• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
EPFO থকা সকলৰ বাবে সুখবৰ, ATM আৰু UPIৰ সহায়ত উলিয়াব পাৰিব PFৰ টকা

4 months ago
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

4 minutes ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

30 minutes ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

51 minutes ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

1 hour ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

2 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

3 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

4 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

5 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

EPFO থকা সকলৰ বাবে সুখবৰ, ATM আৰু UPIৰ সহায়ত উলিয়াব পাৰিব PFৰ টকা

editor by editor
December 18, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত, ৰাজনীতি
0
EPFO থকা সকলৰ বাবে সুখবৰ, ATM আৰু UPIৰ সহায়ত উলিয়াব পাৰিব PFৰ টকা
0
SHARES
164
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

EPFO থকা সকলৰ বাবে সুখবৰ, ATM আৰু UPIৰ সহায়ত উলিয়াব পাৰিব PFৰ টকা

কৰ্মচাৰী ভৱিষ্য নিধি সংগঠন(EPFO) ই লৈ আহি আছে অতিকে সুখবৰ। নতুন বছৰত PF থকা লোক সকলে অতি সহজেই ATM আৰু UPIৰ সহায়ত পোনে পোনে PF একাউন্টৰ পৰা উলিয়াব পাৰিব টকা।

PF একাউণ্টৰ পৰা টকা উলিওৱা সমস্যাৰ বাবেই দীৰ্ঘ দিনৰে পৰা এই সুবিধা অনাৰ বাবে আলোচনা চলি আছিল, সেই সম্পৰ্কেই এতিয়া সুখবৰ আহি গৈছে। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী মনসুখ মণ্ডাবিয়াই এক সাক্ষাতত এই বিষয়ে জানিবলৈ দিয়ে। তেখেতে দিয়া মন্তব্য অনুসৰি ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈ PFৰ গ্ৰাহকে এই সুবিধা লাভ কৰিব পাৰিব।

মন্ত্ৰী মনসুখ মণ্ডাবিয়াই সাক্ষাতত লগতে ইয়াকো কয় যে, গ্ৰাহক তথা কৰ্মচাৰীয়ে তেওঁলোকৰ এম্পই প্ৰোভিডেণ্ট ফাণ্ড (EPF)ৰ ৭৫ শতাংশলৈ টকা পোনে পোনে ATM অথবা UPIৰ সহায়ত উলিয়াব পাৰিব।

সেই সাক্ষাতে মন্ত্ৰী মণ্ডাবিয়াই লগতে ইয়াকো কয় যে, চৰকাৰৰ এই সুবিধা অনাৰ মূল লক্ষ্যই হৈছে PFক সহায়-সুবিধাজনক আৰু সকলোফালৰ পৰা ডিজিটেলাইজ কৰা। যাতে গ্ৰাহকে অতি সোনকালে টকা উলিয়াব পাৰে। কাৰণ এই টকা গ্ৰাহকৰ নিজা টকা, সেয়ে যাতে প্ৰয়োজনত এই টকা সহজে উলিয়াব পাৰে কোনো ধৰণৰ সমস্যা নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে
জীৱনশৈলী

April 13, 2026
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?
জীৱনশৈলী

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

April 13, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

April 13, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

April 13, 2026
Next Post
ক্ৰোধান্বিত বুমৰাহ, অনুৰাগীৰ মোবাইল কাঢ়ি দলিয়াই পেলালে, ভিডিঅ’ ভাইৰেল

ক্ৰোধান্বিত বুমৰাহ, অনুৰাগীৰ মোবাইল কাঢ়ি দলিয়াই পেলালে, ভিডিঅ' ভাইৰেল

মাজ আকাশতে ধৰা পৰিল যান্ত্ৰিক ত্ৰুটি, কথামপি জৰুৰী অৱতৰণ ১৬০ যাত্ৰী কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ বিমান,

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন