• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

10 months ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

1 minute ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

37 minutes ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

1 hour ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

2 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

2 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

3 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

4 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

5 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

7 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

7 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

editor by editor
December 5, 2025
in জীৱনশৈলী
0
২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন
0
SHARES
3.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু মাত্ৰ দুদিনৰ অপেক্ষা৷ তাৰপিছতেই ৭ ডিচেম্বৰ দেওবাৰে ধনু ৰাশিত প্ৰৱেশ কৰিব মঙ্গলে৷ জ্যোতিষ অনুসৰি ধনু হৈছে বৃহস্পতিৰ ৰাশি৷ অৰ্থাৎ দেৱগুৰু বৃহস্পতিৰ ঘৰলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল৷ ঠিক ইয়াৰ পূৰ্বৰ দিনা অৰ্থাৎ ৬ ডিচেম্বৰত ধনু ৰাশিত প্ৰৱেশ কৰিব বুধে৷ ইয়াৰ ফলত ধনুত যুঁটি বান্ধিব বুধ আৰু মঙ্গলে৷ বছৰৰ শেষত ধনু ৰাশিত মঙ্গলৰ গোচৰ নানান দিশৰ পৰা লাভজনক হব পাঁচ ৰাশিৰ জাতকৰ বাবে৷ জানি থওক আগন্তুক সময়ত কোন কোন ৰাশিৰ জাতকে জীৱনত উন্নতিৰ এখনৰ পাছত আনখন দুৱাৰ খুলিব কোন কোন ৰাশিৰ জাতকৰ সন্মুখত?

মেষ ৰাশি

মঙ্গলৰ গোচৰ লাভজনক হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত উপাৰ্জন আৰু আৰ্থিক লাভৰ ক্ষেত্ৰত বিশেষ উপকাৰী হ’ব৷ নতুন উপাৰ্জনৰ পথ আপোনাৰ সন্মুখত খুলিব৷ কঠোৰ পৰিশ্ৰম কৰিলে তাৰ সুফল নিশ্চয় পাব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা ভাল ফল লাভৰ সম্ভাৱনা আছে৷ পাৰ্টনাৰৰ সৈতে ভাল সময় কটাব মেষ ৰাশিৰ জাতকে৷

মিথুন ৰাশি

ধনু ৰাশিত মঙ্গল আহিলে অফিচত প্ৰমোছন পাব পাৰে মিথুন ৰাশিৰ জাতকে৷ এই সময়ত আয় বাঢ়িব আপোনাৰ৷ অফিচত চিনিয়ৰসকলৰ সৈতে সম্পৰ্ক ভাল হব৷ কৰ্মক্ষেত্ৰত আপোনাৰ পাৰফৰ্মেন্সৰ সকলোৱে প্ৰশংসা কৰিব৷ আত্মবিশ্বাস তুংগত থাকিব মিথুন ৰাশিৰ জাতকৰ৷ ব্যৱসায়ীসকলৰ বাবেও শুভ সময়৷ এই সময়ত আপোনাৰ সম্পদ বাঢ়িব৷ আৰ্থিক উন্নতি কৰিব পাৰে৷

সিংহ ৰাশি

মঙ্গলৰ গোচৰত পকেট ভৰিব সিংহ ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ জীৱনত সুখ আৰু সমৃদ্ধি বৰ্তি থাকিব৷ ৭ ডিচেম্বৰৰ পৰা আশীৰ্বাদৰ দৰে সময় আৰম্ভ হ’ব সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ আৰ্থিক উন্নতিৰ নতুন পথ খুলিব৷ উপাৰ্জন বাঢ়িব, ফলত বেংক বেলেন্সো বৃদ্ধি পাব৷ ব্যৱসায়ীসকলে এই সময়ত ডাঙৰ লাভ কৰিব পাৰে৷ চাকৰিতো পৰিস্থিতি মজবুত হ’ব৷

ধনু ৰাশি

ধনু ৰাশিলৈ আহিব মঙ্গল৷ সেনাপতি গ্ৰহৰ শুভ প্ৰভাৱত আত্মবিশ্বাসেৰে পূৰ্ণ থাকিব ধনু ৰাশিৰ জাতকৰ মন৷ নানান এডভেঞ্চাৰৰ আগ্ৰহ বাঢ়িব আপোনাৰ৷ উন্নতিৰ নতুন পথ খুলিব আপোনাৰ সন্মুখত৷ কেৰিয়াৰতো এই সময়ত বৃহৎ সাফল্য লাভৰ যোগ আছে৷ ব্যৱসায়ীসকলে আৰ্থিকভাৱে লাভৱান হব৷ হাতত টকা পইছা বাঢ়িব আৰু আৰ্থিক বিষয়তো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷

মীন ৰাশি

মঙ্গলৰ গোচৰৰ প্ৰভাৱত মীন ৰাশিৰ জাতকৰ জীৱনত সুখ উপচি পৰিব৷ এই সময়ত আপোনাৰ সকলো ৰৈ থকা কাম সম্পূৰ্ণ হব৷ জীৱনৰ সকলো ক্ষেত্ৰত সাফল্য লাভ কৰিব মীন ৰাশিৰ জাতকে৷ পেছাগত জীৱনত উচ্চ অধিকাৰীসকলৰ সহায়তা লাভ কৰিব৷ সামাজিক সন্মান বাঢ়িব৷ এই সময়ত হঠাৎ কিছু টকা পইছা আপোনাৰ হাতলৈ আহিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক
জীৱনশৈলী

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

October 5, 2026
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

October 5, 2026
Next Post
ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

ফাইটাৰ জেট, S-500, Su-57 যুদ্ধবিমান...! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.