• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক

শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক

21 hours ago
মই এইবাৰ ১ লাখতকৈ বেছি ভোটত জয়লাভ কৰিম, ভোট দিবলৈ আহি জিকাটো খাটাং বুলি কৈ কি কি ক’লে প্ৰশান্ত ফুকনে?

মই এইবাৰ ১ লাখতকৈ বেছি ভোটত জয়লাভ কৰিম, ভোট দিবলৈ আহি জিকাটো খাটাং বুলি কৈ কি কি ক’লে প্ৰশান্ত ফুকনে?

4 minutes ago
সকলো ওলাই আহক, আজি বতৰ বেয়া সেয়ে সোনকালে ওলাই আহি ভোট দিয়ক, ভোটদান কৰি অসমবাসীক কি ক’লে বিজয় গুপ্তাই?

সকলো ওলাই আহক, আজি বতৰ বেয়া সেয়ে সোনকালে ওলাই আহি ভোট দিয়ক, ভোটদান কৰি অসমবাসীক কি ক’লে বিজয় গুপ্তাই?

15 minutes ago
Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

27 minutes ago
শিৱ যোগৰ সুফল পাব ৫ৰাশিয়ে, বৃহস্পতিবাৰে হাতলৈ আহিব বহুদিনৰ পাবলগীয়া ধন

শিৱ যোগৰ সুফল পাব ৫ৰাশিয়ে, বৃহস্পতিবাৰে হাতলৈ আহিব বহুদিনৰ পাবলগীয়া ধন

56 minutes ago
লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?

লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?

1 hour ago
ভোট দিবলৈ কি কি নথি লগত নিব? ঘৰতে থৈ যাওক আপোনাৰ মোবাইল, ভোট দিবলৈ যোৱাৰ পূৰ্বেই জানি থওক সবিশেষ

ভোট দিবলৈ কি কি নথি লগত নিব? ঘৰতে থৈ যাওক আপোনাৰ মোবাইল, ভোট দিবলৈ যোৱাৰ পূৰ্বেই জানি থওক সবিশেষ

2 hours ago
আজি EVMত বন্দী হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য, ৰাজ্যৰ ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে কৰিব ভোটদান

আজি EVMত বন্দী হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য, ৰাজ্যৰ ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে কৰিব ভোটদান

2 hours ago
তৰমুজ খোৱাৰ পূৰ্বে সাৱধান! নহ’লে ভয়ংকৰ পৰিণাম ভুগিব আপুনি!

তৰমুজ খোৱাৰ পূৰ্বে সাৱধান! নহ’লে ভয়ংকৰ পৰিণাম ভুগিব আপুনি!

9 hours ago
ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!

ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!

9 hours ago
ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

10 hours ago
মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

11 hours ago
সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক

শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক

editor by editor
April 8, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক
0
SHARES
708
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমাৰ জীৱনত কেতিয়াবা সাফল্য, কেতিয়াবা ব্যৰ্থতা আহেই। ওঠা-নমা, হঁহা-কন্দা জীৱনৰ অংগ। জ্যোতিষশাস্ত্ৰই কৈছে গ্ৰহৰ অনুকূল আৰু প্ৰতিকূল পৰিস্থিতিৰ প্ৰভাৱত আমাৰ জীৱনলৈ ভাল আৰু বেয়া সময় আহে। বিৰূপ গ্ৰহক শান্ত কৰিবলৈ বিভিন্ন ৰত্ন ধাৰণ কৰাৰ পৰামৰ্শ দিয়ে জ্যোতিষবিদে। সকলো ৰত্ন সকলোৰে বাবে নহয়। আজি আমি নৱৰত্নৰ অন্যতম ৰত্ন নীলম ৰত্ন ধাৰণ কৰাৰ উপকাৰিতা আৰু কোনে এই ৰত্ন ধাৰণ কৰিব পাৰে সেই সম্পৰ্কে এই প্ৰতিবেদনত আলোচনা কৰিছো।

শনিৰ ৰত্ন নীলা

নৱৰত্নৰ প্ৰতিটো ৰত্নৰ ওপৰত নৱৰত্নৰ কোনোবা নহয় কোনোবা গ্ৰহৰ প্ৰভাৱ থাকে। সেই হিচাপত নীলা হৈছৈ শনিৰ ৰত্ন। যিসকলে শনিৰ দশাত ভূগে তেওঁলোকে কোনো অভিজ্ঞ জ্যোতিষীৰ সৈতে পৰামৰ্শ কৰি নীলম ধাৰণ কৰিব পাৰে। এই ৰত্ন ধাৰণ কৰিলে জীৱনত শান্তি আৰু স্থিতিশীলতা আহে, উন্নতি হয় আৰু আত্মবিশ্বাস বাঢ়ে। নীলম কিন্তু সকলোৰে সহ্য নহয়। জানি থওক কোন কোন ৰাশিৰ জাতকৰ বাবে নীলম উপকাৰী।

