• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন

বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন

6 months ago
সোণাক্ষীৰ আপত্তিজনক ফটো ভাইৰেল! কৰি কিয় খালী হাতেৰে উভতি আহিল মুম্বাই আৰক্ষী?

সোণাক্ষীৰ আপত্তিজনক ফটো ভাইৰেল! কৰি কিয় খালী হাতেৰে উভতি আহিল মুম্বাই আৰক্ষী?

5 minutes ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

ভুলতো এঘণ্টা ধৰি নাৰাখিব প্ৰস্ৰাৱ, পৰিব ডাঙৰ বিপদত!

29 minutes ago
Badrinath 2026: আজিৰে পৰা ৬ মাহলৈ বন্ধ বদ্ৰীনাথ ধাম, দুৱাৰ বন্ধৰ পূৰ্বে কিয় নাৰীৰ বেশ লয় পূজাৰীয়ে?

Badrinath 2026: আজিৰে পৰা ৬ মাহলৈ বন্ধ বদ্ৰীনাথ ধাম, দুৱাৰ বন্ধৰ পূৰ্বে কিয় নাৰীৰ বেশ লয় পূজাৰীয়ে?

2 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

অসম ৰাইফলছৰ ৩৫৪টা পদৰ বাবে নিযুক্তি, শীঘ্ৰে কৰক আবেদন

2 hours ago
বিশ্বৰ তিনিগৰাকী মহাশক্তিধৰ নেতাৰ মহামিলন! ট্ৰাম্প, ছি জিনপিং আৰু পুটিনৰ ত্ৰিপাক্ষিক বৈঠক

বিশ্বৰ তিনিগৰাকী মহাশক্তিধৰ নেতাৰ মহামিলন! ট্ৰাম্প, ছি জিনপিং আৰু পুটিনৰ ত্ৰিপাক্ষিক বৈঠক

3 hours ago
১ লাখ টকা উপাৰ্জন? ১০ বছৰৰ পাছত কিমান টকা পাব? সম্পূৰ্ণ হিচাপ জানি লওক

১ লাখ টকা উপাৰ্জন? ১০ বছৰৰ পাছত কিমান টকা পাব? সম্পূৰ্ণ হিচাপ জানি লওক

4 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ অনুভূত ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য ৪.১

5 hours ago
আপুনি জানেনে আচলতে ষঠী মাইয়া কোন? কিয় ষট পূজা পালন কৰে জানক

আপুনি জানেনে আচলতে ষঠী মাইয়া কোন? কিয় ষট পূজা পালন কৰে জানক

5 hours ago
কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি, প্ৰেম আৰু কৰ্মক্ষেত্ৰত লাভৰ যোগ

6 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

মেষৰ পৰা মীনলৈ… আজি ১২ ৰাশিৰ ভাগ্যত কি আছে জানো আহক

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সোমবাৰে কোন কোন ৰাশিৰ ভাগ্য উজ্বল হ’ব? জানক ১২টা ৰাশিৰ ভৱিষ্যৎ

18 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

দাঁতৰ বিষে কষ্ট দিছে? এই সহজ ঘৰুৱা পদ্ধতিৰে পাওক উপশম

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন

বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন

editor by editor
June 3, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন
0
SHARES
264
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আই পি এল ২০২৬ত ভাল প্ৰদৰ্শন আগবঢ়োৱা যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এতিয়া কেৱল ক্ৰিকেট খেলপথাৰতে নহয়, বিজ্ঞাপন জগততো ঢৌ তুলিছে বৈভৱে। মাত্ৰ ১৫ বছৰ বয়সতে বৈভৱৰ সফলতাই কেইবাটাও বৃহৎ কোম্পানীক তেওঁৰ প্ৰতি আকৃষ্ট কৰিছে। তেওঁক নিজৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে সাক্ষৰ কৰাবলৈ আগ্ৰহী। সংবাদ মাধ্যমৰ খবৰ অনুসৰি বহু ডাঙৰ কোম্পানীয়ে বৈভৱৰ সৈতে বিজ্ঞাপনৰ চুক্তি কৰিবলৈ আগ্ৰহী। ইয়াৰ ভিতৰত Sports Drink, ক্ৰিকেটৰ বেট, পুষ্টি, আৰু উচ্চ কাৰ্যক্ষম জোতাৰ সৈতে জড়িত কোম্পানীসমূহো আছে।

