• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 minutes ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

21 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

22 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

23 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

24 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

1 day ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

1 day ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

1 day ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

1 day ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

editor by editor
February 22, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
0
SHARES
88
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত সপ্তাহতে আকৌ বাঢ়িছে সোণ আৰু ৰূপৰ দাম৷ সোণৰ দাম প্ৰতি ১০ গ্ৰামত ২৩০০ টকাতকৈয়ো বেছি বৃদ্ধি পাইছে আৰু ৰূপৰ দাম প্ৰতি কিঃগ্ৰাঃত প্ৰায় ৮০০০ টকাতকৈ বেছি বাঢ়িছে৷ এই সপ্তাহত সোণ আৰু ৰূপৰ দাম বৃদ্ধিৰ কাৰণ হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনা, যিয়ে মূল্যবান ধাতুৰ দামক ঊৰ্ধ্বমুখী কৰি তুলিছে৷ আপুনি যদি সোণ আৰু ৰূপ কিনাৰ পৰিকল্পনা কৰি আছে তেন্তে সাপ্তাহিক মূল্য পৰিবৰ্তন আৰু সৰ্বশেষ হাৰ পৰ্যালোচনা কৰা জৰুৰী৷

ইণ্ডিয়া বুলিয়ান জুয়েলাৰ্ছ এছোচিয়েছন অনুসৰি ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত বাঢ়ি হৈছে ১৫৫,০৬৬ টকা৷ যি বিগত সপ্তাহত আছিল প্ৰতি ১০ গ্ৰামত ১৫২, ৭৬৫ টকা৷ অৰ্থাৎ এই সপ্তাহত সোণৰ দাম ২৩০১ টকা বাঢ়িছে৷ ২২ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত বাঢ়ি ১৪২, ০৪০ টকা হৈছে৷ যি পূৰ্বৰ সপ্তাহত আছিল ১৩৯, ৯৩৩ টকা৷ ১৮ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত বাঢ়ি হৈছে ১১৬, ৩০০ টকা হৈছে৷ যি বিগত সপ্তাহত প্ৰতি ১০ গ্ৰামত আছিল ১১৪, ৫৭৪ টকা৷

সোণৰ দামে অতিক্ৰম কৰিলে ১.৫৫ লাখ টকা

এই সপ্তাহৰ আৰম্ভণিতে সোণৰ দাম কিছু কমা দেখা গৈছে, কিন্তু সপ্তাহৰ শেষত প্ৰতি ১০ গ্ৰামত সোণৰ দাম মুঠ ২৩০০ টকা বৃদ্ধি পাইছে৷

সৰ্বশেষ মূল্যঃ ২৪ কেৰেট সোণৰ দাম এতিয়া ১৫৫, ২০০ টকাৰ পৰা ১৫৫, ৫০০ টকাৰ মাজত আছে৷

২২ কেৰেটৰ দামঃ গহনা তৈয়াৰ কৰা সোণৰ দামো বাঢ়ি হৈছে ১৪২, ০০০ টকা৷

ৰূপৰ দামে অতিক্ৰম কৰিলে ২.৫০ লাখ টকা

সোণৰ ওপৰিও ৰূপৰ দামো বাঢ়িছে৷ এসপ্তাহত ৰূপৰ দাম ৭৮৮১ টকা বাঢ়ি প্ৰতি কিঃগ্ৰাঃত ২৫০,৩১৪ টকা হৈছে৷ যি বিগত সপ্তাহত প্ৰতি কিঃগ্ৰাঃত  ২৪২, ৪৩৩ টকা আছিল৷ চীন আৰু আমেৰিকাৰ মাজত চলমান বাণিজ্য যুদ্ধ আৰু সৌৰ পেনেল তৈয়াৰত ৰূপৰ ক্ৰমবৰ্ধমান চাহিদাৰ দাম বঢ়াই দিছে৷

ছিলভাৰৰ ছুপাৰফাষ্ট গতি

এই সপ্তাহত ৰূপৰ দাম প্ৰতি কেজিত ৮০০০ টকা বৃদ্ধি পাই বিনিয়োগকাৰীক ধনী কৰি তুলিছে৷

ৰেকৰ্ড মূল্যঃ বজাৰত ৰূপৰ দাম এতিয়া প্ৰতি কিঃগ্ৰাঃত ২৭২,০০০ টকাৰ পৰা ২৭৫, ০০০ টকাৰ স্তৰলৈ গৈছে৷

দামবৃদ্ধিৰ ৩টা প্ৰধান কাৰণ

বৈশ্বিক ভূ-ৰাজনৈতিক অস্থিৰতাঃ মধ্যপ্ৰাচ্য আৰু ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ কাৰণে বিনিয়োগকাৰীয়ে শ্বেয়াৰ বজাৰৰ পৰিবৰ্তে সোণকে নিৰাপদ আশ্ৰয়স্থল হিচাপে বিবেচনা কৰিছে৷

মাৰ্কিন ডলাৰৰ অৱস্থানঃ মাৰ্কিন ফেডাৰেল ৰিজাৰ্ভৰ সূদৰ হাৰৰ সংকেত আৰু ডলাৰ সূচতক ওঠানমাৰ প্ৰভাৱ ভাৰতীয় বজাৰত পৰিছে৷

বিবাহৰ ধামখূমীয়াঃ এই সময় আমাৰ দেশত বিবাহৰ চিজন৷ যাৰ ফলত বাস্তবিক সোণৰ চাহিদা ব্যাপকভাৱে বৃদ্ধি পাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

February 22, 2026
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

February 22, 2026
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 21, 2026
Next Post
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.