• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

2 months ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

17 minutes ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

2 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

3 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

3 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

4 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

5 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

6 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

7 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

7 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

8 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

8 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

প্ৰধানমন্ত্ৰী মোদীৰ ঐতিহাসিক ক্ষণ উদযাপনৰ অৰ্থে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অংশগ্ৰহণ

editor by editor
June 17, 2026
in অসম, উত্তৰ-পূব, বিশ্ব, লেখা
0
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
0
SHARES
40
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতত্বত বিজেপি নেতত্বাধীন এন ডি এ চৰকাৰে ১২ বছৰ সম্পৰ্ণ। সেই উপলক্ষে প্ৰধানমন্ত্ৰী মোদী স্বাধীন ভাৰতৰ সৰ্বাধিক সময়ৰ বাবে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হোৱাৰ ঐতিহাসিক ক্ষণক সুঁৱৰি দেশজৰি চলিছে থকা জনসম্পৰ্ক অভিযান। সেই অংশ হিচাপে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰ বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মঙলবাৰে তাৰিখে নাগালেণ্ডৰ কহিমাত জনসম্পৰ্ক কাৰ্যসচীত অংশগ্ৰহণ কৰে।

বিভিন্ন স্তৰৰ ৰাইজৰ সৈতে মত-বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে যোৱা ১২ বছৰত এন ডি এ চৰকাৰে প্ৰদান কৰা পৰিৱৰ্তনশীল শাসনৰ বিষয়ে আলোকপাত কৰে। ‘প্ৰগতি পথ যাত্ৰা’ৰ অংশ হিচাপে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কহিমাৰ কিছামা হেৰিটেজ ভিলেজ পৰিদৰ্শন কৰে। পৰিৱেশ সংৰক্ষণ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ হকে ৰাইজৰ অংশগ্ৰহণক উৎসাহিত কৰাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে গছপলি ৰোপণ আৰু স্বচ্ছতা অভিযান কাৰ্যসচীত ভাগ লয়।

ইয়াৰ লগতে চহৰখনত থকা ‘হস্ততাঁত বিপণন প্ৰকল্প’ পৰিদৰ্শন কৰি উত্তৰ-পৰ্বাঞ্চলৰ থলুৱা উদ্যোগ আৰু পৰম্পৰাগত হস্ততাঁত খণ্ডৰ প্ৰসাৰ তথা জীৱিকা সদঢ় কৰাৰ প্ৰতি চৰকাৰৰ নিৰন্তৰ দায়বদ্ধতাক পুনৰবাৰ দোঁহাৰে। ইয়াৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কহিমাস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজিত ‘বিকশিত ভাৰত সংকল্প সন্মিলন’ত অংশগ্ৰহণ কৰে।

এখন পেছাদাৰী আৰু বৌদ্ধিক সন্মিলনতো ভাগ লৈ মন্ত্ৰীগৰাকীয়ে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি, দলীয় কৰ্মকৰ্তা আৰ নাগৰিক সমাজৰ সৈতে বাৰ্তালাপ কৰে। এই মত-বিনিময়ৰ সময়ত অংশগ্ৰহণকাৰীসকলে বিভিন্ন বিষয়ত তেওঁলোকৰ মতামত, পৰামৰ্শ আৰ সমস্যাসমহ ব্যক্ত কৰে আৰু উন্নয়ন তথা ৰাষ্ট্ৰ নিৰ্মাণৰ বিষয়ত অৰ্থপৰ্ণ আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতত্বত ভাৰতৰ পৰিৱৰ্তনশীল যাত্ৰাৰ বিষয়ে আলোকপাত কৰি ২০৪৭ চনৰ ভিতৰত এখন ‘বিকশিত ভাৰত’ গঢ়াৰ ক্ষেত্ৰত চৰকাৰৰ দষ্টিভংগীৰ কথা উল্লেখ কৰে। আলোচনা আৰু সামাজিক অংশগ্ৰহণক শ্ৰদ্ধা জনাই মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণকাৰীসকলক প্ৰশংসা পত্ৰও প্ৰদান কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মোদী চৰকাৰৰ যোৱা ১২ বছৰৰ প্ৰধান সাফল্যসমহক প্ৰতিফলিত কৰা এখন প্ৰদৰ্শনীও পৰিদৰ্শন কৰে। এই প্ৰদৰ্শনীয়ে আন্তঃগাঁথনি উন্নয়ন, কল্যাণমলক আঁচনিৰ সফল ৰপায়ণ, যৱ সৱলীকৰণ, অৰ্থনৈতিক বিকাশ আৰু স্বচ্ছ সশাসনৰ ক্ষেত্ৰত চৰকাৰৰ নিৰন্তৰ প্ৰয়াসক প্ৰতিফলিত কৰে। কহিমাৰ এই জনসম্পৰ্ক কাৰ্যসূচীৰ সামৰণিত মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূয়সী প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচেষ্টাতে কহিমাত ৰাজ্যখনৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়- ‘নাগালেণ্ড ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ এণ্ড ৰিচাৰ্ছ’ স্থাপন হোৱাৰ কথাও উল্লেখ কৰে, যিয়ে অঞ্চলটোত স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি সদঢ় কৰাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা প্ৰতিফলিত কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে
জীৱনশৈলী

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

August 18, 2026
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 18, 2026
Next Post
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

ওঁঠৰ কঁপনিৰ লগতে বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনিৰ লগতে বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.