আই পি এল ২০২৬ত বৈভৱ সূৰ্যবংশীৰ প্ৰদৰ্শন

বৈভৱ সূৰ্যবংশীৰ দলটোৱে হয়তো, এইবাৰ আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিব, কিন্তু তেওঁৰ বলিষ্ঠ প্ৰদৰ্শনে দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে। ২০২৬ চনৰ আই পি এলত বৈভৱ সূৰ্যবংশীয়ে ১৬খন খেলত ৭৭৬ ৰান সংগ্ৰহ কৰে। তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ২৩৭.৩০, যিটো যিকোনো বেটছমেনৰ বাবে উৎকৃষ্ট। এই অভিনয়ৰ পিছত তেওঁৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে। বিপণন বিশেষজ্ঞসকলৰ মতে ভাৰতীয় ক্ৰিকেটে বৰ্তমান নতুন আৰু নিৰ্ভৰযোগ্য মুখৰ সন্ধানত আছে। এনে ক্ষেত্ৰত বৈভৱ সূৰ্যবংশী ব্ৰেণ্ডৰ বাবে এক উৎকৃষ্ট পছন্দ হিচাপে আত্মপ্ৰকাশ কৰিছে।

১ কোটি টকা পৰ্যন্ত হ’ব পাৰে মাচুল

খবৰ অনুসৰি বৈভৱে এণ্ডাৰছমেণ্ট ডিলৰ বাবে প্ৰায় ৫০ লাখ টকা লয় যদিও শেহতীয়াকৈ তেওঁৰ প্ৰদৰ্শনৰ পিছত এই ধনৰাশি ১ কোটি বা তাতোকৈ অধিক হ’ব পাৰে। অৱশ্যে চূড়ান্ত সিদ্ধান্ত আলোচনা আৰু পৰিয়ালৰ সন্মতিৰ ওপৰত নিৰ্ভৰ কৰিব, কিয়নো বৈভৱৰ বয়স মাত্ৰ ১৫ বছৰ আৰু তেওঁ মাত্ৰ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছে।

ইতিমধ্যে এই ব্ৰেণ্ডসমূহে প্ৰচাৰ কৰি আছে

বৈভৱ সূৰ্যবংশীয়ে সম্প্ৰতি স্বাস্থ্য পানীয় Complan ৰ প্ৰচাৰ চলাই আছে। ডিজিটেল পেমেণ্ট প্লেটফৰ্ম গুগল পে’ৰ বিজ্ঞাপন অভিযানতো তেওঁ অংশগ্ৰহণ কৰিছে। বিশেষজ্ঞসকলৰ মতে তেওঁৰ জনপ্ৰিয়তা কেৱল ক্ৰিকেটতে সীমাবদ্ধ নহয়। তেওঁ যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণা হিচাপে আত্মপ্ৰকাশ কৰিছে, তেওঁৰ সমৰ্থন বিচাৰি ডাঙৰ ডাঙৰ কোম্পানীসমূহক নেতৃত্ব দিছে। অনাগত বছৰবোৰত যদি বৈভৱৰ এই প্ৰদৰ্শন অব্যাহত থাকে তেন্তে ভাৰতীয় ক্ৰিকেটৰ অন্যতম ডাঙৰ ব্ৰেণ্ড ফেচ হ’ব পাৰে।

