• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

2 hours ago
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

33 minutes ago
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

58 minutes ago
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

1 hour ago
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

2 hours ago
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

4 hours ago
১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

5 hours ago
৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

6 hours ago
বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

কোটিপতি হোৱাৰ সহজ উপায়, ডাকঘৰৰ আঁচনিসমূহে দিব অধিক সুবিধা !

7 hours ago
পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

editor by editor
May 3, 2026
in বাণিজ্য, বিবিধ, ভাৰত
0
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?
0
SHARES
342
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিম এক অত্যন্ত নিৰ্ভৰযোগ্য বিনিয়োগ বিকল্প৷ যি বিশেষভাৱে সৰু আৰু মধ্যবিত্ত মানুহৰ কথা মূৰত ৰাখিয়েই তৈয়াৰ কৰা হৈছে৷ ইয়াত আপুনি যি ধন জমা কৰে তাৰ ওপৰত চৰকাৰৰ গেৰেণ্টি থাকে৷ ফলত বিনিয়োগ সম্পূৰ্ণ নিৰাপদ থাকে৷ বজাৰৰ ওঠানমাত লৈয়ো কোনো চিন্তা অবিহনেই ইয়াত বিনিয়োগ কৰিব পাৰি৷ এক নিৰ্দিষ্ট সময়ৰ পাছত সহজেই এক বৃহৎ অংকৰ ফাণ্ড তৈয়াৰ কৰা সম্ভৱ৷
সাধাৰণতে পোষ্ট অফিচ RDৰ ম্যাদ ৫বছৰ বা ৬০ মাহ৷ আপুনি বিচাৰিলে ৫ বছৰৰ পাছতো এই সঞ্চয় চলাই যাব পাৰে৷ এইক্ষেত্ৰত সংশ্লিষ্ট ডাকঘৰত আবেদন কৰি আৰু ৫বছৰৰ বাবে ইয়াক বঢ়াব পাৰি৷ ইয়াৰ ফলত দীৰ্ঘ সময় ধৰি চক্ৰবৃদ্ধি সুদৰ সুবিধা পোৱা যায়৷
২০২৬ চনৰ এপ্ৰিল-জুন ত্ৰিমাহিকৰ বাবে পোষ্ট অফিচ RD ত বাৰ্ষিক ৬.৭ শতাংশ হাৰত সুদ দিয়া হৈছে৷ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে এই সুদ তিনিমাহৰ ভিত্তিত চক্ৰবৃদ্ধি কৰা হয়৷ যাৰ ফলত সুদৰ টকা মূলধনৰ সৈতে যুক্ত হৈ থাকে আৰু আপোনাৰ সঞ্চয় দ্ৰুত বাঢ়ে৷ আপুনি নিজৰ সামৰ্থ্য অনুসৰি ৫০০ টকা, ১০০০ টকা বা ১০,০০০ টকা মাহিলী বিনিয়োগ বাচি ল’ব পাৰে৷ আৰু ৫ বছৰ ধৰি নিয়মিত জমা কৰি ভৱিষ্যতৰ লক্ষ্য পূৰণ কৰিব পাৰে৷ যদি আপুনি প্ৰতিমাহে ১০,০০০ টকাকৈ জমা কৰে তেতিয়া ৫ বছৰৰ পাছত প্ৰাপ্ত টকাৰ পৰিমাণে আপোনাক অবাক কৰি তুলিব৷
৫ বছৰত আপোনাৰ মুঠ জমা হ’ব ৬০০,০০০ টকা৷ ইয়াৰ ওপৰত পোষ্ট অফিচে প্ৰায় ১,১৩,৬৫৯ টকা সুদ দিব৷ ফলত ৬০ মাহৰ শেষত আপুনি মুঠ ৭,১৩,৬৫৯ টকা পাব৷ এটা সৰু সঞ্চয়ৰ পৰাই বৃহৎ ফাণ্ড তৈয়াৰ কৰিব পাৰে৷ পোষ্ট অফিচ RD ত ঋণৰ সুবিধাও আছে৷ আপুনি যদি এবছৰ নিয়মিত ধন জমা কৰে তেতিয়া মুঠ জমাৰ প্ৰায় ৫০ শতাংশ পৰ্যন্ত ঋণ লব পাৰে৷ চিকিৎসা, জৰুৰী বা ব্যক্তিগত প্ৰয়োজনত এই ঋণ খুবেই কামত আহিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়
জীৱনশৈলী

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

May 3, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

May 3, 2026
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

May 3, 2026
Next Post
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন