• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰেই ক্ৰিয়েটৰে খুলিছিল চেনেলটো! বছৰত উপাৰ্জন কৰিছে ৩৫ কোটি টকা, AI শ্লপ ভিডিঅ’ তৈয়াৰ কৰি ইউটিউবত জনপ্ৰিয় ‘বন্দৰ অপনা দোস্ত’

অসমৰেই ক্ৰিয়েটৰে খুলিছিল চেনেলটো! বছৰত উপাৰ্জন কৰিছে ৩৫ কোটি টকা, AI শ্লপ ভিডিঅ’ তৈয়াৰ কৰি ইউটিউবত জনপ্ৰিয় ‘বন্দৰ অপনা দোস্ত’

8 months ago
ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

39 minutes ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

1 hour ago
ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

2 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

19 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

19 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

19 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

20 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

20 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

21 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

21 hours ago
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

22 hours ago
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অসমৰেই ক্ৰিয়েটৰে খুলিছিল চেনেলটো! বছৰত উপাৰ্জন কৰিছে ৩৫ কোটি টকা, AI শ্লপ ভিডিঅ’ তৈয়াৰ কৰি ইউটিউবত জনপ্ৰিয় ‘বন্দৰ অপনা দোস্ত’

অসমৰেই ক্ৰিয়েটৰে খুলিছিল চেনেলটো! বছৰত উপাৰ্জন কৰিছে ৩৫ কোটি টকা, AI শ্লপ ভিডিঅ’ তৈয়াৰ কৰি ইউটিউবত জনপ্ৰিয় ‘বন্দৰ অপনা দোস্ত’

editor by editor
January 1, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
অসমৰেই ক্ৰিয়েটৰে খুলিছিল চেনেলটো! বছৰত উপাৰ্জন কৰিছে ৩৫ কোটি টকা, AI শ্লপ ভিডিঅ’ তৈয়াৰ কৰি ইউটিউবত জনপ্ৰিয় ‘বন্দৰ অপনা দোস্ত’
0
SHARES
852
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধন ঘটিছে কৃত্ৰিম মেধা বা AI ৰে তৈয়াৰী ভিডিঅ’ৰে৷ ডিজিটেল মাধ্যমেৰে AI শ্লপ বা ব্ৰেইন ৰট কণ্টেণ্ট তৈয়াৰ কৰি বছৰত কোটি কোটি ধন আ কৰিছে এজন ভাৰতীয় ইউটিউবাৰে৷ সমীক্ষাত প্ৰকাশ পাইছে উপাৰ্জনৰ তথ্য৷ কিন্তু পোনতেই জানি থওক এই ব্ৰেন ৰট কি বিষয়ক কণ্টেণ্ট? ব্ৰেইন ৰট কওঁতে সহজ ভাষাত বুজা যায় মানসিক ক্লান্তি আৰু মস্তিষ্কৰ অৱক্ষয়, যি দ্ৰুতগতিত সৰু আৰু প্ৰায়েই অৰ্থহীন ডিজিটেল বিষয় অতিৰিক্ত পৰিমানে চোৱাৰ পাছত হয়৷ এই সকলো বিষয়ৰ মাজত আছে সৰু টিকটক ভিডিঅ’ অযুক্তিকৰ আৰু অবাস্তৱ মিম, ৰিল ইত্যাদি৷ এই সকলো বিষয়ৰ মাজত কোনো অৰ্থ বা শিক্ষণীয় বিষয় নাথাকিলেও ঘণ্টাৰ পাছত ঘণ্টা আমি সেইবোৰ চাই থাকো৷ ফলত মানুহৰ মনোযোগ কমি যায়৷ গভীৰ চিন্তাভাৱনা কৰাৰ ক্ষমতাও কমে৷ ই কোনো আনুষ্ঠানিকভাৱে ঘোষিত ৰোগ নহলেও বিশেষজ্ঞসকলৰ বহুতেই বিষয়টোক লৈ চিন্তিত৷ সাম্প্ৰতিক সময়ত এই বিষয়ক লৈ বিস্তৰভাৱে লেখামেলাও কৰা হৈছে৷

