• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰগ্ৰহণেৰে আৰম্ভ হ’ব পিতৃপক্ষ, এইবাৰৰ পিতৃপক্ষত কোন ৰাশিত কি প্ৰভাৱ পৰিব?

চন্দ্ৰগ্ৰহণেৰে আৰম্ভ হ’ব পিতৃপক্ষ, এইবাৰৰ পিতৃপক্ষত কোন ৰাশিত কি প্ৰভাৱ পৰিব?

7 months ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

7 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

7 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

7 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

8 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

9 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

9 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

9 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

9 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

10 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

10 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

11 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চন্দ্ৰগ্ৰহণেৰে আৰম্ভ হ’ব পিতৃপক্ষ, এইবাৰৰ পিতৃপক্ষত কোন ৰাশিত কি প্ৰভাৱ পৰিব?

চন্দ্ৰগ্ৰহণেৰে আৰম্ভ হ’ব পিতৃপক্ষ, এইবাৰৰ পিতৃপক্ষত কোন ৰাশিত কি প্ৰভাৱ পৰিব?

editor by editor
September 4, 2025
in জীৱনশৈলী, লেখা
0
চন্দ্ৰগ্ৰহণেৰে আৰম্ভ হ’ব পিতৃপক্ষ, এইবাৰৰ পিতৃপক্ষত কোন ৰাশিত কি প্ৰভাৱ পৰিব?
0
SHARES
893
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পিতৃপক্ষ বা শ্ৰাদ্ধপক্ষ আৰম্ভ হব আগন্তুক ৭ ছেপ্টেম্বৰত৷ এই সময়ত প্ৰয়াত পিতৃপুৰুষৰ উদ্দেশ্যে তৰ্পণ কৰাৰ ৰীতি প্ৰচলিত আছে হিন্দুধৰ্মত৷ উত্তৰ পুৰুষৰ হাতৰ পৰা পানী পাই তৃপ্ত হৈ পৰলোকলৈ উভতি যায় পিতৃপুৰুষ৷ যোৱাৰ সময়ত তেওঁলোকে দি যায় সুখ, সাফল্য আৰু সমৃদ্ধিৰ আশীৰ্বাদ৷ আগন্তুক ২১ ছেপ্টেম্বৰত মহালয়া বা সৰ্বপিতৃ অমাবস্যাৰে পিতৃপক্ষৰ অৱসান ঘটিব৷ এই বছৰ পিতৃপক্ষৰ আৰম্ভণিতেই থাকিব চন্দ্ৰগ্ৰহণ আৰু পিতৃপক্ষৰ শেষ দিনত হব সূৰ্যগ্ৰহণ৷ জানি থওক বিভিন্ন ৰাশিত কি প্ৰভাৱ পেলাব পিতৃপক্ষ ২০২৫ য়ে?

মেষ ৰাশি

পিতৃপক্ষত নতুনধৰণে জীৱন আৰম্ভ কৰিব মেষ ৰাশিৰ জাতকে৷ এই সময়ত কাউৰীক খাদ্য খোৱালে প্ৰয়াত পিতৃপুৰুষ তুষ্ট হব৷ ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত অশান্তিত সোমাই পৰিব পাৰে৷

বৃষ ৰাশি

নিজৰ ওপৰত ভৰসা ৰাখক৷ নিজৰ মনেৰে যিটো কাম সঠিক বুলি ধাৰণা হয় সেই কামেই কৰক৷ অন্যৰ পৰামৰ্শ লৈ আগুৱালে কৰ্মত ভুলো হব পাৰে৷ যাৱতীয় ৰীতি মানি পিতৃপক্ষত তৰ্পণ কৰক৷

মিথুন ৰাশি

পিতৃপক্ষত নিজৰ কামত বেছিকৈ মন দিয়ক মিথুন ৰাশিৰ জাতকে৷ কামত অৱহেলা কৰিলে টাৰ্গেট মিছ হব পাৰে৷ তৰ্পণ কৰি পিতৃপুৰুষক তুষ্ট কৰক, তেওঁলোকৰ কৃপা লাভ কৰিব৷

কৰ্কট ৰাশি

নিজৰ আবেগৰ ওপৰত নিয়ন্ত্ৰণ থাকিব কৰ্কট ৰাশিৰ জাতকৰ৷ অন্যথা পিতৃপক্ষৰ ১৫ দিন আপোনাৰ অশান্তি আহিব পাৰে৷ এই সময়ত মন অশান্ত হব পাৰে৷ কলা গৰুক খুৱালে পুৰ্বপুৰুষ তুষ্ট হব৷

