এয়াৰ এম্বুলেন্সেৰে অসমলৈ লৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ৷
আজি নিশাই অসমলৈ অনা হ’ব পাৰে জুবিন গাৰ্গৰ নশ্বৰ দেহ৷
ইতিমধ্যেই সম্পন্ন হৈছে মৰোণোত্তৰ পৰীক্ষা৷
ছিংগাপুৰলৈ ৰাওনা হোৱাৰ কথা আছিল পত্নী গৰিমা গাৰ্গৰ৷
কিন্তু শেষ মুহূৰ্তত বাতিল কৰা হৈছে গৰিমাৰ যাত্ৰা৷
ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷
আজি নিশা ৮ বজাত সমগ্ৰ বিষয়ক লৈ সংবাদমেল সম্বোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















