত্ব কৰে, অৰুণাচলেশ্বৰে বতাহক প্ৰতিনিধিত্ব কৰে, জম্বুকেশ্বৰে মাটিক প্ৰতিনিধিত্ব কৰে আৰু থিল্লাই নটৰাজ মন্দিৰে আকাশক প্ৰতিনিধিত্ব কৰে। প্ৰতিটো মন্দিৰেই দ্ৰাঘিমাংশ ৰেখাৰ ৭৯ ডিগ্ৰীত অৱস্থিত। এই ৰেখাক শিৱ শক্তি অক্ষৰেখাও কোৱা হয়। এই মন্দিৰসমূহ প্ৰায় ৪০০০ বছৰ পূৰ্বেই নিৰ্মাণ কৰা হৈছিল। যেতিয়া অক্ষাংশ আৰু দ্ৰাঘিমাংশ জোখাৰ বাবে কোনোধৰণৰ চেটেলাইট প্ৰযুক্তিৰ অস্তিত্ব নাছিল। কেৱলমাত্ৰ গণিত গণনাৰ জোৰতেই নিৰ্ভুলভাৱে দেশৰ দুই প্ৰান্তক এক সৰলৰেখাত সংযোগ কৰি নিৰ্মাণ কৰা হৈছিৱ ৭টাকৈ শিৱমন্দিৰ। এই ৭টা মন্দিৰৰ কি কি বিশেষত্ব আছে?

কেদাৰনাথ ধাম
দ্ৰাঘিমাংশ ৰেখাৰ ৭৯.০৬৬৯ ডিগ্ৰীত অৱস্থিত কেদাৰনাথ মন্দিৰ। উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত অৱস্থিত কেদাৰনাথক অৰ্ধজ্যোতিৰ্লিংগ বুলিও কোৱা হয়। নেপালৰ পশুপতিনাথক ইয়াৰ পাছতেই অৰ্ধজ্যোতিৰ্লিংগৰ শাৰীত ধৰা হয়। মহাভাৰতৰ যুগত পাণ্ডৱে এই মন্দিৰ নিৰ্মাণ কৰা বুলি পুৰণি গ্ৰন্থসমূহত উল্লেখ আছে। পাছলৈ এই মন্দিৰ আদিশংকৰাচাৰ্যই পুনঃনিৰ্মাণ কৰিছিল।

শ্ৰীকালহস্তী মন্দিৰ
অন্ধ্ৰপ্ৰদেশৰ চিত্তোৰত অৱস্থিত এই মন্দিৰ তিৰুপতিৰ পৰা ৩৬ কিঃমিঃ দূৰত অৱস্থিত। দ্ৰাঘিমাংশ ৰেখাৰ ৭৯.৬৯৮৩ ডিগ্ৰীত এই মন্দিৰ অৱস্থিত।

একামবেশ্বৰনাথ মন্দিৰ
৭৯.৪২০০ ডিগ্ৰী দ্ৰাঘিমাংশ ৰেখাত অৱস্থিত একামবেশ্বৰনাথ মন্দিৰ। পল্লৱা ৰজাই এই মন্দিৰ নিৰ্মাণ কৰিছিল। পাছলৈ চোল বংশ আৰু বিজয়নগৰৰ ৰজাই মন্দিৰৰ পুনঃনিৰ্মাণ কৰে। এই মন্দিৰত পানীৰ সলনি মহাদেৱক তেল নিবেদন কৰা হয়।

অৰুণাচলেশ্বৰ মন্দিৰ
দ্ৰাঘিমাংশ ৰেখাত ৭৯.০৬৭৭ ডিগ্ৰীত অৱস্থিত এই মন্দিৰো চোলবংশী ৰজাই নিৰ্মাণ কৰিছিল।

জম্বুকেশ্বৰ মন্দিৰ
১৮০০ বছৰ পূৰণা এই মন্দিৰৰ গৰ্ভগৃহৰে পানীৰ সোঁত সকলোসময়তে প্ৰবাহিত হৈ থাকে।

থিল্লাই নটৰাজ মন্দিৰ
মহাদেৱৰ নটৰাজ ৰূপৰ পূজা কৰা হয় এই মন্দিৰত। এই মন্দিৰতেই মহাদেৱৰ সকলোতকৈ পুৰণি ১০৮টা নৃত্যৰত ৰূপৰ ছবি আছে।

ৰামেশ্বৰম জ্যোতিৰ্লিংগ
সীতাক উদ্ধাৰৰ বাবে লংকা অভিযানত যাওতে স্বয়ং ৰামচন্দ্ৰই এই মন্দিৰ স্থাপন কৰিছিল। দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম হৈছে ৰামেশ্বৰম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত
বিনোদন

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম
বাণিজ্য

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

September 30, 2026
Next Post
অপাৰেচন মহাদেৱৰ বৃহৎ সফলতা, ভাৰতীয় সেনাৰ হাতত নিধন পেহেলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ড

অপাৰেচন মহাদেৱৰ বৃহৎ সফলতা, ভাৰতীয় সেনাৰ হাতত নিধন পেহেলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ড

‘অপাৰেচন সিন্দূৰ’ৰ পাছত বিগত ১৫ দিন ধৰি চলি আছিল ‘অপাৰেচন মহাদেৱ’

'অপাৰেচন সিন্দূৰ'ৰ পাছত বিগত ১৫ দিন ধৰি চলি আছিল 'অপাৰেচন মহাদেৱ'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.