সিংহ ৰাশি

কেৰিয়াৰত বৃহৎ উন্নতি দেখা পাব সিংহ ৰাশিৰ জাতকে৷ এই সময়ত কৰোবাত যাত্ৰা নকৰাটোৱেই ভাল৷ কোনো ডাঙৰ সিদ্ধান্ত নল’ব৷ পিতৃপুৰুষ উভতি যোৱাৰ সময়ত আপোনাক আশীৰ্বাদ নিশ্চয় দি যাব৷

কন্যা ৰাশি

পিতৃপক্ষৰ সময়ত স্বাস্থ্যক লৈ সচেতন হৈ থাকক কন্যা ৰাশিৰ জাতক৷ কোনো ব্ৰাহ্মণক খাদ্য আৰু বস্ত্ৰ দান কৰক৷ এই কাম কৰিলে পিতৃপুৰুষৰ আশীৰ্বাদত কামৰ পথৰ সকলো বাধা দূৰ হব৷

তুলা ৰাশি

এই সময়ত যোগাযোগৰ ক্ষমতা আৰু বঢ়াওক তুলা ৰাশিৰ জাতকে৷ চেষ্টা কৰিও নিজৰ মনৰ কথা প্ৰিয় মানুহৰ আগত প্ৰকাশ নকৰিব৷ পিতৃপক্ষত অশ্বত্থ গছৰ তলত সন্ধিয়া প্ৰদীপ জ্বলাওক৷

বৃশ্চিক ৰাশি

নিজৰ খং নিয়ন্ত্ৰণত ৰাখক বৃশ্চিক ৰাশিৰ জাতকে৷ সৰু সৰু বিষয়ত মূৰ গৰম কৰিলে সমস্যাত পৰিব পাৰে৷ এই সময়ত নতুনকৈ কাৰোবাৰ সৈতে সম্পৰ্কত নোসোমাব৷ পিতৃপুৰুষক তুষ্ট কৰিবলৈ পিতৃপূজাৰ আয়োজন কৰক৷

ধনু ৰাশি

আত্মবিশ্বাসৰ অভাৱ হব ধনু ৰাশিৰ জাতকৰ৷ প্ৰতিদ্বন্দ্বীসকলৰ হাতত পৰাজিত হব পাৰে৷ চিন্তা নকৰিব উভতি যোৱাৰ পূৰ্বে পিতৃপুৰুষে আশীৰ্বাদ কৰি যাব৷

মকৰ ৰাশি

স্বাস্থ্য বৰ এটা ভালে নাথাকিব৷ বাহিৰত খোৱাবোৱা নকৰাই ভাল৷ কেৰিয়াৰৰ দিশৰ পৰা আপোনাৰ সন্মুখত এটাৰ পাছত আনটো চেলেঞ্জ আহিব৷ কোনো পুৰোহিতৰ সহায় লৈ পিতৃ তৰ্পণ কৰিলে বাধা দূৰ হব৷

কুম্ভ ৰাশি

পৰিয়াল আৰু বন্ধুৰ সৈতে ভাল সময় কটাব৷ আপোনাৰ আশেপাশে প্ৰয়াত পিতৃ-পুৰুষৰ উপস্থিতি আপুনি অনুভৱ কৰিব৷ তেওঁলোকৰ কৃপাত আপোনাৰ জীৱনৰ সকলো বাধা দূৰ হব৷

মীন ৰাশি

পিতৃপক্ষত নিজৰ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে মীন ৰাশিৰ জাতকে৷ নতুনকৈ কিছু কাম আৰম্ভ কৰাৰ পূৰ্বে অৱশ্যেই পিতৃপুৰুষৰ আশীৰ্বাদ পাব৷ পিতৃপূজা কৰক আৰু অশ্বত্থ গছৰ তলত সৰিয়হৰ তেলেৰে প্ৰদীপ জ্বলালে উপকাৰ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
দামী হ’ল IPLৰ টিকট, নতুন GSTত কোহলী, শুভমনহঁতৰ খেল চাবলৈ কিমান খৰচ হ’ব আপোনাৰ?

দামী হ’ল IPLৰ টিকট, নতুন GSTত কোহলী, শুভমনহঁতৰ খেল চাবলৈ কিমান খৰচ হ’ব আপোনাৰ?

পূজাৰ বতৰতেই দাম কমিব হেচবেক আৰু SUVৰ! বিত্তমন্ত্ৰীৰ GST বোনাছত কোনখন বাহনৰ দাম কিমান কমিল?

পূজাৰ বতৰতেই দাম কমিব হেচবেক আৰু SUVৰ! বিত্তমন্ত্ৰীৰ GST বোনাছত কোনখন বাহনৰ দাম কিমান কমিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.