• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

37 minutes ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

4 minutes ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

1 hour ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

2 hours ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

2 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

3 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

3 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

4 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

5 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

6 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

6 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

7 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

editor by editor
April 14, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা
0
SHARES
36
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২২ চনত পৃথিৱীৰ পৰা বিদায় মাগিছে লতা মঙ্গেছকাৰে৷ ২০২৬ চনত আকৌ ২০২৬ চনত ওভতি নহাৰ দেশলৈ গুচি গ’ল আশা ভোঁছলে৷ দুই সুৰ সম্ৰাজ্ঞীৰ প্ৰয়াণ সংগীত জগতৰ অপূৰ্ণ ক্ষতি৷ ইয়াৰপাছতেই মঙ্গেছকাৰ পৰিয়ালৰ পক্ষৰ পৰা এক মহৎ উদ্যোগৰ কথা ঘোষণা কৰা হৈছে৷ লতা মঙ্গেছকাৰ আৰু আশা ভোঁছলেৰ ভাতৃ তথা প্ৰখ্যাত সংগীত পৰিচালক হৃদয়নাথ মঙ্গেছকাৰে জনাইছে যে তেওঁলোকৰ দুগৰাকী ভগ্নীৰ স্মৃতি আৰু সন্মান ৰক্ষাৰ্থে তেওঁলোকে এছিয়াত এক বিশাল হাস্পতাল তৈয়াৰ কৰিব৷

লতা মঙ্গেছকাৰ আৰু আশা ভোঁছলে, দুগৰাকী ভনীয়েকেই দশকৰ পাছত দশক ধৰি তেওঁলোকৰ কণ্ঠেৰে বিশ্বক মুগ্ধ কৰিছিল৷ হৃদয়নাথ মঙ্গেছকাৰৰ মতে, এই হাস্পতাল হ’ব তেওঁৰ দুগৰাকী বায়েকৰ প্ৰতি পৰিয়ালৰ তৰফৰ পৰা এক বিশেষ শ্ৰদ্ধাঞ্জলী৷ হৃদয়নাথ মঙ্গেশকাৰে কয়, ‘লতা দিদিৰ সকলোসময়তে ইচ্ছা আছিল মানুহৰ সেৱাৰ বাবে কিছু কাম কৰাৰ৷ সেই অপূৰ্ণ সপোনক বাস্তৱ ৰূপ দিবলৈকে আমি এই পদক্ষেপ গ্ৰহণ কৰিছো৷’

মঙ্গেছকাৰ পৰিয়ালৰ তৰফৰ পৰা জনোৱা অনুসৰি এই প্ৰকল্প ভাৰতৰ চিকিৎসা ব্যৱস্থাৰ এক নতুন ইতিহাস তৈয়াৰ কৰিব পাৰে৷ ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ হৈছে, এছিয়াৰ বৃহত্তম হাস্পতাল হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে৷ ইয়াৰ সৈতে এই হাস্পতালত একেলগে কেইবাহাজাৰ ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা থাকিব৷

উন্নত দেশসমূহত যি ধৰণৰ আধুনিক চিকিৎসা সৰঞ্জাম থাকে, এই হাস্পতালতো সেই মানৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব৷ বিশেষকৈ কৰ্কট, হৃদৰোগ আৰু জটিল অস্ত্ৰোপচাৰৰ বাবে পৃথক বিভাগ থাকিব৷ মঙ্গেছকাৰ পৰিয়ালৰ উদ্দেশ্য হৈছে সাধাৰণ আৰু গৰিব মানুহে যেন অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত নহয়৷ সেয়ে ইয়াত উন্নতমানৰ চিকিৎসাৰ ওপৰিও খৰচৰ দিশতো বিশেষ নজৰ দিয়া হব৷

ক’ত নিৰ্মাণ হ’ব এই হাস্পতাল তাৰো প্ৰাথমিক তথ্য পোৱা গৈছে৷ এই হাস্পতাল মহাৰাষ্ট্ৰৰ পুণে বা তাৰ পাৰ্শ্ববৰ্তী কোনো এলেকাত তৈয়াৰ হোৱাৰ কথা আছে৷ মঙ্গেছকাৰ পৰিয়ালৰ দীৰ্ঘদিনৰ যোগাযোগ চলি আছে এই অঞ্চলৰ সৈতে৷ সেয়ে এতিয়া তেওঁলোকে এই সেৱামূলক প্ৰতিষ্ঠানটি গঢ়িব খোজে৷ আশা ভোঁছলে নিজেও এই উদ্যোগ লৈ খুবেই উৎসাহিত৷

এই হাস্পতাল আৰম্ভ হলে কেৱল ভাৰতেই নহয়, প্ৰতিবেশী দেশসমূহৰ পৰাও মানুহে চিকিৎসা গ্ৰহণৰ বাবে আহিব পাৰিব৷ ই ভাৰতৰ স্বাস্থ্য পৰিসেৱা ক্ষেত্ৰত এক নতুন মাইলফলক হিচাপে গণ্য হব৷ সংগীতৰ সুৰ দি লতা আৰু আশাই সমগ্ৰ জীৱন মানুহৰ হৃদয়ত স্থান দখল কৰি আহিছে৷ এইবাৰ তেওঁলোকৰ নামেৰে তৈয়াৰী এই হাস্পতালত লাখ লাখ মানুহৰ প্ৰাণ বচাই তেওঁলোকক অমৰ কৰি ৰাখিব৷ সুৰৰ জাদুকৰীসকলৰ এই উদ্যোগক প্ৰশংসনীয় বুলি ধাৰণা কৰিছে বিজ্ঞজনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?
জীৱনশৈলী

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

April 14, 2026
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?
জীৱনশৈলী

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

April 14, 2026
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?
জীৱনশৈলী

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

April 14, 2026
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা
জীৱনশৈলী

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

April 14, 2026
Next Post
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.