• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনে হ’ব এই বছৰৰ বাজেট? কি ইংগিত দিছে জ্যোতিষশাস্ত্রই?

কেনে হ’ব এই বছৰৰ বাজেট? কি ইংগিত দিছে জ্যোতিষশাস্ত্রই?

5 months ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

15 minutes ago
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

51 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

2 hours ago
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

10 hours ago
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

11 hours ago
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

12 hours ago
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

13 hours ago
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

14 hours ago
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

14 hours ago
‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

15 hours ago
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

15 hours ago
২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেনে হ’ব এই বছৰৰ বাজেট? কি ইংগিত দিছে জ্যোতিষশাস্ত্রই?

কেনে হ’ব এই বছৰৰ বাজেট? কি ইংগিত দিছে জ্যোতিষশাস্ত্রই?

editor by editor
January 31, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
কেনে হ’ব এই বছৰৰ বাজেট? কি ইংগিত দিছে জ্যোতিষশাস্ত্রই?
0
SHARES
242
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিশাটো পাৰ হ’লেই বাজেট৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পেছ কৰিব ইউনিয়ন বাজেট ২০২৬-২৭৷ এইবাৰক লৈ নৱমবাৰৰ বাবে বাজেট পেছ কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ বাজেটৰ দিশত নজৰ ৰাখিছে সমগ্ৰ দেশৰ জনতাই৷ বিগত বৰ্ষৰ বাজেটত আয়কৰ ৰেহাই দিছিল চৰকাৰে৷ মধ্যবিত্তৰ বাজেট বুলিও দাবী কৰিছিল কেন্দ্ৰীয় চৰকাৰে৷ কিন্তু এই বছৰ কি হ’ব?

অৰ্থনীতিবিদে কৈছে যে চৰকাৰৰ লক্ষ্য আৰ্থিক স্থিতি বৃদ্ধি কৰা৷ কৰ কাঠামোৰ পৰিমিত উন্নয়ন আৰু ডাঙৰ প্ৰকল্পসমূহত বিনিয়োগ বঢ়োৱা৷ এই ৩ বিষয়ক মূৰত ৰাখিয়েই এইবাৰৰ বাজেট৷ কিন্তু জ্যোতিষশাস্ত্ৰই কি কৈছে বাজেটক লৈ? কেনে হ’ব বাজেট?

জ্যোতিষশাস্ত্ৰৰ বিচাৰত বাজেট পেছ কৰাৰ দিন আৰু গ্ৰহৰ অৱস্থানে গুৰুত্বপূৰ্ণ ইংগিত দিয়ে৷ কাইলৈ অৰ্থাৎ দেওবাৰে সূৰ্য, শনি, মঙ্গল, বুধ আৰু শুক্ৰ গ্ৰহৰ সংযোগে বিশেষ প্ৰভাৱ পেলাব পাৰে৷ সূৰ্য নেতৃত্ব, শক্তি আৰু চৰকাৰৰ ক্ষমতাৰ প্ৰতীক৷ শনিয়ে কঠিন পৰিশ্ৰম, নিয়ম আৰু ধৈৰ্য্যৰ কথা কয়৷ মঙ্গলে প্ৰযুক্তি, উন্নয়ন পৰিকাঠামো আৰু কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰে৷ বুধে বাজেটৰ দিনা বাণিজ্য, যোগাযোগ, শিক্ষা আৰু পণ্যমূল্যৰ দিশতো ইংগিত দিয়ে৷

এই সকলো গ্ৰহৰ সংযোগৰ ইংগিত সাধাৰণভাৱে বাজেটত সামঞ্জস্যপূৰ্ণ, কাৰ্যকৰ আৰু বাস্তৱসন্মত হ’ব বুলিয়েই আশা৷ জ্যোতিষ গণনাই কৈছে ২০২৬ চনৰ বাজেটত জনসাধাৰণৰ বাবে ভাৰসাম্যপূৰ্ণ হ’ব পাৰে৷ কিছু ক্ষেত্ৰত মূল্যবৃদ্ধিৰো সম্ভাৱনা নুই কৰিব নোৱাৰি৷ তথ্যপ্ৰযুক্তি, ফাৰ্মা, অটো, বেংকিং ছেক্টৰত বিশেষকৈ নজৰ দিয়া হব পাৰে৷

জ্যোতিষমতে চৰকাৰে বাজেট প্ৰস্তুত কৰাৰ সময়ত বাস্তৱত আৰ্থিক পৰিস্থিতি আৰু নীতি-নিৰ্ধাৰণত সতৰ্কতা অৱলম্বন কৰিব বিচাৰিব৷ কৰৰ কাঠামো খুব বেছি পৰিবৰ্তন নকৰি বিনিয়োগ, অৱকাঠামো, স্বাস্থ্য আদিত গুৰুত্ব দিব পাৰে৷ প্ৰশাসনিক দৃঢ়তা আৰু বেলেন্স বজাই ৰখাৰ চেষ্টা কৰা হব৷ সমাজৰ বিস্তৃত স্তৰ, মধ্যবিত্ত, ব্যৱসায়ী, কৃষক আৰু সাধাৰণ মানুহ উপকৃত হব পাৰে৷ কিছু ক্ষেত্ৰত মূল্যবৃদ্ধি বা বিশেষ কিছু নীতি গ্ৰহণৰ বাবে চাপ থাকিব পাৰে৷ বাজেট পূৰ্ণ ত্ৰুটিমুক্ত হ’ব বুলি ক’ব নোৱাৰি৷ সৰ্বস্তৰক সুখী কৰিব পাৰিব সেই সম্ভাৱনা কম৷ বাকী কাইলৈ সঠিকভাৱে জানিব পাৰিব আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!
জীৱনশৈলী

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

June 24, 2026
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।
বিনোদন

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

June 24, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

June 24, 2026
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী
জীৱনশৈলী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

June 23, 2026
Next Post
মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ

মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ

অযোধ্যাৰ ৰাম মন্দিৰৰ কাম এতিয়াও শেষ হোৱা নাই, ৩০ এপ্ৰিল ২০২৬লৈকে চলিব কাম, কিমান কোটি খৰচ হৈছে জানেন?

অযোধ্যাৰ ৰাম মন্দিৰৰ কাম এতিয়াও শেষ হোৱা নাই, ৩০ এপ্ৰিল ২০২৬লৈকে চলিব কাম, কিমান কোটি খৰচ হৈছে জানেন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.