• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

2 months ago
শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

11 minutes ago
গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

34 minutes ago
এইসকল লোকে ভুলতো নাখাব নহৰু, নহৰু খালেই ঘটিব পাৰে স্বাস্থ্যৰ অৱনতি

এইসকল লোকে ভুলতো নাখাব নহৰু, নহৰু খালেই ঘটিব পাৰে স্বাস্থ্যৰ অৱনতি

2 hours ago
৫০ হাজাৰ টকা দৰমহা? তথাপিও সহজেই কম সময়ত জমা কৰিব পাৰিব ৫০ লাখ টকা, কিন্তু কেনেকৈ?

৫০ হাজাৰ টকা দৰমহা? তথাপিও সহজেই কম সময়ত জমা কৰিব পাৰিব ৫০ লাখ টকা, কিন্তু কেনেকৈ?

2 hours ago
কাইলৈৰ ৰাশিফলঃ চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, দুৰ্দান্ত সাফল্য আহিব কাৰ কাৰ জীৱনলৈ?

কাইলৈৰ ৰাশিফলঃ চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, দুৰ্দান্ত সাফল্য আহিব কাৰ কাৰ জীৱনলৈ?

2 hours ago
৩২, ৩০ নে ২৮? কেইটা দাঁত থাকিলে আপুনি কোটিপতি হোৱাৰ সৌভাগ্য আছে? কি কৈছে সমুদ্ৰশাস্ত্ৰই?

৩২, ৩০ নে ২৮? কেইটা দাঁত থাকিলে আপুনি কোটিপতি হোৱাৰ সৌভাগ্য আছে? কি কৈছে সমুদ্ৰশাস্ত্ৰই?

3 hours ago
বাহন, ঘৰৰ লগতে বিলাসী জীৱনৰ শুভাৰম্ভণি হ’ব ৩ৰাশিৰ, ১৯ এপ্ৰিলৰ পৰা শুক্ৰই সলাব ৩ৰাশিৰ ভাগ্য

বাহন, ঘৰৰ লগতে বিলাসী জীৱনৰ শুভাৰম্ভণি হ’ব ৩ৰাশিৰ, ১৯ এপ্ৰিলৰ পৰা শুক্ৰই সলাব ৩ৰাশিৰ ভাগ্য

4 hours ago
আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

4 hours ago
মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি

মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি

5 hours ago
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

5 hours ago
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

5 hours ago
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

editor by editor
January 30, 2026
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?
0
SHARES
677
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে সহজেই ফোনৰ ভিতৰৰ সকলো তথ্য ওলিয়াব পাৰে ছাইবাৰ অপৰাধীয়ে৷ অপৰাধীয়ে সহজেই ওলিয়াই লয় এজন ব্যক্তিৰ জৰুৰী আৰু ব্যক্তিগত তথ্য৷ ডিজিটেল প্ৰযুক্তিৰ যিমানেই উন্নতি হৈছে সিমানেই বাঢ়িছে ছাইবাৰ প্ৰতাৰণাৰ হাৰ৷ সেয়ে ফোন সুৰক্ষিত ৰাখিবলৈ হ’লে দ্ৰুত ছেটিংচত গৈ কিছু প্ৰয়োজনীয় সালসলনি কৰাটো জৰুৰী৷

কেনেকৈ সলনি কৰিব ফোনৰ ছেটিংচ?

টু-ফেক্টৰ অথেণ্টিকেছন আৰম্ভ কৰক

ই এক প্ৰাথমিক কাম৷ গুগল একাউণ্ট বা এপল আই ডিত টু-ষ্টেপ ভেৰিফিকেছন অন কৰক৷ ইয়াৰ ফলত পাছৱৰ্ড জানিলেও অন্য কোনোৱে আপোনাৰ ফোন লগ ইন কৰিব নোৱাৰে৷

এপৰ নিৰাপত্তা

ফোনৰ ছেটিংচলৈ গৈ প্ৰাইভেছি অপশ্ব্যনলৈ যাওক৷ তাত গৈ পাৰমিছন মেনেজাৰত চাওক৷ কোন কোন এপ অনুমতি অবিহনেই আপোনাৰ ফোনৰ কেমেৰা, মাইক্ৰফোন বা লোকেছন ব্যৱহাৰ কৰি আছে৷ সন্দেহজনক এপসমূহ ডিলিট কৰক৷

