জ্যোতিষ বিচাৰ অনুসৰি জানুৱাৰী মাহটো অত্যন্ত তাৎপৰ্যপূৰ্ণ হব৷ বছৰৰ প্ৰথম মাহত সূৰ্যই ধনু ৰাশি এৰি মকৰ ৰাশিত গোচৰ কৰিব৷ ইয়াৰ সৈতে আৰম্ভ হব সূৰ্যৰ উত্তৰায়ণ৷ ইয়াৰোপৰি এই সময়ত মঙ্গলে মকৰ ৰাশিত গোচৰ কৰি গঠন কৰিব ৰুচক ৰাজযোগ৷ জানুৱাৰীত ৰাশি পৰিবৰ্তন কৰিব বুধ আৰু শুক্ৰই৷ যাৰ ফলত গঠিত হ’ব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ জানক জানুৱাৰী ২০২৬ কেনে হ’ব বিভিন্ন ৰাশিৰ জাতকৰ৷
মেষ জানুৱাৰী ৰাশিফল
কেৰিয়াৰ আৰু আৰ্থিক দিশৰ পৰা ভাল সময় আহিছে৷
চাকৰিয়ালে প্ৰমোছন পাব পাৰে৷
প্ৰেমজীৱন আৰু দাম্পত্যত মাধুৰ্য থাকিব৷
স্বাস্থ্যক লৈ সাৱধানে থাকক৷
প্ৰতি মঙ্গলবাৰে হনুমান চালিছা পাঠ কৰক৷
বৃষ জানুৱাৰী ৰাশিফল
এই মাহ আৰ্থিকভাৱে লাভজনক হব৷
চাকৰিত নতুন কামৰ দায়িত্ব আহিব পাৰে৷
জীৱনসংগীৰ সৈতে ভাল সময় কটাব৷
স্বাস্থ্য ভালে থাকিলেও পেটৰ বিষত কষ্ট পাব৷
প্ৰতি শুকুৰবাৰে লক্ষ্মীপূজা কৰক৷
মিথুন জানুৱাৰী ৰাশিফল
কৰ্কট জানুৱাৰী ৰাশিফল
কেৰিয়াৰত এটাৰ পাছত আনটো চেলেঞ্জ আহিব পাৰে৷
সকলো বাধা দূৰ কৰি সাফল্য পাব৷
সংসাৰত সুখ শান্তি থাকিব৷
অসুখত ভুগিব পাৰে৷
প্ৰতি সোমবাৰে শিৱলিংগত পানী ঢালক৷
সিংহ জানুৱাৰী ৰাশিফল
জানুৱাৰী মাহ সুখ সৌভাগ্য পূৰ্ণ হব৷
কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷
অফিচত আপোনাৰ কামত বছে প্ৰশংসা কৰিব৷
জীৱনলৈ কিছু পজিটিভ পৰিবৰ্তন আহিব৷
প্ৰতি দেওবাৰে পানীৰ অৰ্ঘ্য দি সূৰ্য প্ৰণাম কৰক৷
কন্যা জানুৱাৰী ৰাশিফল
এই মাহত সৌভাগ্য আৰু সমৃদ্ধি উপচি পৰিব জীৱনত
ব্যৱসায়ত বৃহৎ চুক্তি কৰাৰ সুযোগ পাব৷
বিবাহিত ব্যক্তিৰ জীৱনত সুখ থাকিব৷
আলস্য ত্যাগ কৰা জৰুৰী৷
প্ৰতি বুধবাৰে মা দুৰ্গাৰ পূজা কৰক৷
তুলা জানুৱাৰী ৰাশিফল
আৰ্থিকভাৱে এই মাহ আপোনাৰ বাবে ভাল
কেৰিয়াৰত সাফল্য লাভৰ যোগ আছে৷
পাৰ্টনাৰৰ সৈতে সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব৷
সংসাৰত সুখ শান্তি বৰ্তি থাকিব৷
প্ৰতি শুকুৰবাৰে বগা পোছাক পৰিধান কৰক আৰু ৰঙা ফুলেৰে দুৰ্গা দেৱীৰ আৰাধনা কৰক৷
বৃশ্চিক জানুৱাৰী ২০২৬ ৰাশিফল
কেৰিয়াৰত উন্নতি কৰিব পাৰিব৷
পদোন্নতি হব পাৰে৷ পাৰ্টনাৰৰ সৈতে বুজাপৰা আৰু প্ৰেম বাঢ়িব৷
স্বাস্থ্য ভালে থাকিলেও ক্লান্তি বাঢ়িব৷
বজৰংবলীক সেন্দুৰ তেল নিবেদন কৰক৷
ধনু জানুৱাৰী ৰাশিফল
জানুৱাৰীত কেৰিয়াৰৰ গ্রাফ ঊৰ্ধমুখী হব৷
জীৱনত ৰোমান্স বাঢ়িব৷
সংসাৰৰ পুৰণি অশান্তি দূৰ হব৷
সাৱধানে বাহন চলাওক৷
প্ৰতি বৃহস্পতিবাৰে বিষ্ণু সহস্ৰনাম জপ কৰক৷
মকৰ জানুৱাৰী ৰাশিফল
আৰ্থিক উন্নতি কৰাৰ যোগ আছে৷
চাকৰিত প্ৰমোছন আৰু ইনক্ৰিমেণ্ট হব পাৰে৷
কামৰ চাপ বঢ়াক লৈ টেনছন থাকিব৷
কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷
প্ৰতি শনিবাৰে শিৱলিংগত কেঁচা গাখীৰ ঢালক৷
কুম্ভ জানুৱাৰী ৰাশিফল
গুৰুত্বপূৰ্ণ কাম সাফল্যৰ সৈতে সম্পূৰ্ণ কৰক৷
সংসাৰত আনন্দৰ পৰিবেশ থাকিব৷
জীৱনলৈ নতুন প্ৰেম আহিব পাৰে৷
মানসিক আৰু শাৰীৰিকভাৱে ক্লান্ত হৈ পৰিব৷
প্ৰতি বুধবাৰে গণেশক মোদক নিবেদন কৰক৷
মীন জানুৱাৰী ৰাশিফল
জানুৱাৰী মাহত আপোনাপ মনত পজিটিভ এনাৰ্জি বাঢ়িব৷
ব্যৱসায়ত লাভ বাঢ়িব৷
পৰিয়ালৰ সকলো মনোমালিন্য দূৰ হব৷
নিয়মিত ব্যায়াম কৰিলে স্বাস্থ্য ভালে থাকিব৷
বৃহস্পতিবাৰে হালধীয়া ফুলেৰে বিষ্ণুৰ পূজা কৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