কৃত্ৰিম বুদ্ধিমত্তাৰ মাধ্যমেৰে তৈয়াৰী সেই এ আই শ্লপ বা ব্ৰেইন ৰট কণ্টেণ্টসমূহ তৈয়াৰ কৰিবলৈ কষ্ট কম৷ মানুহে তৈয়াৰ কৰা অৰ্থৱহ কোনো কণ্টেণ্টৰ পৰিবৰ্তে কেৱল মানুহৰ দৃষ্টি আকৰ্ষণৰ বাবেই এইসমূহ তৈয়াৰ কৰা হয়৷ AI সৃষ্ট বিষয়ৰ উত্থানৰ পৰীক্ষা কৰি সম্প্ৰতি এক সমীক্ষা চলিছিল ভিডিঅ’ এডিটিং প্লেটফৰ্ম কাপউইঙত৷ বিশ্বব্যাপী সকলোতকৈ বেছি অনুসৰণকাৰী থকা ১৫,০০০ ইউটিউব চেলেল পৰ্যালোচনা কৰে সংস্থাটোৱে৷

সমীক্ষাত দেখা গৈছে সেই ১৫০০০ৰ ভিতৰত ২৭৮ টা ইউটিউব চেনেলে সম্পূৰ্ণৰূপে AI নিৰ্মিত বিষয় আপলোড কৰে৷ চেনেলসমূহৰ পৰা যিসমূহ ভিডিঅ’ আপলোড কৰা হৈছে সেয়া সন্মিলিতভাৱে ৬৩০০ কোটি বাৰতকৈ বেছি চোৱা হৈছে৷ চেনেলসমূহৰ মুঠ ছাবস্ত্ৰাইবাৰৰ সংখ্যা ২২.১ কোটি৷

বিষয়টো আৰু বিস্তাৰিতভাৱে জুঁকিয়াই চাবলৈ প্ৰতিখন দেশৰ শীৰ্ষ ১০০ টা চেনেলো পৰীক্ষা কৰা হৈছিল৷ কাপউইঙৰ তৰফৰ পৰা ভাৰতীয় চেনেলসমূহক লৈয়ো এই সমীক্ষা চলোৱা হৈছিল৷ কাপউইঙৰ প্ৰতিবেদন অনুসৰি বন্দৰ অপনা দোস্ত নামৰ ইউটিউব চেনেলটোৱে বিশ্বব্যাপী সৰ্বাধিক চোৱা AI শ্লপ চেনেল৷ সমীক্ষা অনুসৰি চেনেলটো সম্পূৰ্ণৰূপে এ আই জেনেৰেটেড বা কৃত্ৰিম মেধাৰে তৈয়াৰী ভিডিঅ’ আপলোড কৰাৰ বাবে পৰিচিত৷ ২০০ কোটিতকৈ বেছি বাৰ এই চেনেলৰ ভিডিঅ’সমূহ চোৱা হৈছে৷ সেই চেনেলৰ বিৱৰণত লিখা আছে, ‘বন্দৰ অপনা দোস্তয়ে সকলোকে স্বাগত জনাইছো৷ বান্দৰৰ জীৱনৰ মজা, আৱেগ আৰু অতি বাস্তৱবাদী গল্প কোৱাৰ এক অনন্য মিশ্ৰণ এই চেনেল৷ তাৰ আপুনি বান্দৰৰ হাস্যকৰ, নাটকীয় আৰু হৃদয়স্পৰ্শী সংক্ষিপ্ত ভিডিঅ’সমূহ চাব পাৰে৷