গুগল প্লে প্ৰটেক্ট

গুগল প্লে ষ্টোৰ বা বাহিৰত ইণ্টাৰনেটৰ পৰা যদি কোনো এপ ডাউনলোড কৰে তেতিয়াহলে পূৰ্বে ইমপ্ৰুভ হাৰ্মফুল এপ ডিটেকছনলৈ যাওক৷ ছেটিংচৰ পৰা যাব লাগিব৷ তাত গৈ গুগল প্লে প্ৰটেক্ট অন কৰি দিলেই প্লে ষ্টোৰে সেই এপটোক স্কেন কৰিবলৈ আৰম্ভ কৰিব৷ যদি ক্ষতিকৰ কিছু তথ্য পায় তেন্তে আপোনাক সতৰ্ক কৰিব৷

লক স্ক্ৰিন নটিফিকেছন

ফোনৰ ছেটিংছৰ পৰা লক স্ক্ৰিন নটিফিকেছন অপশ্ব্যনটো আৰম্ভ কৰি দিয়ক৷ ইয়াত ফোন লক থকা অৱস্থাত কোনোৱে আপোনাৰ ফোনলৈ অহা মেছেজ বা অটিপি দেখা নাপাব৷

ভিপিএনৰ ব্যৱহাৰ

ৰে’ল ষ্টেচন, বিমানবন্দৰ হওক বা হোটেল সুযোগ পালেই বিনা পইছাৰ ৱাইফাই ব্যৱহাৰ নকৰিব৷ ৱাইফাইৰ সুৰক্ষা কিমান মজবুত সেয়া জানি থওক৷ এই ধৰণৰ ৱাইফাইৰ পৰা তথ্য ফাঁচ হোৱাৰ ভয় থাকে৷ যদি প্ৰয়োজনত পাব্লিক ৱাইফাই ব্যৱহাৰ কৰিবলগীয়া হলে ভাল যেন ধাৰণা হোৱা ভিপিএন ব্যৱহাৰ কৰক৷

বায়োমেট্ৰিক লক

বায়োমেট্ৰিক লক ব্যৱহাৰ কৰক৷ পিন বা পেটাৰ্ণৰ ক্ষেত্ৰত জটিল কিছু বাচি লওক৷

ছিম কাৰ্ডৰ সুৰক্ষা

আপোনাৰ ছিম কাৰ্ডত এটা ছিম পিন চেট কৰক৷ ইয়াত ফোন চুৰি হলেও কোনোৱে আপোনাৰ ছিম অন্য ফোনত লগালেই আপোনাৰ অটিপি ব্যৱহাৰ কৰিব নোৱাৰিব৷ ফোনৰ ছেটিংচত গৈ ছিকিউৰিটি বা ছিম কাৰ্ড লক অপশ্ব্যনত গৈ এই কাম কৰিব লাগিব৷

আপোনাৰ ফোনৰ নেটৱৰ্ক যদি মাজে মাজে উধাও হৈ যায় আৰু দীৰ্ঘ সময় ধৰি নাহে তেতিয়াহলে দ্ৰুত কাষ্টমাৰ কেয়াৰত যোগাযোগ কৰক৷ ই ছিম ক্লোনিঙৰ লক্ষণ হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?
খাদ্য

শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

April 7, 2026
গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই
জীৱনশৈলী

গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

April 7, 2026
এইসকল লোকে ভুলতো নাখাব নহৰু, নহৰু খালেই ঘটিব পাৰে স্বাস্থ্যৰ অৱনতি
খাদ্য

এইসকল লোকে ভুলতো নাখাব নহৰু, নহৰু খালেই ঘটিব পাৰে স্বাস্থ্যৰ অৱনতি

April 7, 2026
৫০ হাজাৰ টকা দৰমহা? তথাপিও সহজেই কম সময়ত জমা কৰিব পাৰিব ৫০ লাখ টকা, কিন্তু কেনেকৈ?
জীৱনশৈলী

৫০ হাজাৰ টকা দৰমহা? তথাপিও সহজেই কম সময়ত জমা কৰিব পাৰিব ৫০ লাখ টকা, কিন্তু কেনেকৈ?

April 7, 2026
Next Post
ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা

দণ্ডনায়ক শনিদেৱ অস্ত যাব! কিছুদিন পাছতেই সুখৰ সময় আহিব কুম্ভসহ এইকেইটা ৰাশিৰ

দণ্ডনায়ক শনিদেৱ অস্ত যাব! কিছুদিন পাছতেই সুখৰ সময় আহিব কুম্ভসহ এইকেইটা ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.