• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেপ্টেম্বৰতেই খুলিব ভাগ্যৰ দুৱাৰ! গ্ৰহৰ গোচৰত আহিব সমৃদ্ধি, সোনালী সময় আৰম্ভ হ’ব ৩ ৰাশিৰ

ছেপ্টেম্বৰতেই খুলিব ভাগ্যৰ দুৱাৰ! গ্ৰহৰ গোচৰত আহিব সমৃদ্ধি, সোনালী সময় আৰম্ভ হ’ব ৩ ৰাশিৰ

8 months ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

33 minutes ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

1 hour ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

2 hours ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

2 hours ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

10 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

10 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

11 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

12 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

13 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

13 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

14 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছেপ্টেম্বৰতেই খুলিব ভাগ্যৰ দুৱাৰ! গ্ৰহৰ গোচৰত আহিব সমৃদ্ধি, সোনালী সময় আৰম্ভ হ’ব ৩ ৰাশিৰ

ছেপ্টেম্বৰতেই খুলিব ভাগ্যৰ দুৱাৰ! গ্ৰহৰ গোচৰত আহিব সমৃদ্ধি, সোনালী সময় আৰম্ভ হ’ব ৩ ৰাশিৰ

editor by editor
August 23, 2025
in জীৱনশৈলী
0
ছেপ্টেম্বৰতেই খুলিব ভাগ্যৰ দুৱাৰ! গ্ৰহৰ গোচৰত আহিব সমৃদ্ধি, সোনালী সময় আৰম্ভ হ’ব ৩ ৰাশিৰ
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্য়োতিষ শাস্ত্ৰ অনুসৰি, যেতিয়া কোনো গ্ৰহই তাৰ নিৰ্ধাৰিত সময়সীমা পূৰ্ণ কৰাৰ পাছত ৰাশিচক্ৰ পৰিবৰ্তন কৰে, তেতিয়া তাৰ প্ৰভাৱ দেশ দুনীয়াৰ ওপৰতেই নহয়, মানৱজীৱন আৰু ৰাশিচক্ৰৰ ১২টা ৰাশিৰ জাতকৰ ওপৰত ইতিবাচক আৰু নেতিবাচকভাৱে পৰে৷ এই বিষয়ে বিস্তাৰিতভাৱে পঢ়ক এই প্ৰতিবেদনত৷

ছেপ্টেম্বৰ মাহ আৰম্ভ হব৷ জ্যোতিষ গণনা অনসুৰি এই মাহত একাধিক গুৰুত্বপূৰ্ণ গ্ৰহই ৰাশিচক্ৰত অৱস্থান পৰিবৰ্তন বা গোচৰ কৰিব৷ গ্ৰহৰ এই পৰিবৰ্তন বা স্থানান্তৰ সাধাৰণভাৱে পৃথিৱীৰ নানা পৰিস্থিতিৰ ওপৰিও প্ৰতিটো ৰাশিৰ জাতকৰ জীৱনত বিশেষ প্ৰভাৱ পেলায়৷ ইয়াৰ মাজত কিছু ৰাশিৰ বাবে এই সময় হব বিশেষভাৱে ইতিবাচক৷ তেওঁলোকৰ জীৱনলৈ আহিব পাৰে নতুন সুযোগ, আৰ্থিক উন্নতি, কৰ্মক্ষেত্ৰত সাফল্য আৰু ব্যক্তিগত সম্পৰ্কত সুখ আৰু সমৃদ্ধি আহিব৷ আপুনি সেই সৌভাগ্যবান ৰাশিসমূহৰ মাজত কোন কোন আছে?

জ্যোতিষীৰ গণনা অনুসৰি ছেপ্টেম্বৰ মাহত চাৰিটা প্ৰধান গ্ৰহই তেওঁলোকৰ ৰাশি বা অৱস্থান পৰিবৰ্তন কৰিব৷ ইয়াৰ মাজত আছে সূৰ্যৰ গোচৰ, মঙ্গলৰ গোচৰ, বুধৰ গোচৰ আৰু শুক্ৰৰ গোচৰ৷ এই চাৰি গ্ৰহৰ পৰিবৰ্তন একেলগে ঘটাত ৰাশিচক্ৰৰ ওপৰত ইয়াৰ প্ৰভাৱ আৰু গভীৰ আৰু তাৎপৰ্যপূৰ্ণ হব বুলি ধাৰণা কৰা হৈছে৷ বিভিন্ন ৰাশিৰ জাতকৰ জীৱনত কৰ্মক্ষেত্ৰত, আৰ্থিক অৱস্থা, সম্পৰ্ক আৰু মানসিক অৱস্থাৰ ক্ষেত্ৰত বৃহৎ পৰিবৰ্তনে দেখা দিব পাৰে৷

