• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

4 months ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

8 minutes ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

31 minutes ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

1 hour ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

2 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

4 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

5 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

6 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

6 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

7 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

7 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

9 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

editor by editor
February 21, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
0
SHARES
426
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্ৰীকৃষ্ণই গীতাৰ মাধ্যমেৰে জীৱনৰ বহু উপদেশ দি গৈছে৷ হাজাৰ হাজাৰ বছৰ পূৰ্বে শ্ৰীকৃষ্ণই এই উপদেশসমূহ দিলেও সেইসমূহৰ আজিও আমাৰ জীৱনত সমানেই মাহাত্ম্য আছে৷ মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধৰ পূৰ্বে নিজৰ আপোনজনৰ ওপৰত অস্ত্ৰচালনা কৰিবলৈ অস্বীকাৰ কৰিছিল অৰ্জুনে৷ মানসিক দ্বন্দ্বত ভুগি অস্ত্ৰ পৰিত্যাগ কৰে তৃতীয় পাণ্ডৱে৷ তেতিয়াই অৰ্জুনক যি উপদেশ দিছিল শ্ৰীকৃষ্ণই৷ সেয়াই গীতাৰ বাণী নামেৰে পৰিচিত৷

গীতাৰ বাণী সঠিকভাৱে মানি চলিব পাৰিলে জীৱনত সাফল্য লাভ কৰিব পাৰি৷ আৰু এই ধৰণৰ প্ৰতিকূলতাৰ সৈতে যুঁজ কৰাৰ শক্তি অৰ্জন কৰা সম্ভৱ হয়৷ গীতাই আমাৰ জীৱদ্দশা আৰু তাৰ পাছৰ অৱস্থাৰ বাবেও সমানভাৱে কাৰ্যকৰী৷ গীতাৰ দৰ্শনে আমাৰ জীৱনক সঠিকভাৱে চালনা কৰে৷ গীতাত ধৰ্ম, কৰ্ম আৰু প্ৰেম সম্পৰ্কে উপদেশ দিয়া হৈছে৷

গীতাত শ্ৰীকৃষ্ণই কৈছে যে জীৱন কেতিয়াও একে নাথাকে৷ জীৱনত যেনেকৈ ভাল সময় আহে, তেতিয়াও বেয়া সময় আহে৷ কেনেকৈ কঠিন সময়ৰ মোকাবিলা কৰিব লাগে সেই পৰামৰ্শও গীতাত দিছে শ্ৰীকৃষ্ণই৷ জানি থওক কি কৈছে গীতাই?

গীতাত থকা শ্ৰীকৃষ্ণৰ বাণী

সময় কেতিয়াও একেই নাথাকে৷ জীৱনত ভাল সময় আহিলেও তাৰ কিছু সময় পাছতেই বেয়া সময়ো অৱশ্যেই আহে৷ যি ব্যক্তিয়ে অকাৰণতে কন্দাকটা কৰে তেওঁলোকৰ হাহাকাৰে অন্যৰ চকুলৈকো পানী আনি দিয়ে৷ কিন্তু তাৰ পৰা দুখৰ পৰিত্ৰাণৰ শক্তি পোৱা নাযায়৷

যি ব্যক্তিয়ে কেতিয়াও সাফল্যত উচ্ছ্বাসিত নহয় আৰু ব্যৰ্থতাৰ দুঃখতো ভাঙি নপৰে, তেওঁলোক হৈছে সকলোতকৈ ধীৰ স্থিৰ আৰু বুদ্ধিমান ব্যক্তি৷ যি ব্যক্তিয়ে নিজৰ অহংকাৰত ডুবি থাকে, তেওঁলোকে কেতি.আও সাফল্য লাভ নকৰে৷ সেয়ে সাফল্য পালে অহংকাৰ নকৰিব৷ কাইলৈ ব্যৰ্থতা আহিবই পাৰে৷

শ্ৰীকৃষ্ণই কৈছে যি ব্যক্তি দুৰ্বল আৰু ভীতু, তেওঁলোকে ভাগ্যৰ হাতত নিজকে সমৰ্পণ কৰি বহি থাকে৷ যি আত্মবিশ্বাসী আৰু শক্তিশালী তেওঁ কেতিয়াও ভাগ্যৰ ওপৰত ভৰসা নকৰে৷ তেওঁ নিজৰ ভাগ্য নিজেই লিখে৷

গীতাত কোৱা হৈছে যে কেতিয়াও কাৰোবাৰ বাহিৰৰ চেহেৰা দেখি কোনো সিদ্ধান্ত নল’ব৷ কাৰণ ভগৱানে আমাৰ বাহিৰৰ নহয়, ভিতৰখন চাই বিচাৰ কৰে৷

শ্ৰীকৃষ্ণই কৈছে, আপুনি সুখত থাকিব নে দুখত থাকিব সেয়া নিৰ্ভৰ কৰে আপোনাৰ চিন্তাৰ ওপৰত৷ আপুনি সুখত থাকিব খুজিলে আপুনি সকলো সময়ত সুখতেই থাকিব৷ আপুনি যদি আপোনাৰ মনত বেয়া চিন্তা কঢ়িয়াই থাকে তেন্তে দুঃখে আপোনাৰ পিচ নেৰিব৷ আমাৰ চিন্তা ভাৱনাই আমাৰ সকলোতকৈ ডাঙৰ বন্ধু আৰু সকলোতকৈ ডাঙৰ শত্ৰু হব পাৰে৷

অন্য কাকোৱেই ভৰষা কৰি জীৱন পথত আগুৱাই নাথাকিব৷ অন্যৰ ভৰসাত আগুৱালে এই ভৰসাই আপোনাক আনন্দ দিব আৰু আপোনাক লক্ষ্যত উপনীতও কৰাব৷ কিন্তু সেই আনন্দ চিৰস্থায়ী নহয়৷ নিজৰ ওপৰত ভৰসা কৰি জীৱনৰ পথত আগুৱাই যাওক তেতিয়া আনন্দ লাভ কৰিব আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ
অপৰাধ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

June 17, 2026
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান
বিনোদন

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

June 17, 2026
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

June 17, 2026
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?
বিনোদন

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

June 17, 2026
Next Post
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.