এই চেনেলটোৰ ছাৱস্ত্ৰাইবাৰৰ সংখ্যা প্ৰায় ২৮ লাখ৷ মুঠ ৬১৯ টা ভিডিঅ’ আপলোড হৈছে সেই চেনেলৰ পৰা৷ আৰু এইসমূহ ভিডিঅ’ৰ মাধ্যমেৰে বছৰি আনুমানিক ৪২.৫ লাখ ডলাৰ বা ৩৫ কোটি টকা আয় কৰিছে চেনেলটোৱে৷ অবিশ্বাস্য ধাৰণা হলেও এই তথ্য প্ৰকাশ পাইছে সমীক্ষাত৷ প্ৰযুক্তি আৰু ডিজিটেল অধিকাৰৰ গৱেষক ৰোহিনী লক্ষণে সংবাদমাধ্যম দ্যা গাৰ্ডিয়ানক জনাইছে যে বন্দৰ অপনা দোস্তৰ জনপ্ৰিয়তা সম্ভৱত ইয়াত অযৌক্তিক, অবাস্তৱ আৰু অতি পুৰুষালি কণ্টেণ্টৰ বাবেই তৈয়াৰ হৈছে৷

জানি থোৱা ভাল যে বন্দৰ অপনা দোস্ত চেনেলটো নতুন নহয়৷ সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি ২০২০ চনত সুৰজিৎ নামৰ অসমৰে এজন যুৱকে এই চেনেলটো তৈয়াৰ কৰিছে৷ কেইবাবছৰ ধৰি তেওঁ খুব এটা সক্ৰিয় নাছিল৷ এই বছৰৰ আৰম্ভণিতে হঠাৎ সক্ৰিয় হয় চেনেলটো৷ তাৰপিছতেই এই চেনেলত আপলোড কৰা ভিডিঅ’সমূহত দ্ৰুতগতিত লাখ লাখ ভিউ অৰ্জন কৰে৷ তাৰপিছতেই আপলোড কৰা ভিডিঅ’সমূহ ভালকৈ চালে বুজা যায় যে এই ভিডিঅ’ত বেছিকৈ কষ্ট কৰিব লগা হোৱা নাই৷ ভিডিঅ’ৰ গুণমান আৰু বৰ্ণনাও সীমিত৷ কিন্তু মানুহে বহুলভাৱে এই ভিডিঅ’ চাইছে৷

অৱশ্যে এই বিষয়ক লৈ উদ্বেগো প্ৰকাশ কৰিছে গৱেষক আৰু শিল্প পৰ্যবেক্ষকসকলে৷ তেওঁলোকৰ উদ্বেগ, কৃত্ৰিম বুদ্ধিমত্তাৰে নিৰ্মিত এই ধৰণৰ বিষয় আপলোড কৰা চেনেলত গ্ৰাহকৰ সংখ্যা মানুহে তৈয়াৰ কৰা প্ৰকৃত সৃজনশীল কণ্টেণ্ট বা বিষয়বস্তুৰ চেনেলতকৈ বেছি হ’ব ধৰিছে৷ এয়া কণ্টেণ্ট ক্ৰিয়েটৰৰ বাবে অশুভ লক্ষণ৷ এই তথ্য দেখাৰ পাছতেই সামাজিক মাধ্যমত ব্যাপকভাৱে সমালোচনাও হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা
বিশ্ব

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

August 30, 2026
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!
বাণিজ্য

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

August 30, 2026
ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!
জীৱনশৈলী

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

August 30, 2026
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
জীৱনশৈলী

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

August 29, 2026
Next Post
এঞ্জেল নম্বৰ ১১১ৰে নতুন বছৰ আৰম্ভ, জীৱনত কি কি লাভ পাব পাৰে আপুনি?

এঞ্জেল নম্বৰ ১১১ৰে নতুন বছৰ আৰম্ভ, জীৱনত কি কি লাভ পাব পাৰে আপুনি?

‘S’ আখৰেৰে আৰম্ভ হোৱা নামৰ ব্যক্তিৰ নতুন বছৰত ভাগ্য চমকিব! অৰ্থ, প্ৰেম, কৰ্মজীৱন কেনে হ’ব?

‘S’ আখৰেৰে আৰম্ভ হোৱা নামৰ ব্যক্তিৰ নতুন বছৰত ভাগ্য চমকিব! অৰ্থ, প্ৰেম, কৰ্মজীৱন কেনে হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.