আই পি এল ২০২৬ ছিজনত বৈভৱ সূৰ্যবংশীৰ উপাৰ্জন

যোৱা ছিজনৰ মেগা নিলামত ৰাজস্থান ৰয়েলছে বৈভৱ সূৰ্য্যবংশীক মাত্ৰ ১.১০ কোটি টকাত ক্ৰয় কৰিছিল। অৱশ্যে আই পি এল ২০২৬ ছিজনত তেওঁৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ বাবেই তেওঁ যথেষ্ট পৰিমাণৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। বৈভৱ সূৰ্যবংশীয়ে এই ছিজনত নগদ ধনৰ পুৰস্কাৰকে ধৰি কেইবাটাও বঁটা লাভ কৰে।

সৰ্বাধিক মূল্যৱান খেলুৱৈ (MVP)               ১৫ লাখ টকা
য়েলো কেপ                                              ১০ লাখ টকা
ছিজনৰ ছুপাৰ ষ্ট্ৰাইকাৰ                             ১০ লাখ আৰু টাটা ছিয়েৰা
ছিজন ১ৰ চুপাৰ ছয়                                 ১০ লাখ টকা (৭২ গ্ৰাম)
ছিজনৰ উদীয়মান খেলুৱৈ                        ১০ লাখ টকা

কোনে চম্ভালে বৈভৱ সূৰ্যবংশীৰ টকা?

আয়কৰ আইন অনুসৰি যদি কোনো নাবালক (১৮ বছৰৰ তলৰ শিশুৱে) বছৰি ১৫০০ টকাতকৈ অধিক লাভ কৰে, তেন্তে সেই ধন তেওঁলোকৰ পিতৃ-মাতৃৰ আয়ত যোগ কৰা হয়। আইনখনৰ 64(1A) নিয়ম অনুসৰি শিশুটিৰ বয়স ১৮ বছৰ (গৰিষ্ঠতা) নোহোৱালৈকে পিতৃ-মাতৃ বা অভিভাৱকে শিশুটিৰ ‘UGMA’ (Gift to Minors Account) পৰিচালনা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণাক্ষীৰ আপত্তিজনক ফটো ভাইৰেল! কৰি কিয় খালী হাতেৰে উভতি আহিল মুম্বাই আৰক্ষী?
বিনোদন

সোণাক্ষীৰ আপত্তিজনক ফটো ভাইৰেল! কৰি কিয় খালী হাতেৰে উভতি আহিল মুম্বাই আৰক্ষী?

November 16, 2026
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!
জীৱনশৈলী

ভুলতো এঘণ্টা ধৰি নাৰাখিব প্ৰস্ৰাৱ, পৰিব ডাঙৰ বিপদত!

November 16, 2026
Badrinath 2026: আজিৰে পৰা ৬ মাহলৈ বন্ধ বদ্ৰীনাথ ধাম, দুৱাৰ বন্ধৰ পূৰ্বে কিয় নাৰীৰ বেশ লয় পূজাৰীয়ে?
জীৱনশৈলী

Badrinath 2026: আজিৰে পৰা ৬ মাহলৈ বন্ধ বদ্ৰীনাথ ধাম, দুৱাৰ বন্ধৰ পূৰ্বে কিয় নাৰীৰ বেশ লয় পূজাৰীয়ে?

November 16, 2026
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

অসম ৰাইফলছৰ ৩৫৪টা পদৰ বাবে নিযুক্তি, শীঘ্ৰে কৰক আবেদন

November 16, 2026
Next Post
ভুলতো কেঁচাই নাখাব এইবোৰ পাচলি, ক্ষতি কৰিব শৰীৰৰ!

ভুলতো কেঁচাই নাখাব এইবোৰ পাচলি, ক্ষতি কৰিব শৰীৰৰ!

দেশত কিয় হ্ৰাস পাইছে শিশু জন্মৰ হাৰ? তথ্য জানি হ’ব আচৰিত

দেশত কিয় হ্ৰাস পাইছে শিশু জন্মৰ হাৰ? তথ্য জানি হ'ব আচৰিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.