এই ৪ৰাশিৰ বাবে নীলম উপকাৰী

বৃষ ৰাশি

বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ। শুক্ৰ আৰু শনিৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ। বৃষ ৰাশিৰ জাতকৰ জন্মছকত শনি দুৰ্বল স্থানত থাকিলে নীলম ধাৰণ কৰিব পাৰে। নীলম পিন্ধিলে এওঁলোকৰ আৰ্থিক উন্নতি হব আৰু আত্মবিশ্বাস বাঢ়িব।

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতক বুদ্ধিমান আৰু চিন্তাশীল। নীলমে এওঁলোকৰ সিদ্ধান্ত লোৱাৰ ক্ষমতাক আৰু মজবুত কৰে আৰু কামত সাফল্য আনি দিয়ে। নীলম পৰিধান কৰিলে আৰ্থিক উন্নতি আৰু মনঃসংযোগৰ ক্ষমতা বাঢ়িব।

মকৰ ৰাশি

মকৰ ৰাশিৰ অধিপতি গ্ৰহ শনি। সেই কাৰণেই শনিৰ ৰত্ন নীলম ধাৰণ এওঁলোকৰ বাবে অত্যন্ত লাভজনক। নীলম পিন্ধিলে ইয়াৰ সাফল্য লাভ কৰিব আৰু কেৰিয়াৰত উন্নতি কৰিব।

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি। নীলম এই ৰাশিৰ জাতকৰ বাবে অত্যন্ত উপকাৰী। নীলম ধাৰণ কৰিলে এওঁলোকৰ ভাগ্য খুলিব আৰু কোনো ধৰণৰ বাধা অবিহনেই সাফল্য অৰ্জন কৰিব পাৰে।

নীলম ধাৰণ কৰাৰ পদ্ধতি

সঠিক পদ্ধতি মানি নীলম ধাৰণ কৰা উচিত। পূৰ্বে নীলম গংগাজল ডুবাই শোধন কৰি লওক। শনিবাৰে এই ৰত্ন ধাৰণ কৰা উচিত। অনামিকা বা মধ্যমাত নীলম ধাৰণ কৰক। নীলম ধাৰণ কৰাৰ সময়ত ১১ বা ১০৮ বাৰ ওম শ্যাম শনিশ্চৰায় নমহঃ মন্ত্ৰ জপ কৰক। কোনো অভিজ্ঞ জ্যোতিষীৰ পৰামৰ্শ অবিহনে ভুলতো নীলম ধাৰণ নকৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মই এইবাৰ ১ লাখতকৈ বেছি ভোটত জয়লাভ কৰিম, ভোট দিবলৈ আহি জিকাটো খাটাং বুলি কৈ কি কি ক’লে প্ৰশান্ত ফুকনে?
অসম

মই এইবাৰ ১ লাখতকৈ বেছি ভোটত জয়লাভ কৰিম, ভোট দিবলৈ আহি জিকাটো খাটাং বুলি কৈ কি কি ক’লে প্ৰশান্ত ফুকনে?

April 9, 2026
সকলো ওলাই আহক, আজি বতৰ বেয়া সেয়ে সোনকালে ওলাই আহি ভোট দিয়ক, ভোটদান কৰি অসমবাসীক কি ক’লে বিজয় গুপ্তাই?
অসম

সকলো ওলাই আহক, আজি বতৰ বেয়া সেয়ে সোনকালে ওলাই আহি ভোট দিয়ক, ভোটদান কৰি অসমবাসীক কি ক’লে বিজয় গুপ্তাই?

April 9, 2026
Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?
অসম

Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

April 9, 2026
শিৱ যোগৰ সুফল পাব ৫ৰাশিয়ে, বৃহস্পতিবাৰে হাতলৈ আহিব বহুদিনৰ পাবলগীয়া ধন
জীৱনশৈলী

শিৱ যোগৰ সুফল পাব ৫ৰাশিয়ে, বৃহস্পতিবাৰে হাতলৈ আহিব বহুদিনৰ পাবলগীয়া ধন

April 9, 2026
Next Post
তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.