• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা

7 months ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

17 minutes ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

2 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

3 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

3 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

4 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

5 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

6 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

7 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

7 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

8 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

8 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা

editor by editor
January 31, 2026
in অপৰাধ, জীৱনশৈলী, বিশ্ব
0
ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
যৌন অপৰাধী জেফ্ৰি এপষ্টিন সংক্ৰান্তিয় কিছু ফাইল প্ৰকাশ কৰিছে আমেৰিকাৰ বিচাৰ বিভাগে৷ তাতেই বিল গেটছক লৈ বিস্ফোৰক তথ্য প্ৰকাশ পাইছে৷ যৌন যোগ STDত ভুগি আছে ধনকুবেৰ বিল গেটছ৷ ৰুছ মহিলাৰ সৈতে যৌন সংগম কৰাৰ ফলতেই তেওঁৰ শৰীৰত এই ৰোগে বাঁহ বান্ধিছে বুলি উল্লেখ কৰা হৈছে৷

নতুনকৈ প্ৰকাশিত ফাইলসমূহৰ মাজত আছে কিছু ই মেইলো৷ নিজেই নিজকে এই মেইলসমূহ কৰিছিল এপষ্টিনে৷ সেই ধৰণৰ এটা ই মেইলত দাবী কৰা হৈছে যে ৰুছ মহিলাৰ সৈতে শয্যাসংগী হোৱাৰ পাছত যৌনৰোগত আক্ৰান্ত হৈছিল উদ্যোগপতি তথা মাইক্ৰছফ্টৰ প্ৰতিষ্ঠাতা বিল গেটছ৷ ইয়াতেই শেষ নহয়, ইয়াৰপাছতেই তেওঁ গোপনে পত্নী মিলিন্দা গেটছকো এণ্টিবায়োটিক খোৱাবলৈ আৰম্ভ কৰিছিল৷ এপষ্টাইন ফাইলছৰ সমস্ত দাবী অৱশ্যে খাৰিজ কৰি দিছে ধনকুবেৰ গেটছে৷ বিল গেটছৰ মুখপাত্ৰই বিবৃতি জাৰি কৰি জনাইছে যে এপষ্টিন ফাইলছৰ সমস্ত তথ্য ভুৱা৷ তেওঁৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰিব নোৱাৰি হতাশাত ভূগি এই ধৰণৰ অভিযোগ আনিছে এপষ্টিনে৷

উল্লেখ কৰা প্ৰয়োজন যে শুকুৰবাৰে আমেৰিকাৰ বিচাৰ দফতৰ এপষ্টিন ফাইলত ৩০ লাখ পৃষ্ঠা প্ৰকাশ্যে আহিছে৷ ইয়াৰ মাজত আছে ২ হাজাৰ ভিডিঅ’ আৰু ১ লাখ ৮০ হাজাৰ ছবি৷ ইয়াৰ পূৰ্বে প্ৰকাশিত ফাইলসমূহত এপষ্টাইনৰ সৈতেই দেখা গৈছিল মাৰ্কিন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, প্ৰাক্তন মাৰ্কিন প্ৰেছিডেণ্ট বিল ক্লিণ্টনক৷ এইবাৰৰ প্ৰকাশিত তথ্যত বিল গেটছৰ ওপৰিও নাম আছে নিউয়ৰ্কৰ সদ্য নিৰ্বাচিত মেয়ৰ জোহৰান মামদানিৰ মাতৃ বলীউড পৰিচালক মীৰা নায়াৰৰ নামো৷ নতুন প্ৰকাশিত ফাইলত দাবী কৰা হৈছে ২০০৯ চনত নিজৰ চিনেমা ‘আমেলিয়া’ৰ প্ৰচাৰত এক যৌন অপৰাধী ঘিছলাইন মেকৱেল আয়োজিত এক নৈশভোজত যোগ দিছিল মীৰা নায়াৰে৷

২০০৮ চনৰ এপষ্টিনৰ বিৰুদ্ধে নাবালিকা ধৰ্ষণ আৰু নিগ্ৰহৰ অভিযোগৰ গোচৰ দাখিল হয়৷ ২০১৯ চনৰ আগষ্টত গ্ৰেপ্তাৰৰ পাছত কাৰাগাৰতেই আত্মহত্য কৰে তেওঁ৷ তাৰপিছতে এটাৰ পাছত আনটো ফাইল পোহৰলৈ আহিছে তেওঁৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে
জীৱনশৈলী

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

August 18, 2026
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 18, 2026
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!
জীৱনশৈলী

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

August 18, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

August 18, 2026
Next Post
দণ্ডনায়ক শনিদেৱ অস্ত যাব! কিছুদিন পাছতেই সুখৰ সময় আহিব কুম্ভসহ এইকেইটা ৰাশিৰ

দণ্ডনায়ক শনিদেৱ অস্ত যাব! কিছুদিন পাছতেই সুখৰ সময় আহিব কুম্ভসহ এইকেইটা ৰাশিৰ

ফেব্ৰুৱাৰীত সূৰ্যৰ গোচৰৰ ফলত মালামাল হ’ব এই ৫ৰাশি, কৰ্মজীৱনতো ব্যাপক উন্নতিৰ যোগ

ফেব্ৰুৱাৰীত সূৰ্যৰ গোচৰৰ ফলত মালামাল হ’ব এই ৫ৰাশি, কৰ্মজীৱনতো ব্যাপক উন্নতিৰ যোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.