• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিয়েই খুলিব সৌভাগ্য দুৱাৰ! চন্দ্ৰ কৰ্কটত, গজকেশৰী যোগত ৫ৰাশিৰ হাতলৈ আহিব অৰ্থ, সম্পদ

আজিয়েই খুলিব সৌভাগ্য দুৱাৰ! চন্দ্ৰ কৰ্কটত, গজকেশৰী যোগত ৫ৰাশিৰ হাতলৈ আহিব অৰ্থ, সম্পদ

8 months ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

27 minutes ago
ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

2 hours ago
গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

2 hours ago
মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

3 hours ago
সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

3 hours ago
টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

3 hours ago
স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

4 hours ago
পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

6 hours ago
বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

6 hours ago
বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

7 hours ago
ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

7 hours ago
SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিয়েই খুলিব সৌভাগ্য দুৱাৰ! চন্দ্ৰ কৰ্কটত, গজকেশৰী যোগত ৫ৰাশিৰ হাতলৈ আহিব অৰ্থ, সম্পদ

আজিয়েই খুলিব সৌভাগ্য দুৱাৰ! চন্দ্ৰ কৰ্কটত, গজকেশৰী যোগত ৫ৰাশিৰ হাতলৈ আহিব অৰ্থ, সম্পদ

editor by editor
August 20, 2025
in জীৱনশৈলী
0
আজিয়েই খুলিব সৌভাগ্য দুৱাৰ! চন্দ্ৰ কৰ্কটত, গজকেশৰী যোগত ৫ৰাশিৰ হাতলৈ আহিব অৰ্থ, সম্পদ
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
২০ আগষ্ট বুধবাৰে মিথুন ৰাশিৰ পাছত চন্দ্ৰৰ গোচৰ কৰ্কট ৰাশিত আছে৷ আজি বুধবাৰে বুধ আৰু চন্দ্ৰৰ সংযোগ হৈ শুভ যোগ তৈয়াৰ হব৷ ইয়াৰ সৈতে আজি শুক্ৰ, বুধ আৰু বৃহস্পতিৰ ত্ৰিগ্ৰহী যোগ আৰু গজকেশৰী যোগৰো সংযোগ হব৷ কেৱল সেয়াই নহয় আজি চন্দ্ৰ, সূৰ্যৰ পৰা একাদশ ঘৰত অৱস্থান কৰিব যাৰ ফলত সাম যোগ তৈয়াৰ হব৷ ইয়াৰোপৰি আজি পুনৰ্বাসু নক্ষত্ৰত সিদ্ধি যোগৰো সংযোগ হব পাৰে৷ বৈদিক পঞ্চাঙ্গ অনুসৰি আজি ভাদমাহৰ কৃষ্ণপক্ষৰ দ্বাদশীৰ পাছতেই ত্ৰয়োদশী তিথি থাকিব, যাৰ কাৰণে আজিৰ দিনটো ভগৱান শিৱক উৎসৰ্গা কৰা হৈছে৷ এই পৰিস্থিতিত গজকেশৰী যোগ আৰু ভগৱান শিৱৰ কৃপাত বৃষ ৰাশিসহ ৫ ৰাশিৰ বাবে আজিৰ দিনটো খুবেই শুভ৷

বৃষ ৰাশি

আজি বুধবাৰ গণেশৰ দিন যাৰ বাবে আজিৰ দিনটোৰ বিশেষ গুৰুত্ব আছে৷ বৈদিক পঞ্চাঙ্গ অনুসৰি আজি ভাদমাহৰ কৃষ্ণপক্ষৰ দ্বাদশীৰ পাছত ত্ৰয়োদশী তিথি থাকিব যাৰ কাৰণে আজি শ্ৰীকৃষ্ণ আৰু ভগৱান শিৱক উৎসৰ্গা কৰা হৈছে৷ আজি গজকেশৰী যোগ আৰু ভগৱান শিৱৰ কৃপাত বৃষ ৰাশিসহ ৫ ৰাশিৰ বাবে আজিৰ দিনটো ভাগ্যবান হব৷ আজি এই ৰাশিৰ জাতকে কৰ্মজীৱন আৰু ব্যৱসায়ত পূৰ্ণ সুবিধা পাব৷ আপোনাৰ পৰিয়ালত সুখ শান্তি থাকিব আৰু আপুনি নতুন কাম আৰম্ভ কৰাৰো চেষ্টা কৰিব পাৰে৷ ইয়াৰোপৰি আজি এই ৰাশিৰ জাতকে শিৱ চালিচা আৰু গণেশ চালিছা পাঠ কৰিলে অতিৰিক্ত সুবিধা পাব৷

