• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

1 week ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

26 minutes ago
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

49 minutes ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

2 hours ago
FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

2 hours ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

3 hours ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

3 hours ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

20 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

21 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

21 hours ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

23 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

23 hours ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

editor by editor
May 27, 2026
in জীৱনশৈলী, স্বাস্থ্য
0
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?
0
SHARES
810
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফেটি লিভাৰ ৰোগ বিশ্বব্যাপী দ্ৰুত বাঢ়ি থকাটোৱে স্বাস্থ্যজনিত সমস্যা হৈ থিয় দিছে৷ এই ৰোগত যেতিয়া আক্ৰান্ত হয় তেতিয়া অতিৰিক্ত চৰ্বি লিভাৰত জমা হয় আৰু প্ৰদাহ সৃষ্টি কৰে৷ সাম্প্ৰতিক সময়ত এটা বিষয় উল্লেখযোগ্যভাৱে সন্মুখলৈ আহিছে সেয়া হৈছে ভিটামিন বি ১২ৰ অভাৱ, যিয়ে ফেটি লিভাৰ বঢ়া আৰু পৰিস্থিতিৰ অৱনতিৰ ক্ষেত্ৰত ভূমিকা পালন কৰিব পাৰে৷ ভিটামিন বি১২ শৰীৰত বহু গুৰুত্বপূৰ্ণ বিপাকীয় প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য৷ বিশেষকৈ চৰ্বিৰ বিপাক৷ ইয়াৰ অভাৱত হোমোচিষ্টিনৰ মাত্ৰা বঢ়াব পাৰে৷ যিয়ে অক্সিডেটিভ ষ্ট্ৰেছ বঢ়ায় আৰু সময়ৰ সৈতে লিভাৰৰ ক্ষতি কৰে৷

কেনেকৈ লিভাৰক প্ৰভাৱিত কৰে ভিটামিন B12য়ে?

ভিটামিন বি১২য়ে লিভাৰৰ বিপাকীয় কাৰ্যকলাপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ যেতিয়া ইয়াৰ ঘাটি হয় তেতিয়া লিভাৰে সঠিকভাৱে চৰ্বি প্ৰক্ৰিয়াজাত কৰিব আৰু নিৰ্গত কৰিব নোৱাৰে৷ ফলত এই চৰ্বি লিভাৰৰ কোষত জমা হয়৷ যিয়ে প্ৰদাহ সৃষ্টি কৰিব পাৰে৷ কেইবাটাও গৱেষণাত দেখা গৈছে যে NAFLD অৰ্থাৎ নন-এলকহলিক ফেটি লিভাৰ ডিজিজত আক্ৰান্ত ব্যক্তিৰ ভিটামিন B12ৰ মাত্ৰা স্বাভাৱিক ব্যক্তিৰ তুলনাত উল্লেখযোগ্যভাৱে কম৷ বি ১২ৰ অভাৱে হোমোচিষ্টিন বৃদ্ধি কৰে যিয়ে লিভাৰক আৰু দুৰ্বল কৰি দিব পাৰে৷ সৌভাগ্যবশত বি১২ৰ ছাপ্লিমেণ্টেছন হোমোচিষ্টিন কমাব আৰু লিভাৰৰ এনজাইমসমূহক উন্নত কৰিব পাৰে যিয়ে লিভাৰৰ অৱস্থাৰ অৱনতি ৰোধ কৰিব পাৰে৷

ভিটামিন বি ১২ৰ অভাৱৰ লক্ষণ কি কি?

ভিটামিন বি১২ৰ অভাৱত দেখা দিয়া সাধাৰণ লক্ষণ সমূহৰ ভিতৰত আছে ক্লান্তিভাৱ, দুৰ্বলতা, হাত আৰু ভৰিৰ ঝিনঝিননি আৰু মনোযোগত অসুবিধা হোৱা৷ ফেটি লিভাৰৰ লক্ষণসমূহ প্ৰায়েই দেৰিকৈ দেখা দিয়ে৷ এইসমূহ লক্ষণত বহু মানুহে বুজিব নোৱাৰে যে তেওঁলোকৰ এই ৰোগ হৈছে৷ কেতিয়াবা কেতিয়াবা B12ৰ অভাৱত পিত্তথলিত পাথৰ হোৱাৰো আশংকা বাঢ়ি যাব পাৰে৷ কাৰণ এই পিত্ত গঠন আৰু লিভাৰৰ বিপাকীয় কাৰ্যকলাপত ভূমিকা পালন কৰে৷ এইসমূহত সময়মতে ঘাটি চিহ্নিত কৰাটো খুবেই গুৰুত্বপূৰ্ণ৷

কেনেকৈ ইয়াৰ পৰা ৰক্ষা পাব?

ভিটামিন বি১২ৰ অভাৱ কমাবলৈ সকলোতকৈ সহজ উপায় হৈছে খাদ্যতালিকাত পৰ্যাপ্ত পৰিমাণে মাংস, মাছ, কণী আৰু দুগ্ধজাত খাদ্য অন্তৰ্ভুক্ত কৰা৷ কিছু কিছু লোকৰ বয়স, ঔষধ বা হজমৰ সমস্যাৰ কাৰণে বি১২ৰ শোষণ কমি যায়৷ এই ধৰণৰ ক্ষেত্ৰত চিকিৎসকৰ নিৰ্দেশ অনুসৰি সম্পূৰক বা ইনজেকছন গ্ৰহণ কাৰ্যকৰ৷ এই ঘাটি পূৰণ কৰিলে কেৱল লিভাৰত জমা থকা চৰ্বি কমাব নোৱাৰি বৰং প্ৰদাহে কমি যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ
জীৱনশৈলী

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

June 6, 2026
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে
জীৱনশৈলী

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

June 5, 2026
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?
জীৱনশৈলী

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

June 5, 2026
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

June 5, 2026
Next Post
শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.