• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বানত ভাঁহিছিল মঙ্গলো! কিমান দিনলৈকে প্ৰাণ আছিল পৃথিৱীৰ চুবুৰীয়া গ্ৰহ মঙ্গলত? নিশ্চিহ্ন হ’ল কেতিয়া? কি কৈছে নতুন গৱেষণাই?

বানত ভাঁহিছিল মঙ্গলো! কিমান দিনলৈকে প্ৰাণ আছিল পৃথিৱীৰ চুবুৰীয়া গ্ৰহ মঙ্গলত? নিশ্চিহ্ন হ’ল কেতিয়া? কি কৈছে নতুন গৱেষণাই?

7 months ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

1 hour ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

2 hours ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

2 hours ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

3 hours ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

4 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

17 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

18 hours ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

19 hours ago
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

19 hours ago
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

20 hours ago
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

21 hours ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বানত ভাঁহিছিল মঙ্গলো! কিমান দিনলৈকে প্ৰাণ আছিল পৃথিৱীৰ চুবুৰীয়া গ্ৰহ মঙ্গলত? নিশ্চিহ্ন হ’ল কেতিয়া? কি কৈছে নতুন গৱেষণাই?

বানত ভাঁহিছিল মঙ্গলো! কিমান দিনলৈকে প্ৰাণ আছিল পৃথিৱীৰ চুবুৰীয়া গ্ৰহ মঙ্গলত? নিশ্চিহ্ন হ’ল কেতিয়া? কি কৈছে নতুন গৱেষণাই?

editor by editor
December 7, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
বানত ভাঁহিছিল মঙ্গলো! কিমান দিনলৈকে প্ৰাণ আছিল পৃথিৱীৰ চুবুৰীয়া গ্ৰহ মঙ্গলত? নিশ্চিহ্ন হ’ল কেতিয়া? কি কৈছে নতুন গৱেষণাই?
0
SHARES
576
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৃথিৱীৰ প্ৰতিবেশী গ্ৰহ মঙ্গলত এসময়ত পানী আছিল৷ কুলুকুলুকৈ নদী বৈ গৈছিল, বিজ্ঞানীসকলে তাৰ প্ৰমাণ পূৰ্বেই পাইছে৷ মঙ্গলত প্ৰাণৰ অস্তিত্ব সম্বন্ধেও তেওঁলোক কমবেছি পৰিমাণে একমত৷ কিন্তু কিমান দিন? অৰ্থাৎ মঙ্গলৰ মাটিত কিমান দিন পৰ্যন্ত প্ৰাণী আছিল? কেতিয়া প্ৰাণীসমূহ নিশ্চিহ্ন হৈ গ’ল? নতুন এক গৱেষণাত এই সংক্ৰান্তীয় যাৱতীয় ধাৰণা সলনি হৈ পৰিছে৷ ফলত ইমানদিন বিজ্ঞানীয়ে মঙ্গলত প্ৰাণৰ অস্তিত্বক লৈ যি হিচাপ দেখুৱাইছিল সেই হিচাপ এইবাৰ সলনি হৈছে৷

মঙ্গলৰ অতীতক লৈ বিজ্ঞানীৰ মাজত কৌতূহলৰ শেষ নাই৷ পৃথিৱীৰ পৰা মাত্ৰ ২২ কোটি কিঃমিঃ দূৰৈৰ এটা গ্ৰহ৷ মাটিত লোহাৰ পৰিমান বেছি থকাৰ বাবে মহাকাশৰ পৰা ৰঙা দেখা পায় মঙ্গলক৷ গৱেষণাত কোৱা হৈছে যে ৩৭০ৰ পৰা ৪২০ কোটি বছৰ পূৰ্বে মঙ্গলত নদী, খাল, হ্ৰদ আৰু সমুদ্ৰসমূহ শুকাই যাবলৈ আৰম্ভ হৈছিল৷ সেই প্ৰক্ৰিয়া সম্পন্ন হ’বলৈ বেছি সময় নালাগিল৷ মূলত সৌৰবায়ুৰ প্ৰভাৱেই ইয়াৰ বাবে দায়ী৷ বিজ্ঞানীসকলৰ অনুমান যে মঙ্গলৰ বায়ুমণ্ডল শুহি লৈছিল সৌৰবায়ুৱে৷ তাৰফলত পানীও শুকায় যায়৷ নিশ্চিহ্ন হৈ যায় প্ৰাণ৷ এতিয়া মঙ্গল শীতল, শুষ্ক এক সৌৰগ্ৰহ৷ কিন্তু এই প্ৰক্ৰিয়াৰ সময়কালক লৈ একাধিক মত আছে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ এটা ৰোভাৰৰ তথ্য বিশ্লেষণ কৰা হৈছে মঙ্গলৰ নতুন গৱেষণাত৷ পোৱা গৈছে নতুন হিচাপ৷ বিজ্ঞানীসকলৰ অধিকাংশৰেই ধাৰণা যে, কোটি কোটি বছৰ পূৰ্বে মঙ্গলৰ পৰিবেশ প্ৰাণীৰ বসবাসৰ অযোগ্য হৈ পৰিছিল৷ অৱশ্যে নতুন গৱেষণাৰ দাবী যে যিমান ধাৰণা কৰা হৈছিল সিমানো নহয়৷ আৰু বহু পাছলৈকেও মঙ্গলৰ প্ৰাণ আছিল৷ গেইল ক্ৰেটাৰৰ পাথৰৰ নমুনাতেই তাৰ প্ৰমাণ আছে বুলি দাবী৷

মঙ্গলৰ বুকুত থকা এক বিশাল অববাহিকাৰ নাম গেইল ক্ৰেটাৰ৷ ইয়াৰ ব্যাস প্ৰায় ১৫৪ কিঃমিঃ৷ ইয়াৰ মাজত আছে প্ৰকাণ্ড পৰ্বত মাউণ্ট শাৰ্প৷ ৰহস্যময় এই অববাহিকাৰ অনুসন্ধান অভিযান চলোৱাৰ বাবে নাছাই পঠিয়াইছে কিউৰিওচিটি ৰোভাৰ৷ এই ৰোভাৰে পঠিওৱা তথ্যই মঙ্গলৰ অতীত আলোকপাত কৰে৷ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ আবু ধাবিৰ গৱেষক দিমিত্ৰা অত্ৰিৰ নেতৃত্বত এদল বিজ্ঞানী সম্প্ৰতি কিউৰিওচিটি ৰোভাৰে পঠিওলা তথ্য ঘোটালিছে৷ গেইল ক্ৰেটাৰৰ প্ৰাচীন ভূগৰ্ভস্থ পানীৰ সংস্পৰ্শত আহি পাথৰত পৰিণত হৈছিল৷ সেই সংক্ৰান্তিয় গৱেষণাপত্ৰত প্ৰকাশিত হৈছে জাৰ্নেল অফ জিয়োফিজিকেল ৰিচাৰ্ছ প্লেনেটছে৷ বিজ্ঞানীয়ে তাতেই দাবী কৰিছে যে অনুমানতকৈ বহু বেছি সময় মঙ্গলত প্ৰাণৰ অস্তিত্ব আছিল৷

গেইল ক্ৰেটাৰৰ বালি আৰু পাললিক শিলাৰ প্ৰকৃতি পৰীক্ষা কৰি এই তথ্য পোৱা গৈছে৷ বিজ্ঞানীসকলে জনাইছে যে গেইল ক্ৰেটাৰ অত্যন্ত শুষ্ক৷ এই অংশৰ বালি আৰু পলি পাথৰত পৰিণত হৈছিল নোয়াচিয়ান যুগত৷ এই সময়ত মঙ্গলৰ মাটিত প্ৰবল বন্যা বৈছিল৷ গেইল ক্ৰেটাৰৰ মাজত নদীসমূহ উফন্দি উঠিছিল৷

ৰোভাৰৰ তথ্য সংযুক্ত আৰৱ আমিৰশাহীৰ মৰুভূমিত হাতেকলমে পৰীক্ষা কৰি চাইছিল বিজ্ঞানীদলে৷ তেওঁলোকৰ দাবী, পলি পাথৰত পৰিণত হোৱাৰ ঘটনাটো শেষ পৰ্যায়ৰ জলীয় ক্ৰিয়া৷ নিকটবৰ্তী পৰ্বতৰ ভূগৰ্ভস্থ পানীয়েই ইয়াৰ বাবে দায়ী৷ ইয়াৰ ফলত জিপছাম, কেলছিয়াম ছালফেট ডাইহাইড্ৰেটৰ দৰে খনিজো উৎপন্ন হৈছিল৷ পৃথিৱীৰ মৰুভূমিতো এই ধৰণৰ খনিজৰ অস্তিত্ব পোৱা গৈছে৷ মঙ্গলৰ অতীত বিচৰাত এই গৱেষণাৰ ফলাফল বিশেষ কাৰ্যকৰ হ’ব পাৰে বুলি ধাৰণা কৰিছে বিজ্ঞানীসকলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা
ভাৰত

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

June 25, 2026
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?
বিনোদন

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

June 25, 2026
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!
বিনোদন

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

June 25, 2026
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z
বিশ্ব

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

June 25, 2026
Next Post
আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি

আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি

নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?

নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.