১৩ ছেপ্টেম্বৰত মঙ্গল গ্ৰহৰ গোচৰ হ’ব৷ এইদিনটোত মঙ্গলে তুলা ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰোপৰি ছেপ্টেম্বৰ মাহতেই মঙ্গলে দুবাৰ নক্ষত্ৰ পৰিবৰ্তন কৰিব৷ ইয়াৰ পাছতেই ১ ছেপ্টেম্বৰত সূৰ্যৰ গোচৰ চলিব আৰু সূৰ্যই ৰাশিচক্ৰত প্ৰৱেশৰ পাছত নক্ষত্ৰ পৰিবৰ্তন কৰিব৷ কেৱল সেয়াই নহয় শুক্ৰই এই মাহত দুবাৰ গোচৰ কৰিব আৰু দুবাৰ নক্ষত্ৰ পৰিবৰ্তন কৰিব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি শুক্ৰৰ এই বিশেষ অৱস্থান তিনিটা ৰাশিৰ জাতকৰ বাবে অত্যন্ত ইতিবাচক প্ৰভাৱ কঢ়িয়াই আনিব৷ তেওঁলোকৰ জীৱনলৈ আহিব পাৰে নতুন সুযোগ, সৌভাগ্য, সম্পৰ্ক আৰু অৰ্থনৈতিক ক্ষেত্ৰতো উন্নতি৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে ছেপ্টেম্বৰ মাহ হব একেবাৰেই দুৰ্দান্ত৷ পৰিয়ালৰ সৈতে আনন্দময় সময় কটাব, সম্পৰ্ক আৰু গভীৰ হব আৰু মানসিক শান্তি বৰ্তি থাকিব৷ আত্মবিশ্বাস পূৰ্বৰ তুলনাত বহুগুণ বাঢ়িব, যিয়ে নতুন সুযোগ কামত লগোৱাত সহায় কৰিব৷ ব্যৱসায়ীৰ বাবে এই সময় বিশেষভাৱে অনুকূল৷ লাভৰ সম্ভাৱনা প্ৰবল থাকিব আৰু নতুন বিনিয়োগৰ পথো খুল খাব৷ কৰ্মজীৱন হওক বা ব্যক্তিগত জীৱন, সৰ্বত্ৰ ইতিবাচক পৰিবৰ্তনে দেখা দিব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে এই সময় হব অত্যন্ত শুভ৷ সুখ সুবিধা লাভৰ সুযোগ আহিব, আৰ্থিক অৱস্থাৰ উন্নতি হব৷ সমাজত সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব৷ সম্পত্তি সংক্ৰান্তিয় কোনো সুসংবাদ পোৱাৰ সম্ভাৱনা আছে৷ যিসকলে দীৰ্ঘদিন ধৰি কোনো পৰিকল্পনা কৰি আহিছিল সেয়া সফলভীৱে সম্পূৰ্ণ হব পাৰে৷ ইয়াৰোপৰি আধ্যাত্মিকতা আৰু ধৰ্মীয় কাৰ্যকলাপত আগ্ৰহ বাঢ়িব, যিয়ে মানসিক শান্তি, ইতিবাচক শক্তি দিব৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে ছেপ্টেম্বৰ মাহ অত্যন্ত শুভ হব৷ এই সময়ত ভাগ্যৰ সহায়তাত জীৱনত বৃহৎ পৰিবৰ্তন আহিব পাৰে৷ বিলাসবহুল জীৱনৰ স্বাদ পোৱাৰ সুযোগ তৈয়াৰ হব৷ জীৱনলৈ নতুন সুখ সুবিধা যোগ হব৷ অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ পাক্কা হোৱাৰ সম্ভাৱনা আছে৷ কৰ্মজীৱনত সাফল্য আহিব, পদোন্নতি বা নতুন সুযোগ পোৱাৰ সম্ভাৱনাও প্ৰৱল৷ সামগ্ৰিকভাৱে, এই মাহত কৰ্কট ৰাশিৰ জীৱনলৈ আনন্দ, অগ্ৰগতি আৰু সমৃদ্ধি আনিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!
জীৱনশৈলী

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

April 11, 2026
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!
জীৱনশৈলী

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

April 11, 2026
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?
জীৱনশৈলী

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

April 11, 2026
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

April 11, 2026
Next Post
এই তাৰিখত জন্মগ্ৰহণকাৰী ব্যক্তি প্ৰচুৰ সম্পদৰ মালিক হয়, ৰজাৰ দৰে জীৱনযাপন কৰে

এই তাৰিখত জন্মগ্ৰহণকাৰী ব্যক্তি প্ৰচুৰ সম্পদৰ মালিক হয়, ৰজাৰ দৰে জীৱনযাপন কৰে

গণেশ চতুৰ্থীত তৈয়াৰ হ’ব মহাযোগ, ভাগ্য খুলিব এই ৪ ৰাশিৰ

গণেশ চতুৰ্থীত তৈয়াৰ হ’ব মহাযোগ, ভাগ্য খুলিব এই ৪ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.