কৰ্কট ৰাশি

বুধবাৰে কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে এই দিনটো বিশেষ দিন হব৷ আজি বিদেশ সম্পৰ্কিত কামত আপুনি লাভ কৰাৰ সম্ভাৱনা আছে৷ যদি আপুনি আমদানি ৰপ্তানীৰ ব্যৱসায় কৰি আছে তেন্তে আজি আপুনি ভাল অৰ্ডাৰো পাব পাৰে৷ ইয়াৰোপৰি যদি আপুনি কোনো অতিৰিক্ত কৰিব খুজিছে তেন্তে আজিৰ দিনটো শুভ৷ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ আজি আপুনি ধৰ্মীয় কামত ব্যস্ত থাকিব৷ ইয়াৰোপৰি আজি আপুনি আৰামৰ বাবেও ধন ব্যয় কৰিব পাৰে৷ আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্কৰ মাজত মধুৰতা বৰ্তি থাকিব৷

মকৰ ৰাশি

বুধবাৰ মকৰ ৰাশিৰ জাতকৰ বাবে শুভ দিন হব৷ আজি আপুনি কোনো নতুন কামৰ আৰম্ভ কৰাৰ কথা ভাৱিব পাৰে৷ আপোনাৰ বৰ্তমান কামো প্ৰসাৰিত কৰিব পাৰে৷ আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হৈ থাকিলে আজি সমাধান পাব পাৰে৷ ইয়াৰোপৰি আজি আপুনি আপোনাৰ সহকৰ্মীৰ পূৰ্ণ সমৰ্থন লাভ কৰিব৷ নতুন কাম আৰম্ভ কৰাৰ কথা ভাৱিলে আজিৰ দিনটো শুভ৷

মিথুন ৰাশি

এই ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো দুৰ্দান্ত হব৷ আজি ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ পৰিকল্পিত কামসমূহ সম্পন্ন হব৷ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ আপোনাৰ ব্যক্তিত্বলৈ নতুনত্ব আহিব৷ আপুনি সতেজতাৰে সৈতে আপোনাৰ কাম সম্পন্ন কৰাৰ চেষ্টা কৰিব৷ আৰাম বৃদ্ধি পাব আপোনাৰ৷ আজি আপুনি বিভিন্ন উৎসৰ পৰা আৰ্থিক সুবিধা লাভ কৰাৰো সম্ভাৱনা আছে৷ আপোনাৰ আয় বৃদ্ধি পাব৷ আজি আপুনি অৰ্থ সঞ্চয়তো সফল হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!
জীৱনশৈলী

ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

April 24, 2026
মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!
জীৱনশৈলী

মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

April 24, 2026
সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ
জীৱনশৈলী

সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

April 24, 2026
টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ
জীৱনশৈলী

টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

April 24, 2026
Next Post
মুখ্যমন্ত্ৰীক কেনেকৈ চৰিয়ালে ব্যক্তিয়ে? ২২ জন ছিকিউৰিটি জোৱানে কিয় ৰক্ষা কৰিব নোৱাৰিলে ৰেখা গুপ্তক? ভুল ক’ত হ’ল? মুখ্যমন্ত্ৰীৰ নিৰাপত্তা কোন শ্ৰেণীৰ নিৰাপত্তা?

মুখ্যমন্ত্ৰীক কেনেকৈ চৰিয়ালে ব্যক্তিয়ে? ২২ জন ছিকিউৰিটি জোৱানে কিয় ৰক্ষা কৰিব নোৱাৰিলে ৰেখা গুপ্তক? ভুল ক’ত হ’ল? মুখ্যমন্ত্ৰীৰ নিৰাপত্তা কোন শ্ৰেণীৰ নিৰাপত্তা?

চন্দ্ৰ মঙ্গলৰ মহালক্ষ্মী যোগত বাম্পাৰ লাভ ৩ ৰাশিৰ! ঋণৰ পৰা মুক্তি, খাদ্য খুলিব কোন কোন ৰাশিৰ?

চন্দ্ৰ মঙ্গলৰ মহালক্ষ্মী যোগত বাম্পাৰ লাভ ৩ ৰাশিৰ! ঋণৰ পৰা মুক্তি, খাদ্য খুলিব কোন কোন ৰাশিৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.