• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

7 months ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

38 minutes ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

1 hour ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

2 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

2 hours ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

2 hours ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

3 hours ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

3 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

6 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

7 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

8 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

9 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

editor by editor
February 21, 2026
in জীৱনশৈলী, স্বাস্থ্য
0
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ
0
SHARES
335
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডায়বেটিছ এক জটিল অসুখ৷ আৰু এই ৰোগে শৰীৰক ঘেৰি ধৰিলে জীৱনত কিছু খাদ্য এৰি দিয়াটো জৰুৰী৷ অন্যথা স্বাস্থ্য বেয়া হ’বলৈ সময় নালাগে৷ আনকি একাধিক অংগৰো বৃহৎ ক্ষতি হ’ব পাৰে৷ সেয়ে সাৱধান হওক৷ আমাৰ পৰিচিত কিছু ফলো ডায়বেটিছৰ বাবে একেবাৰেই ভাল নহয়৷ এইসমূহ খালে শৰীৰৰ অৱস্থা বেয়া হ’ব পাৰে৷ পাছলৈ একাধিক সমস্যা হ’ব পাৰে৷ সাৱধান হৈ এইসমূহ ফল ত্যাগ কৰাটোৱেই শ্ৰেষ্ট উপায়৷

আম

ডায়বেটিছত আম খোৱাটো একেবাৰেই বেয়া৷ এই ফলৰ গ্লাইছেমিক ইনডেক্স বেছি৷ অৰ্থাৎ কোনো খাদ্য খালে ছুগাৰ কিমান সোনকালে বাঢ়িব পাৰে তাকেই গ্লাইছেমিক ইনডেক্সৰ মাধ্যমেৰে বুজোৱা হয়৷ জানিলে আচৰিত হ’ব যে একাপ আমৰ ৰসত প্ৰায় ২৩ গ্ৰাম ছুগাৰ থাকে৷ যাৰ ফলত সেয়া খালে তেজত গ্লুকজ লেভেল দ্ৰুত গতিত বাঢ়ি যায়৷ সেয়ে ডায়বেটিছ থাকিলে এই ফল এৰাই চলক৷

আঙুৰ

আঙুৰ খাবলৈ ভীষণভাৱে ভালপায়৷ ইয়াৰ মিঠা সোৱাদৰ তুলনা নাই৷ কিন্তু বেয়া খবৰ এয়াই যে ডায়বেটিছত এই ফল খালে শৰীৰৰ অৱস্থা বেয়া হ’ব পাৰে৷ ইয়াত থকা ফ্ৰুক্টজে দেহৰ ক্ষতি কৰিব পাৰে৷ সেয়ে এই ফল এৰাই চলাৰ চেষ্টা কৰক৷

আনাৰস

গৰম পৰিবলৈ আৰম্ভ কৰিছে৷ এই সময়তে আনাৰস পোৱা যায়৷ কিন্তু ডায়বেটিছ থকা ব্যক্তিয়ে আনাৰস খোৱাটো বিষৰ সমান৷ কাৰণ আনাৰসে লগে লগেই ছুগাৰৰ পৰিমাণ শৰীৰত বঢ়াই দিয়ে৷ এই ফলৰো গ্লাইছেমিক ইনডেক্স বহু বেছি৷ সেয়ে নিয়মিত আনাৰস খালে দেহৰ অৱস্থা বেয়া হ’বলৈ সময় নালাগে৷

তৰমুজ

গৰমৰ ফল তৰমুজ৷ এই ফল বেছি পৰিমাণে খোৱাটো অনুচিত৷ ডায়বেটিছ থকা ব্যক্তিয়ে এই ফল খালে শৰীৰৰ অৱস্থা বেয়ালৈ ঢাল খাব পাৰে৷ কাৰণ ইয়াতো গ্লাইছেমিক ইনডেক্স বহু বেছি৷ ইয়াৰোপৰি ইয়াত প্ৰাকৃতিক চেনীও আছে৷ সেয়ে তৰমুজৰ পৰা দূৰৈত থকাৰ চেষ্টা কৰক৷

কল

অত্যন্ত উপকাৰী হলেও ডায়বেটিছ থকা ব্যক্তিয়ে কল নোখোৱাটোৱেই শ্ৰেয়৷ এই ফলত আছে কাৰ্বোহাইড্ৰেটৰ ভাণ্ডাৰ৷ ইয়াৰোপৰি ইয়াত ভাল পৰিমাণে ছুগাৰো থাকে৷ সেয়ে ডায়বেটিছত কল থাকে শৰীৰৰ অৱস্থা বেয়া হ’বলৈ সময় নালাগে৷ কল নাখাবলৈকে চেষ্টা কৰিব ছুগাৰ থকা ব্যক্তিয়ে৷

কি খাব?

কল, আনাৰস, তৰমুজ, আম, আঙুৰ ডায়বেটিছৰ বাবে বেয়া হ’লেও আপেল, মধুৰিআম, কিউই আৰু আমলখী উপকাৰী ফল৷ এইসমূহ ফল ডায়বেটিছ ৰোগীৰ বাবে উপকাৰী৷

(বিঃদ্ৰঃ এই প্ৰতিবেদন সচেতনতাৰ উদ্দেশ্যে লিখা হৈছে৷ কোনো ঔষধ গ্ৰহণ কৰাৰ পূৰ্বে অৱশ্যেই নিজে চিকিৎসকৰ পৰামৰ্শ লওক৷)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু
ভাৰত

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

September 22, 2026
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক
জীৱনশৈলী

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

September 22, 2026
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?
জীৱনশৈলী

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

September 22, 2026
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

September 22, 2026
Next Post
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.